Join WhatsApp

Join Now

Join Telegram

Join Now

বিপৰীত অর্থবোধক শব্দ Assamese Antonyms Opposite Words 2026

By Nzmina Begum

Published On:

বিপৰীত অর্থবোধক শব্দ Assamese Antonyms Opposite Words

বিপৰীত অর্থবোধক শব্দ Assamese Antonyms Opposite Words

👉 Read also:

বিপৰীত অর্থবোধক শব্দ Assamese Antonyms Opposite Words: কোনো এক শব্দই আন এক শব্দৰ সম্পূৰ্ণ বিপৰীত অৰ্থ প্ৰকাশ কৰিলে তাক শব্দটোৰ বিপৰীত অর্থবোধক শব্দ বা বিপৰীতার্থক শব্দ  (Antonym) বুলি কোৱা হয়।

তলত কিছুমান শব্দ আৰু ইয়াৰ সম্পূৰ্ণ বিপৰীত অৰ্থ বুজোৱা শব্দৰ তালিকা দিয়া হ’ল।

শব্দ

বিপৰীতার্থক শব্দ

অনুগ্ৰহ

নিগ্ৰহ

অণু

বৃহৎ

অনুৰাগ

বিৰাগ

অনুকূল

প্ৰতিকূল

অহংকাৰ

নিৰহংকাৰ

অমৃত

গৰল

অস্থায়ী

স্থায়ী

অলপ

বেছি

আচল

নকল

অভাৱ

উভৈনদী

অসীম

সসীম

অন্ধ

চাক্ষুষ, দৃষ্টিসম্পন্ন

অক্ষম

সক্ষম

অতিবৃষ্টি

অনাবৃষ্টি

আৰম্ভ

সমাপ্ত, শেষ

আৰোহণ

অৱৰোহণ

আত্মনিৰ্ভৰশীল

পৰনিৰ্ভৰশীল

আন্ধাৰ

পোহৰ

আৱাহন

বিসৰ্জন

আধুনিক

অৰ্বাচীন, প্ৰচীন

আৰ্য

অনাৰ্য

আকাশ

পাতাল

আবৃত

অনাবৃত

আগুৱা

পিছুৱা

আসক্ত

অনাসক্ত

আদান

প্ৰদান

আকৰ্ষণ

বিকৰ্ষণ

আনন্দ

নিৰানন্দ, বিষাদ

আৱিৰ্ভাৱ

তিৰোভাৱ, অৰ্ন্তদ্ধান

আদি

অন্ত, শেষ

আয়

ব্যয়

আস্থা

অনাস্থা, অবিশ্বাস

আদৰ

অনাদৰ

আস্তিক

নাস্তিক

আগ

পাছ, গুৰি

আগমন

নিগমন, প্ৰত্যাগমন

আপোন

পৰ

আচাৰ

অনাচাৰ

আৰ্শীবাদ

অভিশাপ

আয়তী

বিধবা

আচামী

ফৰিয়াদী

আশা

নিৰাশা

ইচ্ছুক

অনিচ্ছুক

ইহলোক

পৰলোক

ইষ্ট

অনিষ্ট

ইচ্ছা

অনিচ্ছা

উত্তৰ

দক্ষিণ

উপকাৰ

অপকাৰ

উচ্চ

নীচ

উক্ত

অনুক্ত

উত্তম

অধম

উদ্বিগ্ন

অনুদ্বিগ্ন

উদ্যম

অনুদ্যম

উৰ্বৰ

অনুৰ্বৰ

উত্তমৰ্ণ

অধমৰ্ণ

উৰ্দ্ধ

অধঃ

উচিত

অনুচিত

উৎকৃষ্ট

নিকৃষ্ট

উপস্থিত

অনুপস্থিত

উদাৰ

সংকীৰ্ণ

উত্থান

পতন

উন্নতি

অৱনতি

উদয়

অস্ত

উষ্ণতা

শীতলতা

উপযুক্ত

অনুপযুক্ত

কাতৰ

অকাতৰ

কীৰ্তি

অপকীৰ্তি

গ্ৰহণ

নিৰ্জন

গোপন

প্ৰকাশ, স্পষ্ট

গোচৰীয়া

পদকীয়া

গৃহস্থী

সন্নাসী

গভীৰ

তৰাং, অগভীৰ

গহীন

চঞ্চল

গৰিষ্ঠ

লাঘিষ্ঠ

গধূৰ

পাতল

ঘন

পাতল ঘ

ৰচীয়া

বনৰীয়া

চহকী

দুখীয়া

চল

অচল

চৰম

নৰম

চিনাকী

অচিনাকী

এতিয়া

তেতিয়া

ওপৰত

তলত

ওখ

চাপৰ

কোমল

কঠিন

কৃশ

সথূল

কৃতজ্ঞ

কৃতঘ্ন, অকৃতজ্ঞ

খাদ্য

অখাদ্য

খাল

বাম

গুৰু

শিষ্য

গুণ

দোষ

গুণী

নিৰ্গুণী

দ্ৰুত

মন্থৰ

দেশপ্ৰেমিক

দেশদ্ৰোহী

ধৰ্ম

অধৰ্ম

ধনী

দৰিদ্ৰ, দুখীয়া

নতুন

পুৰণি

নিৰাকাৰ

সাকাৰ

নিৰ্ভীক

ভীৰু

নিৰ্দোষী

দোষী

নিৰ্মল

মলিন

নিৰাপদ

বিপদজনক

ন্যায়

অন্যায়

পণ্ডিত

মূৰ্খ

পৰিষ্কাৰ

লেতেৰা, অপৰিষ্কাৰ

পৰিপাটি

অপৰিপাটি

পৰিশ্ৰমী

এলেহুৱা

পৱিত্ৰ

অপৱিত্ৰ

পাতল

ডাঠ, গধুৰ

পৰিমিত

অপৰিমিত

প্ৰতিহত

অপ্ৰতিহত

প্ৰয়াস

অপ্ৰয়াস

পৰিমেয়

অপৰিমেয়

পৈণত

অপৈণত

চেতন

অচেতন

চিনাকী

অচিনাকী

জমা

খৰচ

জন্ম

মৃত্যু

জয়

পৰাজয়

জাগৰণ

নিদ্ৰা

জ্ঞানী

মূৰ্খ, অজ্ঞানী

জীৱন

মৰণ

জোখ

বিজোখ

ডেকা

বুঢ়া

তপত

চেঁচা

দ’

বাম

দাতা

কৃপণ

দয়ালু

নিষ্ঠুৰ, নিৰ্দয়

দিন

ৰাতি

দীঘল

চুটি

দীৰ্ঘ

হ্রস্ব

দেৱতা

অসুৰ

বিনীত

উদ্ধত

বিস্তৃত

সংক্ষিপ্ত

বিনয়

গৰ্ব

বৈধ

অবৈধ

বাদী

বিবাদী, প্ৰতিবাদী

বাজ

ভিতৰ

বিপদ

নিৰাপদ, সম্পদ

বিফলতা

সফলতা

বিশ্বাসী

বিশ্বাসঘাতক

বিদ্যা

অবিদ্যা

বিৰহ

মিলন

বিধি

নিষেধ, অবিধি

বিখ্যাত

কুখ্যাত, অখ্যাত

ভাল

বেয়া

ভক্তি

ঘৃণা

ভীৰু

সাহসী, নিৰ্ভীক

প্ৰশ্ন

উত্তৰ

পাপ

পুণ্য

প্ৰভু

ভৃত্য

পুৱা

গধূলি, সন্ধ্যা

পুৰস্কাৰ

শাস্তি, তিৰস্কাৰ

প্ৰকৃত

অপ্ৰকৃত,কাল্পনিক

প্ৰকাশ

গোপন, অপ্ৰকাশ

প্ৰাচীন

নবীন

প্ৰচুৰ

অপ্ৰচুৰ, অল্প

প্ৰৱেশ

প্ৰস্থান

প্ৰত্যক্ষ

পৰোক্ষ

প্ৰাচ্য

পাশ্চাত্য

প্ৰেৰণা

নিৰুৎসাহ

বহল

ঠেক

বগা

ক’লা

শান্ত

অশান্ত

শান্ত

অশান্ত

শুক্ল

কৃষ্ণ

শুদ্ধ

ভুল

শকত

ক্ষীণ

শান্তি

অশান্তি

সধবা

বিধবা

সভ্য

অসভ্য

সজ

অসজ

সঁচা

মিছা

সদয়

নিৰ্দয়

সংযোগ

বিয়োগ

সন্ধি

বিগ্ৰহ

সহযোগী

প্ৰতিযোগী

সৎ

অসৎ

সজীৱ

নিৰ্জীৱ

সৰল

জটিল

সশ্ৰম

বিনাশ্ৰম

সঞ্চয়

অপচয়

সমষ্টি

ব্যষ্টি

ভোতা

চোকা

ভূত

ভৱিষ্যত

মান

অপমান

মানুহ

চয়তান, দানৱ

মিলন

বিৰহ

মিত্ৰ

শত্ৰু

মুখ্য

গৌণ

মুক্ত

আবদ্ধ, বন্ধ

মিতব্যয়ী

অপব্যয়ী

যশ

অপযশ

যত্ন

অযত্ন, আওকাণ

যোগ

বিয়োগ

ৰজা

প্ৰজা

ৰোগী

নিৰোগী

লঘু

গুৰু

লাভ

লোকচান

স্বাধীন

পৰাধীন

স্থাৱৰ

অস্থাৱৰ, জংগম

সুযোগ

দুৰ্যোগ

সুলভ

দুৰ্লভ

সুবিধা

অসুবিধা

সুখ

দুখ

সুৰ

অসুৰ, বেসুৰ

সুগম

দুৰ্গম

সুন্দৰ

কুৎসিত

সুশ্ৰী

বিশ্ৰী, কুশ্ৰী

সুখ্যাতি

অখ্যাতি

সুকৃতি

দুষ্কৃতি

সন্মান

অপমান

সপক্ষ

বিপক্ষ

সাদৃশ্য

বৈসাদৃশ্য

সুস্থ

অসুস্থ

স্পষ্ট

অস্পষ্ট

স্বৰ্গ

নৰ্ক, মৰ্ত্য

সাধু

দুৰ্জন, অসাধু

সুগন্ধ

দুৰ্গন্ধ

স্থিৰ

অস্থিৰ

সৃষ্টি

বিনাশ, ধবংস

সোঁ

বাওঁ

হৰণ

পূৰণ

হঁহা

কন্দা

হৰ্ষ

বিষাদ

হৰা

জিকা

হিংসা

প্ৰেম, অহিংসা

হ্রাস

বৃদ্ধি

ক্ষয়

বৃদ্ধি

ক্ষমা

প্ৰতিশোধ

ভৈয়াম

পাহাৰ

ফৰকাল

ডাৱৰীয়া

পণ্ডিতালী

মূৰ্খালি

সবল

দুবৰ্বল

পোহৰ

আন্ধাৰ

দেশী

বিদেশী

প্ৰতিবাদ

সমৰ্থন

নিয়মিত

অনিয়মিত

বাধ্য

অবাধ্য

নিমজ

খহটা

বিকশিত

অবিকশিত

বিচ্ছেদ

অবিচ্ছেদ

বশ

অৱশ, অবাধ্য

বুকু

পিঠি

বিৰল

সুলভ

পদস্থ

পদচ্যুত

পৌৰুষ

অপৌৰুষ

বিদ্যমান

অবিদ্যমান

বৈতনিক

অবৈতনিক

যুগ্ম

অযুগ্ম

গঢ়া

ভঙা

বিভক্ত

অবিভক্ত

স্বাভাৱিক

অস্বাভাৱিক

দিন

ৰাতি

নিশা

দিবা

নিস্তব্দতা

হাহাকাৰ

বৰ্ণনীয়

অবৰ্ণনীয়

বিদিত

অবিদিত, অজানা

প্ৰস্তুত

অপ্ৰস্তুত

যুগুত

অযুগুত

প্ৰিয়

অপ্ৰিয়

প্ৰীতিকৰ

অপ্ৰীতিকৰ

ব্যক্ত

অব্যক্ত

ৰুচি

অৰুচি।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ বিপৰীত অর্থবোধক শব্দ Assamese Antonyms যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment