Join WhatsApp

Join Now

Join Telegram

Join Now

দ্বাদশ শ্ৰেণী Class 12 History Question Answer 2027

By Rabbi Masrur

Published On:

দ্বাদশ শ্ৰেণী Class 12 History Question Answer

দ্বাদশ শ্ৰেণী Class 12 History Question Answer

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি H S 2nd Year দ্বাদশ শ্ৰেণী Class 12 History Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক Class 12 History Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 History Question Answer

Download Paid Question Answer PDF

Class 12 History PDF Notes Rs. 59/- Buy Now

(History)

ক-অংশ প্রত্নতত্ত্ব, প্রাচীন ভাৰতবৰ্ষৰ স্থাপত্য, ভাস্কর্য আৰু অসম

👇পাঠৰ নাম
হৰপ্পা সভ্যতা
ৰজা, কৃষক আৰু নগৰসমূহ (প্ৰাৰম্ভিক ৰাজ্য আৰু অর্থব্যৱস্থা, খৃঃ পূঃ ৬০০ – খৃঃ ৬০০)
বন্ধুত্ব, জাতি আৰু শ্রেণী (প্ৰাৰম্ভিক সমাজ, খৃঃ পূঃ ৬০০ – খৃঃ ৬০০)
চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য (সাংস্কৃতিক বিকাশ, খৃঃ পূঃ ৬০০ – খৃঃ ৬০০)
অসমৰ সংক্ষিপ্ত ইতিহাস (প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমানলৈ)

খ- অংশ মধ্যযুগৰ ভাৰত বুৰঞ্জী

👇পাঠৰ নাম
পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭ শ শতিকালৈ)
ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্ৰন্থ (খৃঃ ৮ম শতিকাৰ পৰা ১৮ শ শতিকালৈ)
এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ (খৃঃ ১৪শ–১৬ শ শতিকালৈ)
কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্যঃ খৃঃ ১৬ শ–১৭ শ শতিকালৈ)
সম্রাট আৰু ইতিহাস, মোগল দৰবাৰ (খৃঃ ১৬ শ–১৭ শ শতিকালৈ)

গ-অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

👇পাঠৰ নাম
উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ, চৰকাৰী মহাফেজখানা
১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ
উপনিবেশিক কালৰ ভাৰতীয় নগৰ
মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
ভাৰত বিভাজন: মৌখিক সমল
ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  • প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।
  • দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।
  • তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।
  • চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।
  • পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।
  • সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।
  • অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।
  • নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।
  • দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।
  • দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

4 thoughts on “দ্বাদশ শ্ৰেণী Class 12 History Question Answer 2027”

Leave a Comment