Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত বিশ্বৰ প্ৰধান জলপ্ৰপাতসমূহ তালিকা

By Nzmina Begum

Published On:

অসমীয়াত বিশ্বৰ প্ৰধান জলপ্ৰপাতসমূহ তালিকা

অসমীয়াত বিশ্বৰ প্ৰধান জলপ্ৰপাতসমূহ তালিকা

হ্যালো বন্ধুবান্দবী সকল আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম। বিশ্বৰ প্ৰধান জলপ্ৰপাতসমূহৰ তালিকা তলত দিয়া হৈছে। এইসকল জলপ্ৰপাত প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে প্ৰসিদ্ধ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত অৱস্থিত।

জলপ্ৰপাতৰ নাম দেশেৰ নাম
এঞ্জেল ভেনিজুয়েলা
কুকেনাম ভেনিজুয়েলা
গেভাৰণি ফ্ৰান্স
টুগেলা দক্ষিণ আফ্ৰিকা
উলুমোম্বি অষ্ট্ৰেলিয়া
টাকাক্কাও কানাডা
ৰিব’ন আমেৰিকা
আপোন যোছেমাইট আমেৰিকা
ইগুৱাজুপেট’ছ আৰ্জেন্টিনা
গ্ৰেণ্ড লাব্ৰাডৰ
নায়েগাৰা কানাডা
প’ল’ এফনছ ব্ৰাজিল

সামৰণি:

যদি এই প্রবন্ধন টো আপোনাৰ বাবে সহায় হৈছে বুলি বাবে তেনেহলে পোস্ট টো সোশ্যাল মেডিয়াত শেয়ারা কৰিবলৈ নাপাহৰিব ধন্যাবাদ।

👉 Read Also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment