Join WhatsApp

Join Now

Join Telegram

Join Now

H.S 2nd Year Class 12 Advance Assamese Question Answer 2026

By Rabbi Masrur

Published On:

H S 2nd Year Class 12 Advance Assamese Question Answer

H.S 2nd Year Class 12 Advance Assamese Question Answer

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি H.S 2nd Year Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক Class 12 Advance Assamese Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Advance Assamese Question Answer

Download Paid Question Answer PDF

Class 12 Adv Assamese PDF Notes Rs. 49/- Buy Now

গোট-১: কবিতাংশ (নম্বৰ ২০)

👇পাঠৰ নাম লেখক
বৰ্ষা বৰ্ণন প্রশ্ন উত্তৰ শ্ৰীশংকৰদেৱ PDF
মানুহ বন্দনা প্রশ্ন উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা PDF
ই যে অগ্নিবীণাৰ তান প্রশ্ন উত্তৰ অম্বিকাগিৰি ৰায় চৌধুৰী PDF
মোৰ গাওঁ প্রশ্ন উত্তৰ ডিম্বেশ্বৰ নেওগ PDF
কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী প্রশ্ন উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা PDF
অন্বেষণ প্রশ্ন উত্তৰ সীতানাথ ব্ৰহ্ম চৌধুৰী PDF

গোট-২: গদ্যাংশ (নম্বৰ ১৫)

👇পাঠৰ নাম লেখক
বুৰঞ্জীৰ দৌৰাত্ম্য প্রশ্ন উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা PDF
মাধৱদেৱ প্রশ্ন উত্তৰ লক্ষ্মীধৰ শৰ্মা PDF
বহাগ বিহুৰ পৰম্পৰা প্রশ্ন উত্তৰ ড০ প্ৰফুল্ল কুমাৰ গোস্বামী PDF

গোট-৩: নাটক (নম্বৰ ২০)

👇পাঠৰ নাম লেখক
কপিলীপৰীয়া সাধু প্রশ্ন উত্তৰ নৱকান্ত বৰুৱা PDF

গোট-৪: চুটি গল্প (নম্বৰ ১০)

👇পাঠৰ নাম লেখক
আমাৰ ছাৰ প্রশ্ন উত্তৰ যোগেশ দাস PDF
হাতী প্রশ্ন উত্তৰ হোমেন বৰগোহাঞি PDF

গোট-৫: সাহিত্য সমালোচনা (নম্বৰ ১০)

👇পাঠৰ নাম লেখক
চুটি গল্প প্রশ্ন উত্তৰ PDF
উপন্যাস প্রশ্ন উত্তৰ PDF

গোট-৬: অলংকাৰ (নম্বৰ ১০)

👇পাঠৰ নাম লেখক
অলংকাৰৰ সংজ্ঞা আৰু প্ৰকাৰ PDF
শব্দালংকাৰ: অনুপ্ৰাস, যমক, শ্লেষ PDF
অৰ্থালংকাৰ: উপমা, অতিশয়োক্তি, অপ্ৰস্তুত প্ৰশংসা PDF

গোট-৭: অসমীয়া সাহিত্যৰ বুৰঞ্জী (নম্বৰ ১৫)

👇পাঠৰ নাম লেখক
অসমীয়া চুটি গল্প আৰু উপন্যাসৰ সাধাৰণ পৰিচয় PDF

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।

দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।

তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।

চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।

পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।

সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।

অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।

নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।

দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।

দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment