Join WhatsApp

Join Now

Join Telegram

Join Now

অগ্ন্যাশয় the Pancreas কি? আৰু কেনেকৈ কাম কৰে

By Nzmina Begum

Published On:

অগ্ন্যাশয় the Pancreas কি? আৰু কেনেকৈ কাম কৰে

অগ্ন্যাশয় the Pancreas কি? আৰু কেনেকৈ কাম কৰে

(অগ্ন্যাশয় the Pancreas) হৈছে হজমৰ সহায়ক ৰস নিঃসৰণ কৰা পেটত থকা গ্ৰন্থি। পাকস্থলী আৰু বৃহদন্ত্ৰৰ মাজতে অগ্ন্যাশয়ৰ অৱস্থান। অগ্ন্যাশয়টোৰ ওজন 2.5 আউন্স আৰু দৈৰ্ঘ্য 15-20 চেণ্টিমিটাৰ।

অগ্ন্যাশয়ৰ পৰা চাৰিবিধ পাচক ৰস নিৰ্গত হয় আৰু এইবোৰৰ সহায়ত ক্ষুদ্ৰান্ত্ৰত খাদ্যবস্তু জীন যায়। অগ্ন্যাশয়ে 24 ঘণ্টাত 500-1200 মিলিলিটাৰ এনে ৰস ক্ষৰণ কৰে। এই পাচক ৰসত ইনছুলিন নামৰ এক হৰমোন থাকে।

অগ্ন্যাশয়ত ইনছুলিনৰ পৰিমাণ কমিলে ডায়েবেটিছ ৰোগ হয়। পিত্তাশয়ৰ বিজুতি ঘটিলে অগ্ন্যাশয়ৰো বিজুতি ঘটে, ফলত জণ্ডিছ বা পাণ্ডুৰোগ হয়। কেতিয়াবা বেক্টেৰিয়াৰ আক্ৰমণৰ ফলতো অগ্ন্যাশয়ৰ ৰোগ হ’ব পাৰে।

শৰীৰত অগ্ন্যাশয়ৰ পৰা নিৰ্গত ৰসৰ পৰিমাণ অত্যাধিক হ’লে মানুহৰ পেংক্ৰিয়াটাইটিছ নামৰ ৰোগ হয়। মানুহৰ উপৰি প্ৰায় সকলো প্ৰাণীৰে অগ্ন্যাশয় আছে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment