অসমীয়াত বিশ্বৰ প্ৰধান জলপ্ৰপাতসমূহ তালিকা
হ্যালো বন্ধুবান্দবী সকল আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম। বিশ্বৰ প্ৰধান জলপ্ৰপাতসমূহৰ তালিকা তলত দিয়া হৈছে। এইসকল জলপ্ৰপাত প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে প্ৰসিদ্ধ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত অৱস্থিত।
| জলপ্ৰপাতৰ নাম | দেশেৰ নাম |
|---|---|
| এঞ্জেল | ভেনিজুয়েলা |
| কুকেনাম | ভেনিজুয়েলা |
| গেভাৰণি | ফ্ৰান্স |
| টুগেলা | দক্ষিণ আফ্ৰিকা |
| উলুমোম্বি | অষ্ট্ৰেলিয়া |
| টাকাক্কাও | কানাডা |
| ৰিব’ন | আমেৰিকা |
| আপোন যোছেমাইট | আমেৰিকা |
| ইগুৱাজুপেট’ছ | আৰ্জেন্টিনা |
| গ্ৰেণ্ড | লাব্ৰাডৰ |
| নায়েগাৰা | কানাডা |
| প’ল’ এফনছ | ব্ৰাজিল |
সামৰণি:
যদি এই প্রবন্ধন টো আপোনাৰ বাবে সহায় হৈছে বুলি বাবে তেনেহলে পোস্ট টো সোশ্যাল মেডিয়াত শেয়ারা কৰিবলৈ নাপাহৰিব ধন্যাবাদ।
👉 Read Also:
- বিশ্বৰ বিভিন্ন দেশৰ প্ৰথম মহিলা মুৰব্বীৰ তালিকা
- বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম তালিকা List of Place Nicknames
- অসমীয়াত বিশ্বৰ প্ৰধান ৰাজপ্ৰসাদসমূহ তালিকা

