What is a ইলিয়াড। Iliad? Know in Assamese

By নাজমিনা বেগম

Updated On:

What is a ইলিয়াড। Iliad? Know in Assamese

What is a ইলিয়াড। Iliad? Know in Assamese

গ্ৰীক কবি হোমাৰে ৰচনা কৰা এখন মহাকাব্য হ’ল ‘ইলিয়াড’। হোমাৰৰ জন্মৰ আগতে গ্ৰীচৰ লগত ট্ৰয় নগৰৰ বহুদিন যুদ্ধ হৈ্‌ছিল। হোমাৰৰ সময়ত এই যুদ্ধৰ কাহিনী মানুহৰ মুখে মুখে প্ৰচলিত আছিল।

এই যুদ্ধৰ কাহিনীকে অপূৰ্ব ছন্দত গাঁথি হোমাৰে ৰচনা কৰে ‘ইলিয়াড’ আৰু ‘অ’ডিছি’ নামৰ মহাকাব্য দুখন। মহাকাব্য দুখন পৰস্পৰ পৰিপূৰক।

প্ৰায় তিনি হাজাৰ বছৰৰ আগতে গ্ৰীচত এই গ্ৰন্থখন লিখা হৈছিল। ইলিয়াড গ্ৰন্থত উল্লেখ কৰা ট্ৰয় চহৰক ‘ইলিয়াম’ বুলি জনা গৈছিল।

You May Like:

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

× Click to WhatsApp