Join WhatsApp

Join Now

Join Telegram

Join Now

সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া সকলৰ নাম

By Nzmina Begum

Published On:

সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া সকলৰ নাম

সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া সকলৰ নাম

সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া সকলৰ নাম, সমাজৰ উন্নয়নত বিভিন্ন ক্ষেত্ৰত বহু ব্যক্তিয়ে বিশেষ অৱদান আগবঢ়াইছে। এই বাটকটীয়া সকলৰ নাম সদায়ে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁলোকৰ জীৱন আৰু কৰ্মে সমাজৰ বাবে আদৰ্শ স্বৰূপ। তলত সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া ব্যক্তিসকলৰ নাম আৰু ক্ষেত্ৰ উল্লেখ কৰা হ’ল।

ক্ষেত্ৰ ————– জনক (বাটকটীয়া)

বিজ্ঞানৰ জনক —— থিঅ’ফ্রেষ্টাচ

আধুনিক জ্যোৰ্তিবিজ্ঞানৰ জনক —— গেলিলিঅ’ গেলিলি

জ্যামিতিৰ জনক —— ইউক্লিড

বুৰঞ্জীৰ জনক —— হিৰ’ডটাচ

ৰাজনৈতিক দৰ্শনৰ জনক —— মেকিয়াভেলি

পলিমাৰ বিজ্ঞানৰ জনক —— হেমান ষ্টাডিংগাৰ

মহাকাশ উৰণৰ জনক —— চেৰ্গেই ক্ৰলিয়ভ

এন্দোক্ৰাইনোলজীৰ জনক —— জেই ব্রেনাল

আধুনিক ক্ৰিকেটৰ জনক —— ডব্লিউ জে গ্ৰেচ

বিশ্বকাপ ফুটবলৰ জনক —— জুলে ৰীমে

বংশগতিৰ জনক —— গ্ৰেগৰ মেণ্ডেল

প্লাষ্টিক চাৰ্জাৰীৰ জনক —— সুশ্ৰুত

পদাৰ্থ বিজ্ঞানৰ জনক —— চাৰ আইজাক নিউটন

গ্ৰিটিং কাৰ্ডৰ জনক —— জেচি হাৰ্চেল

কমনৱেলথ গেমচৰ জনক —— এষ্টলে কুপাৰ

অৰ্থনীতিৰ জনক —— আদাম স্মিথ

চিকিৎসা বিজ্ঞানৰ জনক —— হিপ্পোক্ৰিটিচ

মেটালোগ্ৰাফিৰ জনক —— হেনৰী ক্ৰিলফটন চড়বে

আধুনিক ৰসায়ন বিজ্ঞানৰ জনক —— লেভইছিয়েৰ

এচিয়ান গেমচৰ জনক —— জিডি সোন্ধী

আধুনিক অলিম্পিকৰ জনক ——বেৰণ পিয়েৰ দ্য কুবাৰ্তিন

কমেডীৰ জনক —— এৰিষ্টোফেনচ

ইংৰাজী কবিতাৰ জনক —— জিউফ্রে চচাৰ

ইংৰাজী উপন্যাসৰ জনক —— চেমুৱেল ৰিচাৰ্ডচন

বক্সিঙৰ জনক —— জেক ব্রাউট

ইন্টাৰনেটৰ জনক —— গ্ৰেন ৰিকাৰ্ড

ভাৰতীয় স্থাপত্যবিদ্যাৰ জনক —— আলেকজেণ্ডাৰ কানিংহাম

আধুনিক ভাৰতীয় পেইন্টিংৰ জনক —— নন্দলাল বোস

ভাৰতীয় উপন্যাসৰ জনক —— বংকিম চন্দ্ৰ চেটাৰ্জী

পুথিভঁৰাল আন্দোলনৰ জনক —— এচ ৰঙ্গনাথন

ভাৰতীয় নিউক্লিয়াৰ বিজ্ঞানৰ জনক —— হোমী জাহাঙ্গীৰ ভাবা

ভাৰতীয় মহিলা ক্ৰিকেটৰ মাতৃ —— এল কেলেৰ।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment