Join WhatsApp

Join Now

Join Telegram

Join Now

ইছলাম। Islam মহাপুৰুষ হজৰত মহম্মদৰ বিষয়

By Nzmina Begum

Published On:

ইছলাম। Islam মহাপুৰুষ হজৰত মহম্মদৰ বিষয়

ইছলাম। Islam মহাপুৰুষ হজৰত মহম্মদৰ বিষয়।

হজৰত মহম্মদে প্ৰৱৰ্তন কৰা এক ধৰ্মমত। আৰবী ভাষাত ইছলাম শব্দৰ অৰ্থ  সমৰ্পণ, বশ্যতা বা শান্তি। এই সাৰ্বজনীন ধৰ্মত বিশ্বাসীসকলক মুছলমান বুলি কোৱা হয়।

প্ৰায় ১৪৫০ বছৰৰ আগতে হজৰত মহম্মদে আৰবত ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰে। ইছলাম ধৰ্মীয় লোকে হজৰত মহম্মদক আল্লাহৰ বাণী প্ৰচাৰৰ বাবে অহা সৰ্বশেষ আৰু সৰ্বোত্তম দূত (পয়গম্বৰ)  বুলি গণ্য কৰে।

একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ বাণী তেওঁৰ দূত পয়গম্বৰ মহম্মদে জনসাধাৰণৰ বাবে কঢ়িয়াই লৈ আহে। এই বাণীবোৰ ‘কোৰান’ত লিপিবদ্ধ কৰা হছৈে। সেয়েহে কোৰান তেওঁলোকৰ বাবে অতি পবিত্ৰ গ্ৰন্থ।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment