ইতিহাস
ইতিহাস বিষয়ৰ তথ্য
নালান্দা বিশ্ববিদ্যালয় Nalanda University ইতিহাসৰ বিষয়
নালান্দা বিশ্ববিদ্যালয় Nalanda University ইতিহাসৰ বিষয় নালান্দা বিশ্ববিদ্যালয় Nalanda University ৰ নাম শুনিলেই যেন ইতিহাসৰ পৃষ্ঠাবোৰ পঢ়া হৈ যায়। বিশালত্ব, জ্ঞানৰ আলোক, আৰু ঐতিহাসিক তাৎপৰ্যৰ সৈতে নালান্দা বিশ্ববিদ্যালয়ে ...
What is EID? ঈদ। Ed কি? জানক অসমীয়াত
What is EID? ঈদ। Ed কি? জানক অসমীয়াত ঈদ মুছলমানসকলৰ পৱিত্ৰ উৎসৱ। ঈদ শব্দটো মূলতঃ আৰবী ভাষাৰ। ইয়াৰ অৰ্থ আনন্দ। ইয়াৰ আন এক অৰ্থ হ’ল ‘উভতি অহা’; অৰ্থাৎ, ...
অসমীয়াত চুতীয়া ৰাজ্যৰ ইতিহাসৰ বিষয়ে জানক
অসমীয়াত চুতীয়া ৰাজ্যৰ ইতিহাসৰ বিষয়ে জানক ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্দ্ধত আহোমসকলে শিৱসাগৰৰ দক্ষিণ-পূৱ কোণত ৰাজ্য পতাৰ সময়ত আহোম ৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে সোৱণশিৰী আৰু দাক্ষিণপাৰে দিচাং নৈৰ পূবে ...
কোচ ৰাজ্যৰ বিষয় আৰু ইতিহাস জানো আহক
কোচ ৰাজ্যৰ বিষয় আৰু ইতিহাস জানো আহক ষষ্ঠদশ শতিকাৰ আগভাগত কোচবংশীয় বিশ্ব সিংহই (১৫১৫-১৫৪০) কোচ ৰাজ্য প্ৰতিষ্ঠা কৰি কোচবিহাৰত কোচ ৰাজ্যৰ ৰাজধানী পাতে। বিশ্বসিংহৰ পাছত তেওঁৰ পুত্ৰ মল্লদেৱে ...
আইচক্ৰীম Icecream কি ই কেনেকৈ বনাই
আইচক্ৰীম Icecream কি ই কেনেকৈ বনাই এবিধ শীতলীকৃত দুগ্ধজাত সামগ্ৰী, য’ত গাখীৰ, চেনি, পানী আৰু ফল-মূলৰ ৰস বা গুড়ি আদিৰ উপৰি মিহলি কৰা হয় খোৱাৰ উপযোগী ৰং, সুগন্ধি ...
অপোছাম Opossum কি? সহজ ভাষাত জানো আহক
অপোছাম Opossum কি? সহজ ভাষাত জানো আহক অপোছাম (Opossum) নিন্মস্তৰৰ স্তন্যপায়ী দ্বিগৰ্ভী প্ৰাণী। আকাৰত এটা মেকুৰীৰ সমান অপোছাম সাধাৰণতে দক্ষিণ-পূব কানাডা আৰু আৰ্জেণ্টিনাত পোৱা যায়। অস্ট্রলিয়াৰ কেঙেৰুৰ দৰে ...
আগষ্ট August ভাৰতৰ স্বাধীনতা আৰু বতৰীয় পৰিৱৰ্তনৰ মাহ
আগষ্ট August ভাৰতৰ স্বাধীনতা আৰু বতৰীয় পৰিৱৰ্তনৰ মাহ আগষ্ট August হৈছে ইংৰাজী কেলেণ্ডাৰৰ অষ্টম মাহ। এই মাহটোৰ নামকৰণ কৰা হৈছে ৰোমান সম্ৰাট জুলিয়াছ চিজাৰৰ ভাগিনিয়েক আগষ্টাছৰ নাম অনুসৰি। ...
অক্টোবৰ October শৰতৰ মাধুৰ্য আৰু উদযাপনৰ মাহ
জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণতে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দশম মাহ। অক্টোবৰ October শব্দটো লেটিন ‘অক্টোছ’ৰ পৰা আহিছে। ইয়াৰ অৰ্থ অষ্টম। প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই অষ্টম ...