Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত ইংৰাজী মাহৰ আন্তৰ্জাতিক দিৱসসমূহৰ নাম

By Nzmina Begum

Published On:

অসমীয়াত ইংৰাজী মাহৰ আন্তৰ্জাতিক দিৱসসমূহৰ নাম

অসমীয়াত ইংৰাজী মাহৰ আন্তৰ্জাতিক দিৱসসমূহৰ নাম

ইংৰাজী মাহৰ আন্তৰ্জাতিক দিৱসসমূহৰ নাম। ভৱিষ্যতৰ বাবে জানিবলৈ ভাল লাগে যে ইংৰাজী মাহৰ প্ৰতি মাহতেই কিছুমান বিশেষ দিৱস উদযাপন কৰা হয়।

সেয়া আন্তৰ্জাতিক হ’ব বা ৰাষ্ট্ৰীয়, এনে বিশেষ দিৱসসমূহে আমাৰ দৈনন্দিন জীৱনৰ সৈতে সংযোগ স্থাপন কৰে আৰু বিশেষ গুৰুত্ব বহন কৰে।

আজিৰ এই লিখনীটোৰ মাজেৰে আমি জানিবলৈ চেষ্টা কৰিম  প্ৰতি মাহৰ আৰ্হিৰ অন্তৰ্জাতিক দিৱসসমূহৰ বিষয়ে।

এই দিৱসবোৰ জানিলে আমি আমাৰ জীৱনলৈ নতুন দৃষ্টিভংগী অনাৰ লগতে, একেখনকৈ সকলো দিৱসৰ ইতিহাস আৰু বিশেষত্বও উপলব্ধি কৰিব পাৰিম।

তলত কিছুমান আন্তৰ্জাতিক দিৱসসমূহৰ নাম আৰু দিন উল্লেখ কৰা হল।

দিৱসসমূহৰ নাম মাহৰ নাম
আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 8 মাৰ্চ
বিশ্ব উপভোক্তা অধিকাৰ দিৱস 15 মাৰ্চ
বিশ্ব বতৰ দিৱস 24 মাৰ্চ
জাতীয় সমুদ্ৰ দিৱস 5 এপ্ৰিল
বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল
বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল
আন্তঃৰাষ্ট্ৰীয় ভূমি দিৱস 22 এপ্ৰিল
মে দিৱস 1 মে
সন্ত্ৰাসবাদ বিরোধী দিৱস 21 মে
কমনৱেলথ দিৱস 24 মে
ধূমপান বিরোধী দিৱস 31 মে
বিশ্ব পৰিৱেশ দিৱস 5 জুন
আন্তঃৰাষ্ট্ৰীয় মদপান বিরোধী দিৱস 26 জুন
চিকিৎসক দিৱস 4 জুলাই
হিৰোছিমা দিৱস 6 আগষ্ট
বিশ্ব সাক্ষৰতা দিৱস 8 চেপ্তেম্বৰ
বিশ্ব পৰ্যটক দিৱস 27 চেপ্তেম্বৰ
বিশ্ব বৃদ্ধজন দিৱস 1 অক্টোবৰ
বিশ্ব জন্তু দিৱস 6 অক্টোবৰ
বিশ্ব সংহতি দিৱস 10 অক্টোবৰ
বিশ্ব খাদ্য দিৱস 16 অক্টোবৰ
ৰাষ্ট্ৰসংঘ দিৱস 24 অক্টোবৰ
মালালা দিৱস 10 নৱেম্বৰ
বিশ্ব মধুমেহ দিৱস 14 নৱেম্বৰ
নাগরিক দিৱস 19 নৱেম্বৰ
আইন দিৱস 26 নৱেম্বৰ
বিশ্ব এইডছ দিৱস 1 ডিচেম্বৰ
বিশ্ব বিকলাঙ্গ দিৱস 3 ডিচেম্বৰ
বিশ্ব নৌ দিৱস 4 ডিচেম্বৰ
বিশ্ব দুৰ্নীতি বিৰোধী দিৱস 7 ডিচেম্বৰ
বিশ্ব পতাকা দিৱস 7 ডিচেম্বৰ
মানব অধিকাৰ দিৱস 19 ডিচেম্বৰ

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment