Join WhatsApp

Join Now

Join Telegram

Join Now

What is ইঞ্জিন । Engine full details in Assamese

By Nzmina Begum

Published On:

What is ইঞ্জিন । Engine full details in Assamese

What is ইঞ্জিন । Engine full details in Assamese

এক প্ৰকাৰৰ শক্তিক আন এক প্ৰকাৰৰ শক্তিলৈ ৰূপান্তৰিত কৰা আহিলাৰ সাধাৰণ নাম ইঞ্জিন। অৱশ্যে ইঞ্জিন বুলিলে সাধাৰণতে আন শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা যন্ত্ৰক বুজোৱা হয়।

যেনে–তাপ ইঞ্জিনত তাপ যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয়। বৈদ্যুতিক মটৰে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। পেট্রোল, ডিজেল, ভাপ আৰু বিদ্যুতৰ সহায়ত ইঞ্জিন চলোৱা হয়।

প্ৰাকৃতিক শক্তিৰ কোনোবা নহয় কোনোবাটো ৰূপক ব্যৱহাৰ কৰি ইঞ্জিনে সেই শক্তিক যান্ত্ৰিক গতিশক্তিলৈ ৰূপান্তৰিত কৰে। এই যান্ত্ৰিক শক্তিৰ সহায়ত মানুহে নানান কাম সমাধা কৰিব পাৰে। মানুহ থকা সকলো জীৱৰ শৰীৰকো ইঞ্জিন বুলিব পাৰি; এই শৰীৰ-ইঞ্জিনে ৰাসায়নিক শক্তিক যান্ত্ৰিক গতিশক্তিলৈ ৰূপান্তৰিত কৰে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment