Join WhatsApp

Join Now

Join Telegram

Join Now

 অসমীয়াত বিশ্বৰ প্ৰধান ৰাজপ্ৰসাদসমূহ তালিকা

By Nzmina Begum

Published On:

 অসমীয়াত বিশ্বৰ প্ৰধান ৰাজপ্ৰসাদসমূহ তালিকা
অসমীয়াত বিশ্বৰ প্ৰধান ৰাজপ্ৰসাদসমূহ তালিকা

ৰাজপ্ৰসাদসমূহ ৰাজকীয় ইতিহাস, স্থাপত্য শৈলী আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰতীক। এইবোৰ সাধাৰণতে ৰাজপৰিয়ালৰ বাসস্থান, চৰকাৰী কাৰ্য্যালয় বা ঐতিহাসিক পৰ্যটন স্থলী হিচাপে ব্যৱহৃত হয়। তলত বিশ্বৰ কেইখনমান বিখ্যাত ৰাজপ্ৰসাদৰ তালিকা দিয়া হ’ল:

ৰাজপ্ৰসাদৰ নাম গৰাকী
বাকিংহাম পেলেচ ইংলণ্ডৰ ৰজা। ৰাণী।
ইলিজি ৰাজপ্ৰসাদ (পেৰিচ) ফ্রান্সৰ ৰাষ্ট্ৰপতি।
বুগ’ৰ ৰাজপ্ৰসাদ ইণ্ডোনেচীয়াৰ প্ৰধানমন্ত্ৰী।
১০ ডাউনিং স্ট্রিট বৃটেইনৰ প্ৰধান মন্ত্ৰী।
ভেটিকান চিটি পোপ।
ৰাষ্ট্ৰপতি ভৱন (ভাৰত, নতুন দিল্লী) ভাৰতৰ ৰাষ্ট্ৰপতি।
হুৱাইট হাউচ আমেৰিকাৰ ৰাষ্ট্ৰপতি।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment