আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 7 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
দ্বিতীয় খণ্ড: ভূগোল
দ্বিতীয় অধ্যায়
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী সেউজগৃহ গেছবোৰৰ ভিতৰত কোনবিধ গেছ?
(ক) নাইট্রজেন
(খ) আর্গন
(গ) কার্বন ডাই-অক্সাইড
(ঘ) অক্সিজেন
উত্তৰঃ (গ) কার্বন ডাই-অক্সাইড
প্রশ্নঃ তলৰ শক্তিৰ উৎসবোৰৰ কোনটোবে। কোনকেইটাই কার্বন ডাই-অক্সাইড উৎপন্ন নকৰে?
(1) বতাহশক্তি
(ii) ভূ-তাপীয় শক্তি
(iii) জলবিদ্যুৎ শক্তি
(iv) জীৱাত্ম ইন্ধন
(ক) (1)
(খ) (1), (ii), (iii)
(গ) (i), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (খ) (1), (ii), (iii)
প্রশ্নঃ পৃথিবীৰ উচ্চতম মালভূমি কি? HSLC ’25
(ক) চাহাবেৰিয়া
(গ) পামিৰ
(খ) তিব্বত
(ঘ) দাক্ষিণাত্য
উত্তৰঃ (গ) পামিৰ
প্রশ্নঃ পৃথিৱীৰ দীর্ঘতম পর্বত শ্রেণীটো কি?
(ক) হিমালয় পর্বতমালা
(খ) ৰ’কি পর্বতমালা
(গ) এণ্ডিজ পর্বতমালা
(ঘ) ইউৰাল পৰ্বতমালা
উত্তৰঃ (গ) এণ্ডিজ পর্বতমালা
প্রশ্নঃ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান?
(ক) ০.০০৩%
(খ) ০.০৩৫%
(গ) ০.৩৫%
(ঘ) ৩.৩৫%
উত্তৰঃ (খ) ০.০৩৫%
প্রশ্নঃ চহৰাঞ্চলত বায়ুদূষণ বৃদ্ধিৰ কাৰণবোৰ কি কি?
(1) বৃক্ষৰোপণ বৃদ্ধি।
(ii) বাহনৰ সংখ্যা বৃদ্ধি।
(iii) কল-কাৰখানাৰ বিষাক্ত ধোঁৱা।
(iv) উন্নত বায়ু শোধন প্রযুক্তিৰ অভাৱ।
(ক) (i), (ii), (iii)
(খ) (ii), (iii), (iv)
(গ) (i), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (খ) (ii), (iii), (iv)
প্রশ্নঃ বর্তমানে মৰুকৰণৰ দ্বাৰা বেয়াকৈ প্রভাবিত হোৱা মহাদেশখন কি?
(ক) আমেৰিকা
(খ) উত্তৰ আমেৰিকা
(গ) পশ্চিম আমেৰিকা
(ঘ) আফ্রিকা
উত্তৰঃ (খ) উত্তৰ আমেৰিকা
প্রশ্নঃ কোনজন ভূগোল-বিজ্ঞানীয়ে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পর্কক পৰিৱেশ বুলি কৈছে?
(ক) পিটাৰ
(খ) পিটাৰ হেগেট
(গ) হেগেট
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) পিটাৰ হেগেট
প্রশ্নঃ স্বাভাবিক অবস্থাত বায়ুমণ্ডলত কিমান শতাংশ কার্বন-ডাই-অক্সাইড থাকে?
(ক) ০.০২৫%
(গ) ০.০৬%
(খ) ০.০৩৫%
(ঘ) ০.০৩৭%
উত্তৰঃ (খ) ০.০৩৫%
প্রশ্নঃ স্থল মণ্ডলে ভূপৃষ্ঠৰ কিমান অংশ আৱৰি আছে?
(ক) ২৫ শতাংশ
(খ) ২৭ শতাংশ
(গ) ২৯ শতাংশ
(ঘ) ৩০ শতাংশ
উত্তৰঃ (গ) ২৯ শতাংশ
প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ (R) হিচাপে এটা উক্তি দিয়া হৈছে। এই উক্তিকেইটা বিচাৰ কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। HSLC ’25
দাবী (A): বায়ুমণ্ডলত অত্যধিক পৰিমাণে ছালফাৰ ডাই-অক্সাইড আৰু নাইট’জেন ডাই-অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এছিড বৰষুণৰ সৃষ্টি হয়।
কাৰণ (R): তেনে ধৰণৰ বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত কৰে।
(ক) (A) আৰু (R) অসত্য আৰু (R), (A) ব শুদ্ধ ব্যাখ্যা
(খ) (A) সত্য, (R) অসত্য
(গ) (A) অসত্য (R) সত্য
(ঘ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উত্তৰঃ (ঘ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয
প্রশ্নঃ জল মণ্ডলে ভূপৃষ্ঠৰ কিমান অংশ আগুৰি আছে?
(ক) ৭০ শতাংশ
(খ) ৭১ শতাংশ
(গ) ৭২ শতাংশ
(ঘ) ৭৫ শতাংশ
উত্তৰঃ (খ) ৭১ শতাংশ
প্রশ্ন: নিম্বোল্লেখিত বায়ুমণ্ডলৰ কোনটো গেছে এচিড বৰষুণৰ সৃষ্টি কৰে? HSLC ’23
(ক) ছালফাৰ-ডাই অক্সাইড
(খ) নাইট্রজেন
(গ) কার্বন মন’ক্সাইড
(ঘ) আর্গন
উত্তৰঃ (ক)
প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সম্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল?
(ক) ১৯৭২ চনত
(খ) ১৯৭৪ চনত
(গ) ১৯৭৭ চনত
(ঘ) ১৯৭৯ চনত
উত্তৰঃ (গ) ১৯৭৭ চনত
প্রশ্নঃ ১৯৭৭ চনৰ ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সম্মিলনখন ক’ত অনুষ্ঠিত হৈছিল?
(ক) আফ্রিকা মহাদেশৰ নাইৰোবিত
(খ) কেলিফর্ণিয়াত
(গ) আমেৰিকাৰ নেভাডাত
(ঘ) দক্ষিণ আফ্রিকাত
উত্তৰঃ (ক) আফ্রিকা মহাদেশৰ নাইৰোবিত
প্রশ্নঃ জীব মণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে?
(ক) ১.৭১ নিযুত
(খ) ১.৭৫ নিযুত
(গ) ১.৭৬ নিযুত
(ঘ) ১.৭৭ নিযুত
উত্তৰঃ (খ) ১.৭৫ নিযুত
প্রশ্নঃ বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বিস্তাৰিত?
(ক) প্রায় ৪৬০ কিলোমিটাৰ
(খ) প্রায় ৪৭০ কিলোমিটাৰ
(গ) প্রায় ৪৮০ কিলোমিটাৰ
(ঘ) প্রায় ৪৯০ কিলোমিটাৰ
উত্তৰঃ (গ) প্রায় ৪৮০ কিলোমিটাৰ
প্রশ্নঃ তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?
(ক) কার্বন ডাই-অক্সাইড
(খ) অ’জন
(গ) মিথেন
(ঘ) নাইট্রাছ অক্সাইড
উত্তৰঃ (খ) অ’জন
প্রশ্নঃ সম্প্ৰতি পৃথিৱীৰ স্থল ভাগৰ কিমান অংশ মৰুকৰণ প্ৰক্ৰিয়াৰ কৱলত পৰিছে?
(ক) ৩১ শতাংশ
(খ) ৩৩ শতাংশ
(গ) ৩৫ শতাংশ
(ঘ) ৩৭ শতাংশ
উত্তৰঃ (গ) ৩৫ শতাংশ
প্রশ্নঃ সুউচ্চ পর্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফস্তূপৰ গলনৰ ফলত কেনেধৰণৰ বিৰূপ প্রভাব পৰিব পাৰে? HSLC ’25
(1) সাগৰ পৃষ্ঠৰ উত্থান
(ii) উপকূলীয় বিশাল অঞ্চল পানীত বুৰ যাব
(iii) পানীৰ নাটনিৰ সমস্যা সমাধান হ’ব
(iv) জৈৱ বৈচিত্র্যতা সুৰক্ষিত হ’ব
(ক) (i), (ii), (iii), (iv)
(খ) (i), (iii)
(গ) (ii), (iii)
(ঘ) (i), (ii)
উত্তৰঃ (ঘ) (i), (ii)
প্রশ্নঃ গ্লোবেল ৱাৰ্মিংৰ বাবে সৃষ্টি হোৱা সমস্যাসমূহৰ ভিতৰত কোনবোৰ শুদ্ধ?
(i) সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি।
(ii) ঠাণ্ডা অঞ্চলত তাপমাত্রা হ্রাস।
(iii) প্রাকৃতিক দুৰ্যোগৰ সংখ্যা বৃদ্ধি।
(iv) মিঠাপানীৰ অভাৱ বৃদ্ধি।
(ক) (i), (ii), (iii)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (খ) (i), (iii), (iv)
প্রশ্নঃ জৈৱ-বৈচিত্র্য সংকটৰ মুখ্য কাৰণবোৰ কি কি?
(i) জলবায়ু পৰিবৰ্তন।
(ii) নতুন প্রজাতিৰ উদ্ভৱ।
(iii) প্রাকৃতিক বন ধ্বংস।
(iv) বন্য জীৱজন্তুৰ অবৈধ চিকাৰ।
(ক) (i), (ii), (iii)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (খ) (i), (iii), (iv)
প্রশ্নঃ জলদূষণৰ মূল কাৰকবোৰ কি কি?
(1) কল-কাৰখানাৰ বর্জ্য নিষ্কাশন।
(ii) পানীৰ ব্যৱহাৰ হ্রাস।
(iii) কৃষিৰ বাবে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ।
(iv) প্লাষ্টিক আৱৰ্জনা নদী আৰু সাগৰত পেলোৱা।
(ক) (i), (ii), (iii)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (খ) (i), (iii), (iv)
প্রশ্নঃ পৃথিৱীৰ প্ৰাকৃতিক অবস্থা কেইটা মণ্ডলে নির্ধাৰণ কৰিছে?
(ক) দুটা
(গ) চাৰিটা
(খ) তিনিটা
(ঘ) ছয়টা
উত্তৰঃ (গ) চাৰিটা
প্রশ্নঃ কোনখন সাগৰে এছিয়া মহাদেশক আফ্রিকা মহাদেশৰ পৰা পৃথক কৰিছে?
(ক) ভূমধ্য সাগৰ
(খ) লোহিত সাগৰ
(গ) কাস্পিয়ান সাগৰ
(ঘ) এড্রিয়াটিক সাগৰ
উত্তৰঃ (খ) লোহিত সাগৰ
প্রশ্নঃ পৃথিবীৰ সৰ্বাধিক ক্ষুদ্র দেশখনৰ নাম কি?
(ক) শ্রীলংকা
(গ) নেপাল
(খ) ভেটিকান চিটা
(ঘ) ব্রাজিল
উত্তৰঃ (খ) ভেটিকান চিটা
প্রশ্নঃ তলৰ কোনটো প্ৰদূষণৰ প্ৰধান কাৰণ?
(i) গাড়ীৰ ধোঁৱা আৰু কল-কাৰখানাৰ ধোঁৱা।
(ii) অধিক বন নিধন।
(iii) চাহ বাগানৰ বিস্তৃতি।
(iv) নদ-নদী শুকাই যোৱা।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি থকা মহাসাগৰখনৰ নাম কি?
(ক) আটলান্টিক মহাসাগৰ
(খ) দক্ষিণ মহাসাগৰ
(গ) ভাৰত মহাসাগৰ
(ঘ) প্রশান্ত মহাসাগৰ
উত্তৰঃ (ঘ) প্রশান্ত মহাসাগৰ
প্রশ্নঃ পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি?
(ক) ভাৰত
(খ) চীন
(গ) ৰাছিয়া
(ঘ) আমেৰিকা
উত্তৰঃ (গ) ৰাছিয়া
প্রশ্নঃ এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাবে কিহে পৃথক কৰিছে?
(ক) ককেচাস পর্বতমালা
(খ) ইউৰাল পর্বতমালা
(গ) কাস্পিয়ান সাগৰ
(ঘ) ভল্পা নদী
উত্তৰঃ (খ) ইউৰাল পর্বতমালা
প্রশ্নঃ ব্রাজিলৰ ৰাজধানীৰ নাম কি?
(ক) ৰিঅ’ ডি জেনেইৰো
(খ) চাও পাউলো
(গ) ব্রাছিলিয়া
(ঘ) লিমা
উত্তৰঃ (গ) ব্রাছিলিয়া
প্রশ্নঃ ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত?
(ক) উত্তৰ আমেৰিকা
(খ) দক্ষিণ আমেৰিকা
(গ) আফ্রিকা
(ঘ) এছিয়া
উত্তৰঃ (খ) দক্ষিণ আমেৰিকা
প্রশ্নঃ এছিড বৰষুণ সাধাৰণতে ক’ত সৃষ্টি হয়?
(ক) মেৰু অঞ্চলত
(খ) অৰণ্য অঞ্চলত
(গ) ঔদ্যোগিক অঞ্চলত
(ঘ) ঘাঁহনি অঞ্চলত
উত্তৰঃ (গ) ঔদ্যোগিক অঞ্চলত
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ স্থলমণ্ডল বুলিলে কি বুজায়?
উত্তৰঃ শিল, বালি, মাটি আদিৰে গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। ই ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ আগুৰি আছে।
প্রশ্নঃ জলমণ্ডলৰ ভিতৰত কি কি পৰে?
উত্তৰঃ জলমণ্ডলৰ ভিতৰত সাগৰ, মহাসাগৰ, নদ-নদী, হ্রদ আদি জলাশয়বোৰ পৰে। ভূপৃষ্ঠৰ প্রায় ৭১ শতাংশ জলমণ্ডলে আগুৰি আছে।
প্রশ্নঃ বায়ুমণ্ডল কিহেৰে গঠিত?
উত্তৰঃ বায়ুমণ্ডল অক্সিজেন, নাইট্র’জেন, হাইড্রজেন, কার্বন-ডাই-আইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত।
প্রশ্নঃ পৰিৱেশ পৰিবৰ্তনৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা কাৰণ হ’ল:
(ক) জনসংখ্যা বৃদ্ধি,
(খ) উদ্যোগিকৰণ,
(গ) যাতায়ত আৰু পৰিবহণৰ বৃদ্ধি।
প্রশ্নঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে আটাইতকৈ বেছি দায়ী গেছটো কি?
উত্তৰঃ কার্বন-ডাই-অক্সাইড।
প্রশ্নঃ অনৱীকৰণ সম্পদৰ এটি উদাহৰণ দিয়া?
উত্তৰ: কয়লা।
প্রশ্নঃ ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে পৰিৱেশ কি? HSLC ’22
উত্তৰঃ পিটাৰ হেগেটৰ মতে, “স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্ককে পৰিৱেশ বুলি কোৱা হয়।”
প্রশ্নঃ এছিড বৰষুণ কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ বায়ুমণ্ডলত বেছি পৰিমাণে ছালফাৰ-ডাই-আইড আৰু নাইটু’জেন-ডাই-আইড জমা হ’লে এছিড বৰষুণৰ সৃষ্টি হয়।
প্রশ্নঃ স্বাভাবিক অবস্থাত বায়ুমণ্ডলত কার্বন-ডাই-আইড গেছৰ পৰিমাণ কিমান?
উত্তৰঃ ০.০৩৫ শতাংশ।
প্রশ্নঃ সেউজগৃহ গেছবোৰৰ ভিতৰত কোনবিধ গেছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী?
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড।
প্রশ্নঃ পানী কিদৰে প্ৰদূষিত হয়? HSLC ’20
উত্তৰঃ খেতি-পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্রব্য, প্লাষ্টিক জাতীয় পদার্থ, কল-কাৰখনাৰ আৱৰ্জনা আদি পানীৰ লগত মিহলি পানী প্ৰদূষিত হয়।
প্রশ্নঃ পৰিৱেশ বুলিলে কি বুজায়?
উত্তৰঃ পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা প্রাকৃতিক আৰু মানৱসৃষ্ট সকলো অৱস্থাকে বুজায়।
প্রশ্নঃ পৰিৱেশ পৰিৱৰ্তনৰ এটি প্রধান কাৰণ কি?
উত্তৰ: জনসংখ্যা বৃদ্ধি।
প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ মতে মৰুকৰণৰ সংজ্ঞা কি? HSLC ’18
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মতে, ‘মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক উৎপাদন ক্ষমতা নষ্ট কৰি মৰুভূমিৰ দৰে অৱস্থাৰ সৃষ্টি কৰে।’
প্রশ্নঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে আটাইতকৈ বেছি দায়ী গেছটো কি?
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড।
প্রশ্নঃ এছিড বৰষুণ সাধাৰণতে ক’ত সৃষ্টি হয়?
উত্তৰঃ ঔদ্যোগিক অঞ্চলত।
প্রশ্নঃ পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈব উপাদানৰ নাম লিখা।
উত্তৰঃ পৰিৱেশৰ জৈৱ উপাদান হ’ল: উদ্ভিদ আৰু প্রাণী।
অজৈৱ উপাদান হ’ল: বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ আদি।
প্রশ্ন: বিশ্ব পৰিৱেশ দিৱস তাৰিখত পালন কৰা হয়। HSLC ’23
(ক) ২৭ মার্চ
(খ) ২২ এপ্রিল
(গ) ৫ জুন
(ঘ) ৫ চেপ্তেম্বৰ
উত্তৰঃ (গ) ৫ জুন