Join WhatsApp

Join Now

Join Telegram

Join Now

H.S 2nd Year Class 12 History Question Answer 2026

By Rabbi Masrur

Published On:

H S 2nd Year Class 12 History Question Answer

H.S 2nd Year Class 12 History Question Answer

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি H S 2nd Year Class 12 History Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক Class 12 History Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 History Question Answer

Download Paid Question Answer PDF

Class 12 History PDF Notes Rs. 49/- Buy Now

ক-অংশ প্রত্নতত্ত্ব, প্রাচীন ভাৰতবৰ্ষৰ স্থাপত্য, ভাস্কর্য আৰু অসম

👇পাঠৰ নাম
হৰপ্পা সভ্যতা PDF
ৰজা, কৃষক আৰু নগৰসমূহ (প্ৰাৰম্ভিক ৰাজ্য আৰু অর্থব্যৱস্থা, খৃঃ পূঃ ৬০০ – খৃঃ ৬০০) PDF
বন্ধুত্ব, জাতি আৰু শ্রেণী (প্ৰাৰম্ভিক সমাজ, খৃঃ পূঃ ৬০০ – খৃঃ ৬০০) PDF
চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য (সাংস্কৃতিক বিকাশ, খৃঃ পূঃ ৬০০ – খৃঃ ৬০০) PDF
অসমৰ সংক্ষিপ্ত ইতিহাস (প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমানলৈ) PDF

খ- অংশ মধ্যযুগৰ ভাৰত বুৰঞ্জী

👇পাঠৰ নাম
পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭ শ শতিকালৈ) PDF
ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্ৰন্থ (খৃঃ ৮ম শতিকাৰ পৰা ১৮ শ শতিকালৈ) PDF
এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ (খৃঃ ১৪শ–১৬ শ শতিকালৈ) PDF
কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্যঃ খৃঃ ১৬ শ–১৭ শ শতিকালৈ) PDF
সম্রাট আৰু ইতিহাস, মোগল দৰবাৰ (খৃঃ ১৬ শ–১৭ শ শতিকালৈ) PDF

গ-অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

👇পাঠৰ নাম
উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ, চৰকাৰী মহাফেজখানা PDF
১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ PDF
উপনিবেশিক কালৰ ভাৰতীয় নগৰ PDF
মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে PDF
ভাৰত বিভাজন: মৌখিক সমল PDF
ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা PDF

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।

দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।

তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।

চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।

পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।

সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।

অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।

নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।

দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।

দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

3 thoughts on “H.S 2nd Year Class 12 History Question Answer 2026”

Leave a Comment