Join WhatsApp

Join Now

Join Telegram

Join Now

অপসূৰ Apasur সূৰ্য আৰু পৃথিৱীৰ আটাইতকৈ দৃৰৰ

By Nzmina Begum

Published On:

অপসূৰ Apasur

অপসূৰ Apasur সূৰ্য আৰু পৃথিৱীৰ আটাইতকৈ দৃৰৰ

(অপসূৰ Apasur) সূৰ্য আৰু, পৃথিৱীৰ আটাইতকৈ দৃৰৰ অৱস্থানক ‘অপসূৰ’ বুলি কোৱা হয়। পৃথিৱীয়ে নিজ উপবৃত্তাকাৰ কক্ষত পৰিভ্ৰমণ কৰোতে বছৰৰ 4 জুলাইত সূৰ্যৰ আটাইতকৈ দূৰলৈ যায়গৈ। ইয়াকে অপসূৰ বা পৰম দূৰত্ব বোলা হয়। এই অৱস্থাত সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হয়গৈ 15.2 কোটি কিলোমিটাৰ। সেই সময়ত উত্তৰ গোলাৰ্ধত গ্ৰীষ্ম আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়। অৱশ্যে অপসূৰ বা অনুসূৰৰ বাবে পৃথিৱীত তাপৰ হ্ৰাস-বৃদ্ধি নহয়। তাপৰ হ্ৰাস-বৃদ্ধি বা জাৰ-জহ হয় সূৰ্যৰ ৰশ্মি হেলনীয়া বা লম্ভভাৱে পৃথিৱীপৃষ্ঠত পৰাৰ কাৰণেহে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment