👉শৈক্ষিক সমাধানৰ পূর্ণাঙ্গ গন্তব্যস্থান।

👉SCERT Class 8 সমাধান

👉SCERT Class 7 সমাধান

👉SCERT Class 6 সমাধান

👉NCERT Class 5 সমাধান

Join WhatsApp

👉Join Now

Join Telegram

👉Join Now

👇Class 8 সমাধান

👉 Click to Read More

👇Class 7 সমাধান

👉 Click to Read More

Amar Axom

আপুনি যদি AmarAxom.com নামৰ এই শিক্ষামূলক ৱেবছাইটত প্ৰথমবাৰ আহিছে, তেন্তে আপোনাক আমাৰ পক্ষৰ পৰা আন্তৰিক অভিনন্দন। AmarAxom.com হৈছে অসমৰ অন্যতম আগশাৰীৰ শিক্ষা-প্লেটফৰ্ম, যাৰ জৰিয়তে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী বিভিন্ন বিষয়ৰ অধ্যয়ন কৰিবলৈ সক্ষম হৈছে।

আমাৰ এই ৱেবছাইটত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে নিজৰ মূল্যবান লিখনি আৰু অধ্যয়ন সামগ্ৰী যোগান ধৰে। আপুনি বিচাৰিলে “Our Teachers” শীৰ্ষক বিভাগত গ’লেই সেইসমূহ চাব পাৰিব। AmarAxom.com ৰ উদ্দেশ্য হৈছে ছাত্র-ছাত্রীসকলৰ বাবে বিভিন্ন শৈক্ষিক বিষয়ৰ সমাধান উপলব্ধ কৰোৱাটো।

AmarAxom.com কেৱল বিদ্যালয়-পাঠ্য জ্ঞানৰ পৰিসীমাত সীমাবদ্ধ নহয়। ইয়াত আপুনি পাব বিভিন্ন ধৰণৰ World GK, Quiz, Quotes, Captions, Wishes, Assamese Essay, ইতিহাস, ৰাজনীতি, ভূগোল, বিজ্ঞান, সাহিত্য, সংস্কৃতি, আৰু দৈনন্দিন জীৱনত প্ৰয়োজনীয় বহু বিষয়ৰ তথ্য।

আমাৰ লক্ষ্য কেৱল শিক্ষা প্ৰদান নহয়—আমাৰ উদ্দেশ্য হৈছে প্রতিটো ছাত্ৰ-ছাত্ৰীক সৰ্বাঙ্গীনভাৱে আগবঢ়াবলৈ সহায় কৰা। AmarAxom.com সদায় আপোনাৰ শিক্ষাৰ সহযাত্রী।