Join WhatsApp

Join Now

Join Telegram

Join Now

দ্বাদশ শ্ৰেণী Class 12 Political Science Question Answer 2027

By Rabbi Masrur

Published On:

দ্বাদশ শ্ৰেণী Class 12 Political Science Question Answer

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি HS 2nd Year দ্বাদশ শ্ৰেণী Class 12 Political Science Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক Class 12 Political Science Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Political Science Question Answer

Download Paid Question Answer PDF

Class 12 Political Science PDF Notes Rs. 59/- Buy Now

সমসাময়িক বিশ্ব ৰাজনীতি শাখা-ক

👇পাঠৰ নাম
শীতল যুদ্ধ
দ্বি-মেৰুকৰণৰ অৱসান
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য
ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
সাম্প্রতিক দক্ষিণ এচিয়া
আন্তর্জাতিক সংগঠনসমূহ
সাম্প্রতিক বিশ্বত নিৰাপত্তা
পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
বিশ্বায়ন

স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি শাখা-খ

👇পাঠৰ নাম
এটা দলৰ আধিপত্যৰ যুগ
জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ
পৰিকল্পিত বিকাশৰ ৰাজনীতি
ভাৰতৰ বৈদেশিক সম্পর্ক
কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনঃ প্রতিষ্ঠা
সাংবিধানিক ব্যৱস্থাৰ সংকট
আঞ্চলিক প্রত্যাশা আৰু সংঘাত
নব্য সামাজিক আন্দোলনৰ উত্থান
গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি
ভাৰতীয় ৰাজনীতিৰ শেহতীয়া ঘটনাপ্রবাহ

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  • প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।
  • দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।
  • তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।
  • চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।
  • পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।
  • সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।
  • অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।
  • নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।
  • দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।
  • দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment