Join WhatsApp

Join Now

Join Telegram

Join Now

H.S 1st Year Class 11 Political Science MCQ Question Answer 2026

By Rabbi Masrur

Published On:

Class 11 Political Science MCQ Question Answer

H.S 1st Year Class 11 Political Science MCQ Question Answer

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি H.S 1st Year Class 11 Political Science MCQ Question Answer প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত অসমীয়া বিষয়ৰ পাঠভিত্তিক Class 11 Political Science ৰ প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Political Science MCQ Question Answer

শাখা–ক : ভাৰতীয় সংবিধান PDF
সংবিধান কিয় আৰু কেনেকৈ PDF
ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ PDF
নির্বাচন আৰু প্রতিনিধি PDF
কার্যপালিকা PDF
বিধানমণ্ডল PDF
ন্যায় পালিকা PDF
যুক্তৰাষ্ট্ৰবাদ PDF
স্থানীয় চৰকাৰ PDF
জীৱন্ত দলিলৰ ৰূপত সংবিধান PDF
সাংবিধানিক দর্শন PDF
শাখা–খ : ৰাজনৈতিক তত্ব PDF
ৰাজনৈতিক তত্বঃ এক পৰিচয় PDF
স্বাধীনতা PDF
সমতা আৰু সামাজিক ন্যায় PDF
অধিকাৰ PDF
নাগৰিকত্ব PDF
জাতীয়তাবাদ PDF
ধৰ্মনিৰপেক্ষতা PDF
শান্তি PDF
বিকাশ PDF

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।

দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।

তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।

চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।

পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।

সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।

অষ্টম, আমাৰ সমাধানসমূহত ১০০ শতাংশ কমন প্ৰশ্নোত্তৰ আছে।

নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।

দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।

দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment