Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 9 Social Science MCQ Chapter 8 Solutions

By Rabbi Masrur

Published On:

SEBA Class 9 Social Science MCQ Chapter 8 Solutions – Part 2: Geography 2026–27-ত নৱম শ্ৰেণীৰ ভূগোল বিষয়ৰ অধ্যায় ৮-ৰ নিৰ্বাচিত বহুবিকল্পী প্ৰশ্ন আৰু উত্তৰসমূহ সহজ অসমীয়া ভাষাত সন্নিৱিষ্ট কৰা হৈছে। এই অধ্যয়ন সামগ্ৰীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে পাঠটোৰ গুৰুত্বপূৰ্ণ দিশসমূহ পুনৰ মনত পেলাব, প্ৰয়োজনীয় ঐতিহাসিক তথ্যসমূহৰ জ্ঞান লাভ কৰিব আৰু নিজৰ বুজাবুজি পৰীক্ষা কৰিব পাৰিব। অধ্যায়ভিত্তিক MCQ অনুশীলনে নিয়মীয়া অধ্যয়ন, দ্ৰুত পুনৰাবৃত্তি আৰু পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব।

SEBA Class 9 Social Science MCQ Chapter 8 Solutions

অধ্যায়-৩

ভাৰতবৰ্ষৰ ভূগোল

অতি চমু প্রশ্নোত্তৰ (VSA)

১। ভাৰত কোন মহাদেশত অৱস্থিত?

উঃ ভাৰত এছিয়া মহাদেশত অৱস্থিত।

২। ভাৰতৰ উত্তৰে কোন পর্বতমালা অৱস্থিত?

উঃ হিমালয় পর্বতমালা।

৩। ভাৰতৰ দক্ষিণে কোন মহাসাগৰ অৱস্থিত?

উঃ ভাৰত মহাসাগৰ।

৪। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান?

উঃ ৬,১০০ কিলোমিটাৰ।

৫। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?

উঃ ১৫,২০০ কিলোমিটাৰ।

৬। আয়তনৰ দিশত ভাৰতৰ স্থান পৃথিৱীত কিমান?

উঃ সপ্তম।

৭। ভাৰতৰ মাজেদি কোন ৰেখাডাল পাৰ হৈ গৈছে?

উঃ কর্কটক্রান্তি ৰেখা।

৮। ভাৰতৰ ভূ-প্রাকৃতিক অঞ্চল প্রধানকৈ কেইটা?

উঃ চাৰিটা।

৯। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলক আন কি নামেৰে জনা যায়?

উঃ সিন্ধু-গংগা-ব্রহ্মপুত্র উপত্যকা।

১০। দাক্ষিণাত্য মালভূমিৰ আকৃতি কেনেকুৱা?

উঃ ত্রিভুজাকাৰ।

১১। ভাৰতৰ জলবায়ু কিহৰ দ্বাৰা বিশেষভাবে প্রভাবিত?

উঃ মৌচুমী বতাহৰ দ্বাৰা।

১২। চেৰাপুঞ্জী কিহৰ বাবে বিখ্যাত?

উঃ অধিক বৰষুণৰ বাবে।

১৩। ভাৰতৰ উদ্ভিদক মুঠতে কেইটা ভাগত ভাগ কৰা হয়?

উঃ ছয়টা ভাগত।

১৪। ভাৰতৰ অৰ্থনীতি কেনে ধৰণৰ?

উঃ কৃষিপ্রধান।

১৫। ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি?

উঃ তেলেংগানা।

বহুবিকল্পী প্রশ্নোত্তৰ (MCQ)

১। ভাৰত কোন মহাদেশত অৱস্থিত?

(ক) ইউৰোপ

(খ) এছিয়া

(গ) আফ্রিকা

(ঘ) অস্ট্রেলিয়া

উঃ (খ) এছিয়া

২। ভাৰতৰ উত্তৰে কোন দেশ অৱস্থিত?

(ক) শ্রীলংকা

(খ) ম্যানমাৰ

(গ) চীন

(ঘ) বাংলাদেশ

উঃ (গ) চীন

৩। ভাৰতৰ পশ্চিমে কোন সাগৰ অৱস্থিত?

(ক) লোহিত সাগৰ

(খ) ভূমধ্য সাগৰ

(গ) আৰব সাগৰ

(ঘ) কাস্পিয়ান সাগৰ

উঃ (গ) আৰব সাগৰ

৪। ভাৰতৰ দক্ষিণে কোন মহাসাগৰ অৱস্থিত?

(ক) আটলান্টিক মহাসাগৰ

(খ) ভাৰত মহাসাগৰ

(গ) প্রশান্ত মহাসাগৰ

(ঘ) উত্তৰ মহাসাগৰ

উঃ (খ) ভাৰত মহাসাগৰ

৫। ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান?

(ক) ৫,১০০ কিমি

(খ) ৬,১০০ কিমি

(গ) ৭,১০০ কিমি

(ঘ) ৮,১০০ কিমি

উঃ (খ) ৬,১০০ কিমি

৬। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?

(ক) ১২,০০০ কিমি

(খ) ১৩,৫০০ কিমি

(গ) ১৫,২০০ কিমি

(ঘ) ১৬,৮০০ কিমি

উঃ (গ) ১৫,২০০ কিমি

৭। পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ভাৰতত আছে?

(ক) ১.৪%

(খ) ২.৪%

(গ) ৩.৪%

(ঘ) ৪.৪%

উঃ (খ) ২.৪%

৮। আয়তনত ভাৰতৰ স্থান পৃথিৱীত কিমান?

(ক) পঞ্চম

(খ) ষষ্ঠ

(গ) সপ্তম

(ঘ) অষ্টম

উঃ (গ) সপ্তম

৯। ভাৰতৰ মাজেদি কোন ৰেখাডাল পাৰ হৈ গৈছে?

(ক) বিষুৱৰেখা

(খ) মকৰক্ৰান্তি ৰেখা

(গ) কর্কটক্রান্তি ৰেখা

(ঘ) সময়ৰেখা

উঃ (গ) কর্কটক্রান্তি ৰেখা

১০। ভাৰতৰ ভূ-প্রাকৃতিক অঞ্চল কেইটা?

(ক) দুইটা

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পাঁচটা

উঃ (গ) চাৰিটা

১১। পৃথিৱীৰ সৰ্বোচ্চ পর্বতশ্রেণী কোনটো?

(ক) আৰাৱলী

(খ) হিমালয়

(গ) সাতপুৰা

(ঘ) পশ্চিমঘাট

উঃ (খ) হিমালয়

১২। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলক কি বুলি কোৱা হয়?

(ক) গংগা উপত্যকা

(খ) দাক্ষিণাত্য মালভূমি

(গ) সিন্ধু-গংগা-ব্রহ্মপুত্র উপত্যকা

(ঘ) থৰ মৰুভূমি

উঃ (গ) সিন্ধু-গংগা-ব্রহ্মহ্মপুত্র উপত্যকা

১৩। দাক্ষিণাত্য মালভূমিৰ আকৃতি কেনেকুৱা?

(ক) বর্গাকাৰ

(খ) আয়তাকাৰ

(গ) ত্রিভুজাকাৰ

(ঘ) বৃত্তাকাৰ

উঃ (গ) ত্রিভুজাকাৰ

১৪। পশ্চিম উপকূল কোন দুটাৰ মাজত অৱস্থিত?

(ক) আৰব সাগৰ আৰু পশ্চিমঘাট

(খ) বঙ্গোপসাগৰ আৰু পূর্বঘাট

(গ) হিমালয় আৰু সমভূমি

(ঘ) মালভূমি আৰু মৰুভূমি

উঃ (ক) আৰব সাগৰ আৰু পশ্চিমঘাট

১৫। ভাৰতৰ জলবায়ু মূলতঃ কিহৰ দ্বাৰা প্ৰভাৱিত?

(ক) আগ্নেয়গিৰি

(খ) মৌচুমী বতাহ

(গ) ভূমিকম্প

(ঘ) জোঁৱাৰ-ভাটা

উঃ (খ) মৌচুমী বতাহ

১৬। কংকন আৰু মালাবাৰ উপকূলত কোন বতাহে বৰষুণ দিয়ে?

(ক) উত্তৰ-পূৱ মৌচুমী বতাহ

(খ) পশ্চিমীয়া বিক্ষোভ

(গ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ

(ঘ) স্থানীয় বতাহ

উঃ (গ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ

১৭। চেৰাপুঞ্জী কোন ৰাজ্যত অৱস্থিত?

(ক) অসম

(খ) মেঘালয়

(গ) ত্ৰিপুৰা

(ঘ) মিজোৰাম

উঃ (খ) মেঘালয়

১৮। থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত?

(ক) গুজৰাট

(খ) পঞ্জার

(গ) ৰাজস্পন

(ঘ) হাৰিয়ানা

উঃ (গ) ৰাজস্থান

১৯। ভাৰতৰ উদ্ভিদক মুঠতে কেইটা ভাগত ভাগ কৰা হয়?

(ক) চাৰিটা

(খ) পাঁচটা

(গ) ছয়টা

(ঘ) সাতটা

উঃ (গ) ছয়টা

২০। কোনটো চিৰসেউজীয়া উদ্ভিদৰ উদাহৰণ?

(ক) শাল

(খ) ৰবৰ

(গ) চন্দন

(ঘ) ওপৰৰ আটাইকেইটা

উঃ (ঘ) ওপৰৰ আটাইকেইটা

২১। ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত কোন গছ অধিক দেখা যায়?

(ক) বাঁহ

(খ) দেৱদাৰু

(গ) কঁঠাল

(ঘ) আম

উঃ (খ) দেৱদাৰু

২২। জনপ্রব্রজন প্রধানকৈ কেহ প্ৰকাৰৰ?

(ক) এক প্ৰকাৰ

(খ) দুই প্ৰকাৰ

(গ) তিনি প্ৰকাৰ

(ঘ) চাৰি প্ৰকাৰ

উঃ (খ) দুই প্রকাৰ

২৩। এখন দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক কি বোলা হয়?

(ক) আভ্যন্তৰীণ প্ৰব্ৰজন

(খ) গ্রাম্য প্রব্রজন

(গ) আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন

(ঘ) নগৰীয়া প্ৰব্ৰজন

উঃ (গ) আন্তঃৰাষ্ট্ৰীয় প্রব্রজন

২৪। ভাৰতৰ অৰ্থনীতিৰ মূল ভিত্তি কি?

(ক) উদ্যোগ

(খ) বাণিজ্য

(গ) কৃষি

(ঘ) পর্যটন

উঃ (গ) কৃষি

২৫। ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি?

(ক) ছত্তীশগড়

(খ) ঝাৰখণ্ড

(গ) উত্তৰাখণ্ড

(ঘ) তেলেংগানা

উঃ(ঘ) তেলেংগানা।

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): ভাৰতবৰ্ষৰ স্থলসীমা অপেক্ষা উপকূলৰেখা অধিক দীঘল নহয়।

কাৰণ (R): ভাৰতৰ স্থলসীমা পায় ১৫,২০০ কিলোমিটাৰ আৰু উপকূলৰেখাৰ দৈৰ্ঘ্য প্রায় ৭,৫১৬ কিলোমিটাৰ।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): কৰ্কট ক্রান্তিৰেখাই ভাৰতবৰ্ষক প্রায দুটা সমান ভাগত বিভক্ত কৰিছে।

কাৰণ (R): কৰ্কট ক্রান্তিৰেখা ভাৰতৰ একেবাৰে উত্তৰ সীমাৰে অতিক্ৰম কৰিছে।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ(ক) (A) সত্য, কিন্তু (R) অসত্য

প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱা-

স্তম্ভ ‘ক’

(A) ইন্দিৰা পইন্ট

(B) কর্কট ক্রান্তিৰেখা

(C) আৰব সাগৰ

(D) বঙ্গোপসাগৰ

স্তম্ভ ‘খ’

(i) ভাৰতৰ পূব দিশত অৱস্থিত

(ii) ২৩°৩০ উত্তৰ অক্ষাংশ

(iii) ভাৰতৰ দক্ষিণতম বিন্দু

(iv) ভাৰতৰ পশ্চিম দিশত অৱস্থিত

(a) A-iii, B-ii, C-iv, D-i

(b) A-ii, B-iii, C-i, D-iv

(c) A-iv, B-i, C-iii, D-ii

(d) A-i, B-iv, C-ii, D-iii

উঃ(a) A-iii, B-ii, C-iv, D-i

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment