Home সাহিত্য সাহিত্যত নবেল বঁটা বিজেতাসকল

সাহিত্যত নবেল বঁটা বিজেতাসকল

0

সাহিত্যত নবেল বঁটা বিজেতাসকল,Nobel Prize Winners in Literature

সাহিত্যত নবেল বঁটা বিজেতাসকল

বন্ধুসকল আজি আমি এই প্রবন্ধত পৃথিৱীৰ সাহিত্যত নবেল বঁটা বিজেতাসকলৰ বিষয় আলোচনা কৰিম আমি আশা কৰু যে আপোনালোকৰ বাবে এই প্রবন্ধত টো উপযুগি হব। প্রবন্ধত টো ভাল লাগিলে বন্ধু বান্ধবীৰ লগত শেয়াৰ কৰি দিব।

সাহিত্যত নবেল বঁটা বিজেতাসকল।

১৯০১ ———- ৰেনে এফ এ চ্যুল্লী পুডহোম  (ফ্রান্স)

১৯০২ ———- থেওডৰ মোমচেন (জাপান)

১৯০৩ ———- বিয়ান ষ্টেৰণে বিয়ৰ্ণচন (নৰৱে)

১৯০৪——— ফ্রেডেৰিক মিষ্ট্ৰল (ফ্রান্স), জোচ ইচ্চেগেৰে (স্পেইন)

১৯০৫ ———- হেনৰিক চিনকিয়েউজ (প’লেণ্ড)

১৯০৬ ———- গোহচ্যু কাৰ্ডুচ্চি (ইটালি)

১৯০৭ ———- ৰাডিয়াৰ্ড কিপলিং (ব্রাজিল)

১৯০৮ ———- ৰুডলফ চি ইউক্বেন (জাৰ্মান)

১৯০৯ ———- চেল্মা লাগেৰলফ (চুইডেন)

১৯১০ ———- প’ল জে এ হেইজ (জাৰ্মান)

১৯১১———- মৰিচ টেৰলিংক (বেলজিয়াম)

১৯১২ ———- গেহৰ্টি হ’প্তমেন (জাৰ্মান)

১৯১৩———- ৰবীন্দ্ৰনাথ ঠাকুৰ (ভাৰত)

১৯১৫———- ৰ’মা ৰ’লা (ফ্রান্স)

১৯১৬———- ভাৰ্ণাৰ ভন হেইডেনষ্টম (চুইডেন)

১৯১৭———- এ. গিৰ’ল্লাৰুপ, হেনৰী পন্টোপপিডান (ডেনমাৰ্ক)

১৯১৯ ———- কাৰ্ল এফ জি স্পিটলাৰ (চুইজাৰলেণ্ড)

১৯২০ ———- নিউট হেমচান (নৰৱে)

১৯২১ ———- এনাটোলা ফ্রাঁ  (ফ্রান্স)

১৯২২ ———- জেচিন্টো ভেনােভন্টে (স্পেইন)

১৯২৩ ———- উইলিয়াম বাটলাৰ ইয়েটচ (আয়াৰলেণ্ড)

১৯২৪ ———- ৱালেডীস্ন’এচ ৰেমন্ট (প’লেণ্ড)

১৯২৫ ———- জৰ্জ বাৰ্নাৰ্ড শ্ব (আয়াৰলেণ্ড)

১৯২৬ ———- গ্ৰেটছিয়া ডেলিডা (ইটালি)

১৯২৭ ———- বাৰ্গচন (ফ্রান্স)

১৯২৮ ———- চিগৰিড উন্দচেড (নৰৱে)

১৯২৯ ———- টমাচ ম্যান (জাৰ্মান)

১৯৩০———- চিনক্লেইৰ লিউইচ (আমেৰিকা)

১৯৩১———- এৰিক এ কালফিল্ড (ব্রাজিল)

১৯৩২———- জন গলচ্‌ৱৰ্ডি।

১৯৩৩———- আইভান এবুনিন (ৰাছিয়া)

১৯৩৪———- লুইজি পিৰানডেল্লু (ইটালি)

১৯৩৬———- ইউজিন অনিল (আমেৰিকা)

১৯৩৭———- ৰজাৰ মাৰ্টিন দ্য গাডৰ (ফ্রান্স)

১৯৩৮———- পাৰ্ল চে বাক (আমেৰিকা)

১৯৩৯———- ফেন্স চি চিন্নানপা (ফিনলেণ্ড)

১৯৪৪———- জোহানচ ভি জেনচেন (ডেনমাৰ্ক)

১৯৪৫———- গেব্রিয়েল মিষ্টল (চিলি)

১৯৪৬———- হাৰমেন হেচ্চ (চুইজাৰলেণ্ড)

১৯৪৭———- এন্দ্ৰে জিড (ফ্রান্স)

১৯৪৮———- টি এচ ইলিয়ট (ব্রাজিল)

১৯৪৯———- উইলিয়াম ফকনাৰ (আমেৰিকা)

১৯৫০———- বাৰ্ট্ৰণ্ড ৰাচেল (ব্রাজিল)

১৯৫১———- পাৰ এফ লেগাৰ্কৱিষ্ট (চুইডেন)

১৯৫২———- ফ্রেচোঁৱা মৌৰিয়া (ফ্রান্স)

১৯৫৩——— চাৰ উইনষ্টন চাৰ্চিল (ইংলণ্ড)

১৯৫৪———- আৰ্ণেষ্ট হেমিংৱে (আমেৰিকা)

১৯৫৫———- হ’ল্লড’ৰ কে লেকচনেচ্চ (আইচলেণ্ড)

১৯৫৬———- জুৱান ৰিমেনচ (স্পেইন)

১৯৫৭———- এলবাৰ্ট কেমু (ফ্রান্স)

১৯৫৮——— ব’ৰিচ এল পেষ্টাৰনক ( ৰাছিয়া – অগ্ৰাহ্য কৰে)

১৯৫৯———-চেলভাড’ৰ কুৱাচিমেডো (ইটালি)

১৯৬০———- চেইন্ট জন পাৰ্চ (ফ্রান্স)

১৯৬১———- আইভো  এন্দ্ৰিক (যুগোশ্লাভিয়া)

১৯৬২———- জন ষ্টেইনবেক (আমেৰিকা)

১৯৬৩———- জৰ্জ চেফেৰিচ (গ্ৰীচ)

১৯৬৪———- জ্যা পল ছাঁত্ৰে (ফ্রান্স- পুৰষ্কাৰ অগ্ৰাহ্য কৰে)

১৯৬৫———-মিখাইল শ্ব’ল’খভ (ৰাছিয়া)

১৯৬৬———- যোচেফ আগন’ন (ইজৰাইল), নেলী চকচ (চুইডেন)

১৯৬৭———- মিগুৱেল এঞ্জল অষ্টুৰিয়ান (গুৱেটামালা)

১৯৬৮———- য়ু্‌চুনাৰী কাবাবাটা (জাপান)

১৯৬৯———- চেমুৱেল বেকেট (আয়াৰলেণ্ড)

১৯৭০———- আকেলজেণ্ডাৰ আই চলজেনিটছি (ৰাছিয়া)

১৯৭১———- পাবলো বয়েল (চিলি)

১৯৭২———- হেইনৰিখ ব’ল্ল (পশ্চিম জাৰ্মানী)

১৯৭৩———- পেট্ৰিক হোৱাইট (অষ্ট্ৰেলিয়া)

১৯৭৪———- আইভিল্ড জনচন, এডমাণ্ড মাৰ্টিনচন (চুইডেন)

১৯৭৫———- ইউজিনঅ’ মন্টেলে (ইটালি)

১৯৭৬———- চল বেল্লু (আমেৰিকা)

১৯৭৭———- ভাইচেন্টে আলোকচি আনন্দে (স্পেইন)

১৯৭৮———- আইজাক বচেভিচ চিংগাৰ (আমেৰিকা)

১৯৭৯———- ওডিচ্চিয়াচ ইলিটিচি (গ্ৰীচ)

১৯৮০———- চেৰ্চৱাভ মাইজ (প’লেণ্ড)

১৯৮১———- ইলিয়াছ কেনেট্ৰি (ইংলণ্ড)

১৯৮২———- জেব্রিয়েল গাৰ্চিয়া মাকুৱেজ (কলম্বিয়া)

১৯৮৩———- উইলিয়াম গল্ডিং (ইংলণ্ড)

১৯৮৪———- জেৰোশ্লাভ চেইফাডৰ (চেকোশ্লোভাকিয়া)

১৯৮৫———- ক্লোডে চাইমন (ফ্রান্স)

১৯৮৬———- ৱলে চয়নিকা (নাইজেৰিয়া)

১৯৮৭———- যোছেফ ব্রাডস্কি (ৰাছিয়া)

১৯৮৮———- নকুইব মেহফুজ (ইজিপ্ত)

১৯৮৯———- কেমিলিঅ’ হোছেছেলা (স্পেইন)

১৯৯০———- অক্টোভিঅ’ প’জ (মেক্সিকো)

১৯৯১———- নডাইন গ’ৰ্ডিমাৰ (দক্ষিণ আফ্রিকা)

১৯৯২———- ডেৰেক ৱালকট (ৱেষ্ট ইণ্ডিজ)

১৯৯৩———- টনি মৰিচন (আমেৰিকা)

১৯৯৪———- কেনজাবুৰু ওৱে (জাপান)

১৯৯৫———- চীমাচ হিনী (আয়াৰলেণ্ড)

১৯৯৬———- ৱাইচলোৱা চজী মোৰ স্কা (পোলেণ্ড)

১৯৯৭———- ডেৰিঅ’ ফো (ইটালী)

১৯৯৮———- জোছে চাৰামাগো (পৰ্তুগাল)

১৯৯৯———- গুন্টাৰ গ্ৰান্ত (জাৰ্মানী)

২০০০———- গাওঁ জিনজিয়াং (চীন)

২০০১———- ভি এচ নাইপ’ল (বৃটেইন)

২০০২ ———- ইমৰে কাৰ্টেজ (হাঙ্গেৰী)

২০০৩———- জন মে’ৱেল কোৱেটজি।

২০০৪———- এলফ্রেডি জেলিনেক।

২০০৫———- হেৰল্ড পিনটাৰ।

২০০৬———- আৰহান পামুক।

২০০৭———- ড’ৰিচ লেচিং।

২০০৮———- জেন ম্যাৰি গোচটেভ লে ক্লিজিঅ’

২০০৯———- হাৰটা মুল্লাৰ।

২০১০———- মাৰিঅ’ ভাৰ্গাাছ ইয়াছা।

২০১১———- টমাচ ট্রেনচ’মাৰ (চুইডেন)

২০১২———- মো য়্যান (চীন)

২০১৩———- এলিচ মনৰো (কানাডা)

২০১৪———- পেট্ৰিক ম’ডিয়ানো।

২০১৪———-ছেভটলানা আলেক্সিভিছ।

২০১৫———ভেটলানা আলেক্সিভিচ।

২০১৬———বব ডিলান।

২০১৭———কাজু ইচিগুৰু।

২০১৮———আলগা টুকাৰজুক।

২০১৯———পেটাৰ হান্ডেক।

২০২০———লুইচ গ্লুক

সাহিত্যত নবেল বঁটা বিজেতাসকল।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here