Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 9 Social Science MCQ Chapter 4 Solutions

By Rabbi Masrur

Published On:

SEBA নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ডৰ ইতিহাস বিষয়ৰ অধ্যায় ৪-ৰ SEBA Class 9 Social Science MCQ Chapter 4 Solutions গুৰুত্বপূৰ্ণ বহুবিকল্পী প্ৰশ্নোত্তৰ (MCQ) ইয়াত সহজ অসমীয়া ভাষাত আগবঢ়োৱা হৈছে। এই অধ্যয়ন সামগ্ৰীত অধ্যায়টোৰ মূল বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু শুদ্ধ উত্তৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই MCQসমূহ অনুশীলন কৰি ঐতিহাসিক ঘটনা, তথ্য আৰু প্ৰয়োজনীয় ধাৰণাসমূহৰ বিষয়ে স্পষ্ট জ্ঞান লাভ কৰিব পাৰিব। নিয়মীয়া অনুশীলন আৰু পুনৰাবৃত্তিৰ বাবে এই প্ৰশ্নোত্তৰসমূহ পৰীক্ষাৰ প্ৰস্তুতিত সহায়ক হ’ব।

SEBA Class 9 Social Science MCQ Chapter 4 Solutions

অধ্যায়-৪

মানৰ অসম আক্রমণ

অতি চমু প্রশ্নোত্তৰ (VSA)

১। মানসকলে আৰাকান কেতিয়া জয় কৰিছিল?

উঃ ১৭৮৪ চনত মানসকলে আৰাকান জয় কৰিছিল।

২। মান আৰু ইংৰাজৰ মাজত শত্রুতা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উঃ ১৮২৪ চনৰ পৰা আৰম্ভ হৈছিল।

৩। পূর্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ কাৰণ কি আছিল?

উঃ ঘিলাধাৰী যুদ্ধত আহোম বাহিনীৰ পৰাজয়ৰ বাতৰি পাই তেওঁৰ মৃত্যু হৈছিল।

৪। বদনচন্দ্ৰ বৰফুকনে কিমান মান সৈন্য অসমলৈ আনিছিল?

উঃ প্রায় ৮,০০০ মান সৈন্য আনিছিল।

৫। বদনচন্দ্রক কোন উপাধি দিয়া হৈছিল?

উঃ ‘মন্দ্ৰ বৰফুকন’ উপাধি দিয়া হৈছিল।

৬। মানসকলে অসমত মুঠ কিমানবাৰ আক্ৰমণ কৰিছিল?

উঃ তিনিবাৰ আক্ৰমণ কৰিছিল।

৭। প্রথম মান আক্রমণ কেতিয়া হৈছিল?

উঃ ১৮১৭ চনত হৈছিল।

৮। বদনচন্দ্রক কেতিয়া হত্যা কৰা হৈছিল?

উঃ ১৮১৭ চনত হত্যা কৰা হৈছিল।

৯। প্রথম ইংগ-বর্মা যুদ্ধ কেতিয়া হৈছিল?

উঃ ১৮২৪ চনত হৈছিল।

১০। য়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

ডঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল।

১১। পানীমুৱা বিদ্রোহ কাৰ নেতৃত্বত হৈছিল?

উঃ পানীমুৱা নামৰ এজন লোকৰ নেতৃত্বত হৈছিল।

১২। ঘিলাধাৰী যুদ্ধত কোন পক্ষ পৰাজিত হৈছিল?

উঃ আহোম বাহিনী পৰাজিত হৈছিল।

১৩। আলমিংগি কোন আছিল?

উঃ আলুমিংগি মান ৰজা বদৌপায়াৰ এজন সেনাপতি আছিল।

বহুবিকল্পী প্রশ্নোত্তৰ (MCQ)

১। মানসকলে আৰাকান জয় কৰিছিল-

(ক) ১৭৬৫

(খ) ১৭৮৪

(গ) ১৮১৭

(ঘ) ১৮২৪

উঃ (খ) ১৭৮৪

২। প্রথম মান আক্রমণ সংঘটিত হৈছিল-

(ক) ১৮১৭

(খ) ১৮১৮

(গ) ১৮১৯

(ঘ) ১৮২১

উঃ (ক) ১৮১৭

৩। বদনচন্দ্ৰ বৰফুকনে সহায় বিচাৰি প্ৰথমে ক’লৈ গৈছিল?

(ক) মণিপুৰ

(খ) কাছাৰ

(গ) ৰংপুৰ

(ঘ) জয়ন্তীয়া

উঃ (গ) ৰংপুৰ

৪। মান ৰজা বদৌপায়াই কিমান সৈন্য অসমলৈ পঠিয়াইছিল?

(ক) ৫,০০০

(খ) ৬,০০০

(গ) ৭,০০০

(ঘ) ৮,০০০

উঃ (ঘ) ৮,০০০

৫। ঘিলাধাৰী যুদ্ধত কোন পৰাজিত হৈছিল?

(ক) মানসকল

(খ) ইংৰাজ

(গ) আহোম বাহিনী

(ঘ) মণিপুৰী বাহিনী

উঃ (গ) আহোম বাহিনী

৬। পূর্ণানন্দ বুঢ়াগোহাঁই কোন পদত আছিল?

(ক) বৰফুকন

(খ) বুঢ়াগোহাঁই

(গ) বৰবৰুৱা

(ঘ) সেনাপতি

উঃ (খ) বুঢ়াগোহাঁই

৭। বদনচন্দ্ৰক হত্যা কৰিছিল-

(ক) আলুমিংগিয়ে

(খ) কচিনাথে

(গ) ৰূপচিঙে

(ঘ) পুৰন্দৰে

উঃ (গ) রূপচিঙে

৮। পুৰন্দৰ সিংহ কাৰ পুত্ৰ আছিল?

(ক) পূর্ণানন্দ

(খ) বদনচন্দ্র

(গ) ব্রজনাথ

(ঘ) চন্দ্রকান্ত

উঃ (গ) ব্রজনাথ

৯। আলুমিংগি আছিল-

(ক) আহোম সেনাপতি

(খ) মান সেনাপতি

(গ) ইংৰাজ বিষয়া

(ঘ) কাছাৰৰ ৰজা

উঃ (খ) মান সেনাপতি

১০। প্রথম ইংগ-বর্মা যুদ্ধ হৈছিল-

(ক) ১৮১৭

(খ) ১৮২১

(গ) ১৮২৪

(ঘ) ১৮২৬

ডঃ (গ) ১৮২৪

১১। য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল-

(ক) ১৮২৪

(খ) ১৮২৫

(গ) ১৮২৬

(ঘ) ১৮২৮

উঃ (গ) ১৮২৬

১২। য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল-

(ক) ২৪ জানুৱাৰী

(খ) ২৪ ফেব্ৰুৱাৰী

(গ) ২৪ মার্চ

(ঘ) ২৪ এপ্রিল

উঃ (খ) ২৪ ফেব্ৰুৱাৰী

১৩। পানীমুৱা বিদ্রোহ কাৰ বিৰুদ্ধে হৈছিল?

(ক) চন্দ্রকান্ত সিংহ

(খ) বদনচন্দ্র

(গ) পূর্ণানন্দ বুঢ়াগোহাঁই

(ঘ) পুৰন্দৰ সিংহ

উঃ (গ) পূর্ণানন্দ বুঢ়াগোহাঁই

১৪। গোবিন্দচন্দ্র আছিল-

(ক) মণিপুৰৰ ৰজা

(খ) কাছাৰৰ ৰজা

(গ) জয়ন্তীয়াৰ ৰজা

(ঘ) আহোম ৰজা

উঃ (খ) কাছাৰৰ ৰজা

১৫। গম্ভীৰ সিং আছিল-

(ক) কাছাৰৰ ৰাজকুমাৰ

(খ) আহোম ৰাজকুমাৰ

(গ) মণিপুৰৰ ৰাজকুমাৰ

(ঘ) জয়ন্তীয়াৰ ৰাজকুমাৰ

উঃ (গ) মণিপুৰৰ ৰাজকুমাৰ

১৬। লুকু ডেকা ফুকন আছিল-

(ক) এজন ৰজা

(খ) এজন সেনাপতি

(গ) এজন মহন্ত

(ঘ) এজন ইংৰাজ বিষয়া

উঃ (খ) এজন সেনাপতি

১৭। ‘দোৱনীয়া’ বুলি কাক কোৱা হৈছিল?

(ক) মান সৈন্যক

(খ) ইংৰাজ সৈন্যক

(গ) ছদ্মবেশী অসমীয়াক

(ঘ) মণিপুৰী সৈন্যক

উঃ (গ) ছদ্মবেশী অসমীয়াক

১৮। মানসকলে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰিছিল-

(ক) ১৮১৭

(খ) ১৮১৮

(গ) ১৮১৯

(ঘ) ১৮২১

উঃ (খ) ১৮১৮

১৯। চন্দ্রকান্ত সিংহই ক’ত আশ্রয় লৈছিল?

(ক) মণিপুৰ

(খ) কাছাৰ

(গ) ইংৰাজ ৰাজ্য

(ঘ) জয়ন্তীয়া

উঃ (গ) ইংৰাজ ৰাজ্য

২০। য়াণ্ডাবু সন্ধিৰ ফলত কোন প্রদেশ ইংৰাজৰ হাতলৈ যায়?

(ক) কামৰূপ

(খ) দৰং

(গ) আৰাকান

(ঘ) নগাঁও

উঃ (গ) আৰাকান

২১। মান ৰজা বদৌপায়াৰ নাতিৰ নাম কি আছিল?

(ক) আলুমিংগি

(খ) বাগীদোৱা

(গ) গম্ভীৰ সিং

(ঘ) পুৰন্দৰ সিংহ

উঃ (খ) বাগীদোৱা

২২। মানসকলে কাক অসমৰ ৰজা পাতিছিল?

(ক) পুৰন্দৰ সিংহ

(খ) কমলেশ্বৰ সিংহ

(গ) গৌৰীনাথ সিংহ

(ঘ) জয়সিংহ

উঃ (ক) পুৰন্দৰ সিংহ

২৩। হাও বৰা আছিল-

(ক) ইংৰাজ বিষয়া

(খ) আহোম সেনাপতি

(গ) মান সেনাপতি

(ঘ) কাছাৰৰ ৰজা

উঃ (খ) আহোম সেনাপতি

২৪। দামান গগৈ কোন আছিল?

(ক) আহোম সেনাপতি

(খ) মান সেনাপতি

(গ) ইংৰাজ বিষয়া

(ঘ) মহন্ত

উঃ (ক) আহোম সেনাপতি

২৫। য়াণ্ডাবু সন্ধিৰ পিছত অসমৰ স্বাধীনতা-

(ক) বৃদ্ধি পায়

(খ) অক্ষুণ্ণ থাকে

(গ) শেষ হয়

(ঘ) পুনৰ ঘূৰি আহে

উঃ (গ) শেষ হয়।

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A)ঃ মানৰ আক্রমণে অসমৰ সামাজিক আৰু অর্থনৈতিক জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল।

কাৰণ (R)ঃ মান সেনাই অসমৰ বহু অঞ্চলত লুণ্ঠন, ধ্বংস আৰু জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলাইছিল।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): মানৰ আক্ৰমণৰ ফলত আহোম ৰাজ্য অধিক দুৰ্বল হৈ পৰিছিল।

কাৰণ (R)ঃ মানৰ আক্ৰমণৰ সময়ত আহোম ৰাজ্যৰ সামৰিক আৰু ৰাজনৈতিক শক্তি পূৰ্বতকৈ অধিক শক্তিশালী হৈছিল।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (ক) (A) সত্য, কিন্তু (R) অসত্য

প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱাঃ

স্তম্ভ ‘ক’

(A) চন্দ্রকান্ত সিংহ

(B) মান আক্রমণ

(C) ইয়াণ্ডাবু সন্ধি

(D) ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী

স্তম্ভ ‘খ’

(i) ১৮২৬ চনত স্বাক্ষৰিত

(ii) আহোম স্বৰ্গদেউ

(iii) অসমত ব্রিটিছ শাসনৰ আৰম্ভণি

(iv) অসমৰ ইতিহাসৰ এক বিধ্বংসী ঘটনা

স্তম্ভ ‘খ’

(a) A-ii, B-iv, C-i, D-iii

(b) A-i, B-ii, C-iii, D-iv

(c) A-iv, B-iii, C-ii, D-i

(d) A-iii, B-i, C-iv, D-ii

উঃ (a) A-ii, B-iv, C-i, D-iii

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment