পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ The Ten Smallest Countries in the World
দেশ ——মহাদেশীয় অৱস্থন—–আয়তন
১। ভেটিকান চিটি —– ইউৰোপ—– 0.44 বৰ্গ কি.মি
২। মোনাকো —– ইউৰোপ —– 1.95 বৰ্গ কি.মি
৩। নাওৰো —– দঃ প্ৰশান্ত মঃ সাঃ —– 21.30 বৰ্গ কি.মি
৪। টুভালো —– দঃ প্ৰশান্ত মঃ সাঃ —– 26.00 বৰ্গ কি.মি
৫। চান মেৰিণো —– ইউৰোপ —– 61.00 বৰ্গ কি.মি
৬। লাইছেন ষ্টেইন —– ইউৰোপ —– 160.00 বৰ্গ কি.মি
৭। মাৰ্শ্বেল আইলেণ্ড —– মধ্য প্ৰশান্ত মঃ সাঃ —– 181.00 বৰ্গ কি.মি
৮। চেন্ট কীটছ নেভিছ —– পূৱ কেৰিবিয়ান —– 269.00 বৰ্গ কি.মি
৯। মালদ্বীপ —– ভাৰত মাহসাগৰ —– 298.00 বৰ্গ কি.মি
১০। মাল্টা —– ভূমধ্য সাগৰ —– 316.44 বৰ্গ কি.মি।
You May Like:
- বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক National Emblems of the Countries
- বিভিন্ন দেশৰ প্ৰথম মহিলা মুৰব্বী
- পৃথিৱীৰ মহাদেশসমূহ
- বিভিন্ন দেশৰ স্বাধীনতা দিৱস