Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA দশম শ্রেণী Class 10 Maths MCQ Question Answer 2027

By Rabbi Masrur

Published On:

SEBA দশম শ্রেণী Class 10 Maths MCQ Question Answer

SEBA দশম শ্রেণী Class 10 Maths MCQ Question Answer

আপুনি যদি Class 10 ৰ অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি SEBA SEBA দশম শ্রেণী Class 10 Maths MCQ Question Answer HSLC ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Class 10 Maths MCQ & VSA Question Answer বিষয়ৰ পাঠভিত্তিকৰ প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

দশম শ্রেণী SEBA Class 10 Maths MCQ Question Answer

Class 10 Maths PDF Notes Rs. 59/- Buy Now

(গণিত)

👇পাঠৰ নাম
বাস্তৱ সংখ্যা
বহুপদ
দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
দ্বিঘাত সমীকৰণ
সমান্তৰ প্ৰগতি
ত্ৰিভুজ
স্থানাংক জ্যামিতি
ত্ৰিকোণমিতিৰ পৰিচয়
ত্ৰিকোণমিতিৰ প্ৰয়োগ
বৃত্ত
অংকন
বৃত্ত সম্বন্ধীয় কালি
পৃষ্ঠকালি আৰু আয়তন
পৰিসংখ্যা
সম্ভাৱিতা

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  • প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।
  • দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।
  • তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।
  • চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।
  • পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।
  • সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।
  • অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।
  • নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।
  • দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।
  • দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment