আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 8 পৃথিৱীৰ ভূগোল সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 8 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Social Science MCQ Chapter 8 পৃথিৱীৰ ভূগোল
দ্বিতীয় খণ্ড: ভূগোল
তৃতীয় অধ্যায়
পৃথিৱীৰ ভূগোল
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহাদেশ কোনখন?
(ক) আফ্রিকা
(খ) এছিয়া
(গ) উত্তৰ আমেৰিকা
(ঘ) ইউৰোপ
উত্তৰঃ (খ) এছিয়া
প্রশ্নঃ ভূ-পৃষ্ঠৰ কিমান অংশ পানী?
(ক) ৭২ শতাংশ, ৩৬২ নিযুত বর্গ কিঃ মিঃ
(খ) ৭০ শতাংশ, ৩৬০ নিযুত বর্গ কিঃ মিঃ
(গ) ৭১ শতাংশ, ৩৬১ নিযুত বর্গ কিঃ মিঃ
(ঘ) ৭৪ শতাংশ, ৩৭২ নিযুত বর্গ কিঃ মিঃ
উত্তৰঃ (গ) ৭১ শতাংশ, ৩৬১ নিযুত বর্গ কিঃ মিঃ
প্রশ্ন: তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি। উক্তিকেইটা পড়া আৰু আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা। HSLC ’25
দাবী (A): উপকূলবর্তী ঠেক সমতল ভূমিৰ বাহিৰে আফ্রিকা মহাদেশৰ বেছি অংশই এখন বৃহৎ মালভূমি, এইখন মহাদেশত সুউচ্চ পর্বতশ্রেণী নাই।
কাৰণ (R): পূৱ প্রস্তুত থকা কিলিমাহাৰো শৃংগই আফ্রিকা মহাদেশৰ উচ্চতম স্থান।
(ক) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(খ) (A) সত্য, (R) অসত্য
(গ) (A) অসত্য (R) সত্য
(ঘ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰঃ (ঘ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়।
প্রশ্নঃ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সাগৰ কি?
(ক) প্রশান্ত মহাসাগৰ
(খ) আটলান্টিক মহাসাগৰ
(গ) ভাৰত মহাসাগৰ
(ঘ) বংগোপ সাগৰ
উত্তৰঃ (ক) প্রশান্ত মহাসাগৰ
প্রশ্নঃ পৃথিৱীৰ মুঠ জনসংখ্যা কিমান?
(ক) ৭৩১ কোটি
(খ) ৮৩০ কোটি
(গ) ৭৩০ কোটি
(ঘ) ৮৩১ কোটি
উত্তৰঃ (গ) ৭৩০ কোটি
প্রশ্নঃ পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি?
(ক) চীন
(খ) ভাৰত
(গ) আমেৰিকা
(ঘ) জাপান
উত্তৰঃ (ক) চীন
প্রশ্নঃ কোনখন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে? HSLC ’20
(ক) ভূমধ্য সাগৰে
(খ) লোহিত সাগৰে
(গ) কাস্পিয়ান সাগৰে
(ঘ) আৰৱ সাগবে
উত্তৰঃ (খ) লোহিত সাগৰে
প্রশ্নঃ চীনৰ মুঠ জনসংখ্যা কিমান? (২০১৫ বৰ্ষৰ তথ্য অনুসবি)
(ক) ১৩৭,১৯,২০,০০০
(খ) ১৩৭,১৯,১৮,০০০
(গ) ১৩৭,১৯,২১,০০০
(ঘ) ১৩৭,১৯,৩০,০০০
উত্তৰঃ (ক) ১৩৭,১৯,২০,০০০
প্রশ্নঃ পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
(ক) ওছেনিয়া মহাদেশ
(খ) এন্টার্কটিকা
(গ) উত্তৰ আমেৰিকা
(ঘ) ইউৰোপ
উত্তৰঃ (ক) ওছেনিয়া মহাদেশ
প্রশ্নঃ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
(ক) আটলান্টিক মহাসাগৰ
(খ) প্রশান্ত মহাসাগৰ
(গ) ভাৰত মহাসাগৰ
(ঘ) দক্ষিণ মহাসাগৰ
উত্তৰঃ (ক) আটলান্টিক মহাসাগৰ
প্রশ্নঃ কিমান চনত মাউন্ট পিনাটুবোৰ উদ্গীৰণ হৈছিল?
(ক) ১৯৯১ চনত
(খ) ১৮৯০ চনত
(গ) ১৯৯০ চনত
(ঘ) ১৮৯১ চনত
উত্তৰঃ (ক) ১৯৯১ চনত
প্রশ্ন: তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতিসমূহ বর্ধিত গভীৰতাৰ ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বছি উলিওৱা। HSLC ’25
(ক) গভীৰ সমুদ্র গাত সামুদ্রিক শৈলসিৰা সমুদ্রতলীয় দ্রোণী গভীৰ সমুদ্রতল মহীঢাল মহীসোপান
(খ) মহীসোপান মহীঢাল গভীৰ সমুদ্রতল সমুদ্রতলীয় দ্রোণী সামুদ্রিক শৈলসিৰা গভীৰ সমুদ্র খাত
(গ) মহীঢাল মহীসোপান সমুদ্রতলীয় দ্রোনী গভীৰ সমুদ্রতল গভীৰ সমুদ্র খাত সামুদ্রিক শৈলশিৰা
(ঘ) মহীসোপান মহীঢাল গভীৰ সমুদ্রতল সামুদ্রিক শৈলশিৰা গভীৰ সমুদ্র খাত সমুদ্রতলীয় দ্রোণী
উত্তৰঃ (গ) মহীঢাল মহীসোপান সমুদ্রতলীয় দ্রোনী গভীৰ সমুদ্রতল গভীৰ সমুদ্র খাত সামুদ্রিক শৈলশিৰা
প্রশ্নঃ পৰিৱেশৰ প্ৰধান উপাদান কেইটা?
(ক) ছয়টা
(খ) পাঁচটা
(গ) চাৰিটা
(ঘ) তিনিটা
উত্তৰঃ (ঘ) তিনিটা
প্রশ্নঃ তলৰ কোনবিধ সেউজ গেছ?
(ক) মিথেন
(খ) অক্সিজেন
(গ) কার্বনডাই-অক্সাইড
(ঘ) অম্লজান
উত্তৰঃ (ক) মিথেন
প্রশ্নঃ সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী?
(ক) কার্বনডাই-অক্সাইড
(খ) নাইট্রজেন
(গ) আর্গন
(ঘ) অক্সিজেন
উত্তৰঃ (ক) কাৰ্বনডাই-অক্সাইড
প্রশ্ন: বায়ুমণ্ডলত কাৰ্বনডাই অক্সাইডৰ পৰিমাণ কিমান? HSLC ’23
(ক) 0.0035%
(খ) 0.035%
(গ) 0.35%
(ঘ) 3.35%
উত্তৰঃ (খ)
প্রশ্নঃ পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনবহুল দেশ কোনখন?
(ক) ভাৰত
(গ) আমেৰিকা
(খ) চীন
(ঘ) আফ্রিকা.
উত্তৰঃ (ক) ভাৰত
প্রশ্নঃ পৃথিবীৰ গভীৰতম খাতটো কোনখন মহাসাগৰ তলত অৱস্থিত?
(ক) প্রশান্ত মহাসাগৰ
(খ) আটলান্টিক মহাসাগৰ
(গ) ভাৰত মহাসাগৰ
(ঘ) দক্ষিণ মহাসাগৰ
উত্তৰঃ (ক) প্রশান্ত মহাসাগৰ
প্রশ্নঃ পৃথিবীৰ কোন মালভূমিক ‘পৃথিৱীৰ মূধচ’ বুলি কোৱা হয়?
(ক) কুর্দিস্তান মালভূমি
(খ) এনাতলীয়া মালভূমি
(গ) পামিৰ মালভূমি
(ঘ) আর্মেনিয়া মালভূমি
উত্তৰঃ (গ) পামিৰ মালভূমি
প্রশ্নঃ কোনটো পর্বতমালা আৰু নদীয়ে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে?
(ক) ৰকি পর্বতমালা আৰু লেনা নদী
(খ) উৰাল পৰ্বতমালা আৰু উৰাল নদী
(গ) হিমালয় পর্বতমালা আৰু আমুৰ নদী
(ঘ) কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰ
উত্তৰঃ (খ) উৰাল পর্বতমালা আৰু উৰাল নদী
প্রশ্নঃ পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীটো কোনটো?
(ক) ৰ’কি পর্বতমালা
(খ) এণ্ডিজ পর্বতমালা
(গ) হিমালয় পর্বতমালা
(ঘ) ইউৰাল পর্বতমালা
উত্তৰঃ (খ) এণ্ডিজ পর্বতমালা
প্রশ্নঃ কোনটো সাগৰে এছিয়া মহাদেশক আফ্রিকা মহাদেশৰ পৰা পৃথক কৰিছে?
(ক) কাস্পিয়ান সাগৰ
(খ) লোহিত সাগৰ
(গ) ভূমধ্য সাগৰ
(ঘ) এড্রিয়াটিক সাগৰ
উত্তৰঃ (খ) লোহিত সাগৰ
প্রশ্নঃ পৃথিৱীৰ ঘূৰণীয়া আকাৰ সম্পৰ্কে তলৰ কোনবোৰ উক্তি সঠিক?
(i) পৃথিৱীৰ ঘূৰণীতয়া আকাৰৰ বাবে সূৰ্যৰ পোহৰ বিভিন্ন ঠাইত বিভিন্ন কোণত পৰে।
(ii) পৃথিৱীৰ ওপৰৰ পৰা দেখা জাহাজবোৰ যিমান দূৰ যায়, সিমান তললৈ নামি যায়।
(iii) পৃথিৱীৰ আকাৰ সম্পৰ্কে প্ৰথমে বিজ্ঞানী নিউটনে উল্লেখ কৰিছিল।
(iv) পৃথিৱীৰ ওপৰিভাগৰ পৰা যিকোনো স্থানৰ দৃষ্টি সীমাত বক্রতা অনুভৱ কৰিব পাৰি।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ পৃথিৱীৰ পৰিৱেশ সম্পর্কে তলৰ কোনবোৰ সত্য?
(i) বায়ুমণ্ডলত থকা ধূলি-বালিয়ে জলবায়ুৰ পৰিৱৰ্তন ঘটায়।
(ii) সমুদ্রস্ফীতিৰ ফলত জলবায়ু সংকট সৃষ্টি হয়।
(iii) গ্রীণহাউচ প্রভারে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰে।
(iv) বৰ্ষণৰ প্ৰধান কাৰণ হৈছে সমুদ্ৰৰ পানী বাষ্পীয়ভূত হোৱা।
(ক) (i), (ii), (iii)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ঘ) (i), (ii), (iii), (iv)
প্রশ্নঃ ভূমিকম্প সম্পর্কে তলৰ কোনবোৰ উক্তি সঠিক?
(i) ভূমিকম্পৰ প্ৰধান কাৰণ হৈছে টেকট’নিক প্লেটৰ সম্প্ৰসাৰণ।
(ii) ভূমিকম্পৰ মাত্ৰা ৰিখটাৰ স্কেলৰ জৰিয়তে জোখা হয়।
(iii) পৃথিৱীৰ ভিতৰভাগত থকা উত্তপ্ত লাভাই ভূমিকম্পৰ সৃষ্টি কৰে।
(iv) ভূমিকম্পৰ কেন্দ্ৰস্থলীত কম্পনৰ প্ৰভাৱ বেছি হয়।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ মহাদেশবোৰৰ সঞ্চালন সম্পর্কে তলৰ কোনবোৰ সঠিক?
(i) বিজ্ঞানী Alfred Wegener-এ মহাদেশবোৰৰ সঞ্চালনৰ সিদ্ধান্ত আগবঢ়াইছিল।
(ii) প্লেট টেকট ‘নিক গতিবিধিৰ বাবে মহাদেশবোৰ স্থান পৰিবৰ্তন কৰে।
(iii) একে সময়তে আটাইবোৰ মহাদেশ Pangaea নামেৰে একেলগে আছিল।
(iv) মহাদেশবোৰৰ সঞ্চালন পৃথিৱীৰ কক্ষপথৰ গতিৰ ফলত হয়।
(ক) (i), (ii), (iii)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (1), (11), (iii)
প্রশ্নঃ তলৰ কোনবিধ গেছ গোলকীয়া উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? HSLC ’22
(ক) কার্বনডাই অক্সাইড
(খ) অ’জন
(গ) মিথেন
(ঘ) নাইট্রাছ অক্সাইড
উত্তৰঃ (খ)
প্রশ্নঃ পৃথিৱীৰ পানী চক্র সম্পর্কে তলৰ কোনবোৰ সঠিক?
(i) পানী বাষ্প হৈ মেঘ গঠিত হয়।
(ii) বৃষ্টিপাতৰ পিছত পানী মাটিৰ মাজেদি ভূ-গৰ্ভস্থ পানীৰ ভাণ্ডাৰ পূৰণ কৰে।
(iii) পৃথিৱীৰ পানী চক্রত মাত্র মিঠা পানী জড়িত।
(iv) নদী আৰু সমুদ্ৰৰ পানী সূৰ্যৰ উত্তাপত বাষ্পীয়ভূত হয়।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম?
(ক) ভাৰত মহাসাগৰ
(খ) আটলান্টিক মহাসাগৰ
(গ) প্রশান্ত মহাসাগৰ
(ঘ) দক্ষিণ মহাসাগৰ
উত্তৰঃ (গ) প্রশান্ত মহাসাগৰ
প্রশ্নঃ পৃথিবীৰ মুঠ মাটি কালি কিমান? HSLC ’22
(ক) ৫১০ নিযুত বর্গ কিঃ মিঃ
(খ) ৪১০ নিযুত বর্গ কিঃ মিঃ
(গ) ৫১১ নিযুত বর্গ কিঃ মিঃ
(ঘ) ৫১০ বর্গ কিঃ মিঃ
উত্তৰঃ (ক) ৫১০ নিযুত বর্গ কিঃ মিঃ
প্রশ্ন: পৰিৱেশৰ আঞ্চলিক সমস্যাৰ সন্দর্ভত তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। HSLC ’25
(i) দিল্লী, বেংগালুৰু, গুৱাহাটী, পুণে আদি চহৰ ভূগর্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে।
(ii) পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যত নদ-নদীৰ গৰাখহনীয়া এক ভয়ানক পাৰিপাৰ্শ্বিক সমস্যা।
(ক) (i) সত্য, (ii) অসত্য
(খ) (1) অসত্য (ii) সত্য
(গ) (1) আৰু (ii) উভয়ে সত্য
(ঘ) (i) আৰু (ii) উভয়ে অসত্য
উত্তৰঃ (গ) (1) আৰু (ii) উভয়ে সত্য
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ আৰব সাগৰলৈ বৈ যোৱা ভাৰতৰ দুখন নদীৰ নাম লিখা।
উত্তৰঃ আৰব সাগৰলৈ বৈ যোৱা ভাৰতৰ দুখন নদী হৈছে নর্মদা আৰু তাপ্তী।
প্রশ্নঃ পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? ইয়াৰ মুঠ মাটিকালি কিমান?
উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ। ইয়াৰ মুঠ মাটিকালি হৈছে ১৬৫.২ নিযুত বর্গ কিলোমিটাৰ।
প্রশ্নঃ পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ই ক’ত অৱস্থিত?
উত্তৰঃ পৃথিৱীৰ দীর্ঘতম পর্বতমালা হৈছে এণ্ডিজ পর্বতমালা। ই দক্ষিণ আমেৰিকাত অৱস্থিত।
প্রশ্নঃ মৰুকৰণৰ এটি কাৰণ উল্লেখ কৰা।
উত্তৰঃ হাবি-বননিৰ পৰিমাণ হ্রাস।
প্রশ্নঃ এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে? HSLC ’22
উত্তৰঃ ইউৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত প্রাকৃতিক সীমা সৃষ্টি কৰিছে।
প্রশ্নঃ মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম কি?
উত্তৰঃ মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম মহাদেশ হৈছে এছিয়া আৰু ক্ষুদ্রতম মহাদেশ হৈছে ওচেনিয়া।
প্রশ্নঃ পৃথিৱীৰক্ষুদ্রতম মহাসাগৰৰ নাম কি? HSLC ’23
উত্তৰ: উত্তৰ মহাসাগৰ।
প্রশ্নঃ টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডৰ নাম লিখা। HSLC ’22
উত্তৰ: গণ্ডোৱানালেল্ড
প্রশ্নঃ এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু দক্ষিণ দিশলৈ প্রবাহিত নদীৰ নাম লিখা।
উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্রবাহিত দুখন নদী হৈছে ওবি আৰু লেনা। দক্ষিণ দিশলৈ প্রবাহিত দুখন নদী হৈছে আমুৰ আৰু হোৱাংহো।
প্রশ্নঃ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্রেণীটোৰ নাম কি? ইয়াৰ দৈর্ঘ্য কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত?
উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্রেণীটো হৈছে ৰকি পৰ্বতমালা। ইয়াৰ দৈর্ঘ্য হৈছে ৮০০০ কিলোমিটাৰ। ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত।
প্রশ্নঃ অষ্ট্ৰেলিয়াৰ এখন পর্বতশ্রেণী, এখন নদী আৰু এখন মৰুভূমিৰ নাম লিখা।
উত্তৰঃ অষ্ট্ৰেলিয়াৰ এখন পর্বতশ্রেণী হৈছে স্নবি, এখন নদী হৈছে ডার্লিং আৰু এখন মৰুভূমি হৈছে টানামী।
প্রশ্নঃ কোন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে?
উত্তৰঃ লোহিত সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে।
প্রশ্নঃ ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা কিহে পৃথক কৰিছে?
উত্তৰঃ ইউৰাল পৰ্বতমালা আৰু লেনা নদীয়ে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে।
প্রশ্নঃ পৃথিৱীৰ কোনখন দেশ দুখন মহাদেশলৈ বিস্তৃত?
উত্তৰঃ ৰাছিয়া দেশখন দুখন মহাদেশলৈ বিস্তৃত।
প্রশ্নঃ পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীটোৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীটো হৈছে এণ্ডিজ পর্বতমালা।
প্রশ্নঃ আলটিনটাঘ পর্বতশ্রেণী কোন দেশত অৱস্থিত?
উত্তৰঃ আলটিনটাঘ পর্বতশ্রেণী চীনত অৱস্থিত।
প্রশ্নঃ আয়তনৰ ফালৰ পৰা এছিয়াৰ ক্ষুদ্রতম ৰাষ্ট্ৰ কোনখন?
উত্তৰঃ আয়তনৰ ফালৰ পৰা এছিয়াৰ ক্ষুদ্রতম ৰাষ্ট্ৰ হৈছে মালদ্বীপ।
প্রশ্নঃ এছিয়াৰ উষ্ণতম ঠাইখনৰ নাম কি?
উত্তৰঃ এছিয়াৰ উষ্ণতম ঠাইখনৰ নাম হৈছে জেক্কোৱাবাদ (পাকিস্তান)।
প্রশ্নঃ এছিয়াৰ শীতলতম ঠাইখনৰ নাম কি?
উত্তৰঃ এছিয়াৰ শীতলতম ঠাইখনৰ নাম হৈছে ভার্চুয়ানস্ক (বাছিয়া)।
প্রশ্নঃ পৃথিৱীৰ সৰ্ববৃহৎ দক্ষিণবাহী নৈ কোনখন?
উত্তৰঃ পৃথিৱীৰ সৰ্ববৃহৎ দক্ষিণবাহী নৈ হৈছে ডানিয়ুব।
প্রশ্নঃ এছিয়া মহাদেশৰ মুঠ মাটিকালি কিমান?
উত্তৰঃ এছিয়া মহাদেশৰ মুঠ মাটিকালি হৈছে ৪৪.৬ নিযুত বর্গ কিলোমিটাৰ।
প্রশ্নঃ ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।
উত্তৰঃ ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশ হৈছে ক্রিট, ছিছিলি আৰু মাল্টা।
প্রশ্নঃ গো-মাংস ৰপ্তানিৰ ক্ষেত্ৰত পৃথিৱীৰ কোনখন দেশ বিখ্যাত?
উত্তৰঃ গো-মাংস ৰপ্তানিৰ ক্ষেত্ৰত পৃথিৱীৰ আর্জেন্টিনা দেশ বিখ্যাত।