উদান্তপুৰৰ বিশ্ববিদ্যালয় Odantapur University
(উদান্তপুৰৰ বিশ্ববিদ্যালয় Odantapur University) উদান্তপুৰৰ বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ এক অন্যতম বিশ্ববিদ্যালয় আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টীয় ৮ম শতাব্দীত বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত ধবংস কৰে।
👉 Read also:

