Join WhatsApp

Join Now

Join Telegram

Join Now

অক চৰাই Auk বাৰ্তা আৰু তথ্য জানক

By Nzmina Begum

Published On:

অক চৰাই Auk বাৰ্তা আৰু তথ্য জানক

অক চৰাই Auk বাৰ্তা আৰু তথ্য জানক

অক চৰাই Auk এবিধ বিলুপ্ত সামুদ্ৰিক চৰাই। স্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীনলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকূল অঞ্চলত পৰ্যাপ্ত পৰিমাণে অ’ক চৰাই আছিল।

কিন্তু সুস্বাদু মাংস আৰু কণীৰ বাবে মানুহৰ নৃশংসতাৰ ফলত এইবিধ চৰাই কমি আহিবলৈ ধৰিলে। জোঙা বহল ঠোঁটটোৰে দেখিবলৈ ধুনীয়া অ’ক চৰাইৰ পাখি দুখন আপেক্ষিকভাৱে সৰু আছিল।

হাঁহৰ দৰে ভৰিৰ পতা থকা অ’ক চৰাই দেখাত পেংগুইনৰ দৰে। 1852 চনত কানাডাৰ ওচৰৰ নিউফাউনলেণ্ড দ্বীপত পোৱা অকলশয়ীৰা অ’ক চৰাইটোকেই পৃথিৱীৰ শেষ অ’ক চৰাই বুলি ঠাৱৰ কৰা হৈছে। এইবিধ চৰাই 6০ হাজাৰতকৈ অধিক বছৰ পৃথিৱীত জীয়াই আছিল।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment