পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ Smallest Countries in the World

পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ, Smallest Countries of the World

পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ The Ten Smallest Countries in the World

আজি আমি এই পোস্টত পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ Smallest Countries in the World কিছুমান দেশৰ নাম লৈ অহিছো, আশা কৰো উপকাৰ হব। যদি এই পোস্ট টো ভাল লাগে তেনেহলে share এটা কৰি দিব।

দেশ ——মহাদেশীয় অৱস্থন—–আয়তন

১। ভেটিকান চিটি —–  ইউৰোপ—– 0.44 বৰ্গ কি.মি

২। মোনাকো  —–  ইউৰোপ —– 1.95 বৰ্গ কি.মি

৩। নাওৰো  —– দঃ প্ৰশান্ত মঃ সাঃ —– 21.30 বৰ্গ কি.মি

৪। টুভালো —– দঃ প্ৰশান্ত মঃ সাঃ —– 26.00 বৰ্গ কি.মি

৫। চান মেৰিণো —– ইউৰোপ —– 61.00 বৰ্গ কি.মি

৬। লাইছেন ষ্টেইন —– ইউৰোপ —– 160.00 বৰ্গ কি.মি

৭। মাৰ্শ্বেল আইলেণ্ড —– মধ্য প্ৰশান্ত মঃ সাঃ —– 181.00 বৰ্গ কি.মি

৮। চেন্ট কীটছ নেভিছ —– পূৱ কেৰিবিয়ান —– 269.00 বৰ্গ কি.মি

৯। মালদ্বীপ —– ভাৰত মাহসাগৰ —– 298.00 বৰ্গ কি.মি

১০। মাল্টা —– ভূমধ্য সাগৰ —– 316.44 বৰ্গ  কি.মি।

You May Like:

Sharing Is Caring:

Leave a Comment