Join WhatsApp

Join Now

Join Telegram

Join Now

অনুসূৰ । Anusur সূৰ্য আৰু পৃথিৱীৰ আটাইতকৈ ওচৰৰ

By Nzmina Begum

Published On:

অনুসূৰ । Anusur

অনুসূৰ । Anusur সূৰ্য আৰু পৃথিৱীৰ আটাইতকৈ ওচৰৰ

(অনুসূৰ । Anusur) সূৰ্য আৰু পৃথিৱীৰ আটাইতকৈ ওচৰৰ অৱস্থানক ‘অনুসূৰ’ বুলি কোৱা হয়। পৃথিৱীৰ কক্ষপথ উপবৃত্তাকাৰ হোৱাৰ কাৰণে সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব বছৰটোৰ সকলো সময়তে সমান নহয়।

বছৰৰ তিনি জানুৱাৰীৰ দিনা সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আটাইতকৈ কম। ইয়াকে অনুসূৰ বা অধম দূৰত্ব বোলা হয়। সেইদিনা সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হয় 14.7 কোটি কিলোমিটাৰ।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment