শ্ৰীধান্যকটক বিশ্ববিদ্যালয় Dharanikota University

By নাজমিনা বেগম

Updated On:

শ্ৰীধান্যকটক বিশ্ববিদ্যালয় Dharanikota University

শ্ৰীধান্যকটক বিশ্ববিদ্যালয় Dharanikota University

শ্ৰীধান্যকটক বিশ্ববিদ্যালয় প্ৰাচীন অম্ৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শাস্ত্ৰ পঢ়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকালৈ বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন।

You May Like:

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

× Click to WhatsApp