Join WhatsApp

Join Now

Join Telegram

Join Now

উজ্জয়িনী বিশ্ববিদ্যালয়। Ujjain University

By Nzmina Begum

Published On:

উজ্জয়িনী বিশ্ববিদ্যালয় । Ujjain University

উজ্জয়িনী বিশ্ববিদ্যালয় । Ujjain University

(উজ্জয়িনী বিশ্ববিদ্যালয়। Ujjain University) উজ্জয়িনী বিশ্ববিদ্যালয় হ’ল প্ৰাচীন ভাৰতবৰ্ষৰ এক প্ৰখ্যাত বিশ্ববিদ্যালয়। ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বৰ কালছোৱাত এইখন বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল।

আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যাৰ ভিতৰত  ১১ টা বিদ্যা উক্ত বিশ্ববিদ্যালয়ত শিক্ষা দিয়া হৈছিল। সেইবোৰ  হ’লঃ (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, আৰু (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment