Join WhatsApp

Join Now

Join Telegram

Join Now

What is EID? ঈদ। Ed কি? জানক অসমীয়াত

By Nzmina Begum

Published On:

ঈদ। Ed

What is EID? ঈদ। Ed কি? জানক অসমীয়াত

ঈদ মুছলমানসকলৰ পৱিত্ৰ উৎসৱ। ঈদ শব্দটো মূলতঃ আৰবী ভাষাৰ। ইয়াৰ অৰ্থ আনন্দ। ইয়াৰ আন এক অৰ্থ হ’ল ‘উভতি অহা’; অৰ্থাৎ, যি উৎসৱৰ দিন বা অনুষ্ঠান প্ৰতি বছৰে ঘূৰি ঘূৰি আহে আৰু ন্যায়, নীতি আৰু ধৰ্মচেতনা সঞ্চাৰ কৰে সিয়েই ঈদ।

ঈদ উৎসৱক সংহতি বা সমন্বয়ৰ প্ৰতীক বুলি কোৱা হয়। এই উৎসৱত মুছলমানসকলে দুখীয়া-দৰিদ্ৰ মানুহক দান-দক্ষিণা দিয়ে আৰু সকলোৱে মিলি পৱিত্ৰ মনেৰে আল্লাহৰ ওচৰত দোৱা ভিক্ষা কৰে। বছৰেকত ঈদ দুটাঃ ঈদ-উল ফিতৰ আৰু ঈদ-উদ- আজহা।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment