Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত ইংৰাজী মাহৰ গুৰুত্বপূর্ণ সপ্তাহসমূহৰ বিষয়

By Nzmina Begum

Published On:

অসমীয়াত ইংৰাজী মাহৰ গুৰুত্বপূর্ণ সপ্তাহসমূহৰ বিষয়

অসমীয়াত ইংৰাজী মাহৰ গুৰুত্বপূর্ণ সপ্তাহসমূহৰ বিষয়

হ্যালো ফ্রেইন্ডস আজি আমি ইংৰাজী মাহৰ গুৰুত্বপূর্ণ সপ্তাহসমূহৰ বিষয় আলোচনা কৰিম। ইংৰাজী মাহত পালন কৰা কিছু গুৰুত্বপূর্ণ সপ্তাহসমূহ হৈছে যিবোৰ শিক্ষা, স্বাস্থ্য, সমাজ আৰু পৰিৱেশৰ ক্ষেত্ৰত জনসচেতনতা বৃদ্ধি কৰিবলৈ উদযাপন কৰা হয়।

এই সপ্তাহবোৰৰ উদ্দেশ্য হ’ল বিশেষ বিষয়সমূহৰ প্ৰতি লোকসকলক আকৃষ্ট কৰা আৰু গাঁঠি সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰাত আগবাঢ়ি যোৱা। তলত কিছুমান গুৰুত্বপূর্ণ সপ্তাহৰ বিষয়ে দাঙি ধৰা হ’ল:

তাৰিখ আৰু মাহ বিষয়
09–11 জানুৱাৰী প্ৰবাসী ভাৰতীয় সপ্তাহ
20–25 জানুৱাৰী জাতীয় পৰ্যটক সপ্তাহ
10–16 এপ্ৰিল জাতীয় ৰেলসেৱা সপ্তাহ
14–20 এপ্ৰিল অগ্নি নিৰ্বাপক সেৱা সপ্তাহ
01–07 আগষ্ট বিশ্ব মাতৃ দুগ্ধ পান সপ্তাহ
01–07 আগষ্ট জাতীয় পুষ্টি সপ্তাহ
09–15 অক্তোবৰ জাতীয় ডাক সপ্তাহ
02–08 নভেম্বৰ জাতীয় বন্য প্ৰাণী সপ্তাহ
14–20 নভেম্বৰ জাতীয় গ্ৰন্থ সপ্তাহ
18–24 নভেম্বৰ জাতীয় ফাৰ্মাচী সপ্তাহ
19–25 নভেম্বৰ সাম্প্ৰদায়িক সংহতি সপ্তাহ

You May Like:

সামৰণি:

সপ্তাহবোৰৰ প্ৰতি জনসাধাৰণৰ অৱদান আৰু অংশগ্ৰহণ বিশ্বৰ বাবে অতি গুৰুত্বপূর্ণ। আপুনি কোন সপ্তাহটোৱে আপোনাক বেছি প্ৰভাৱিত কৰে?

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment