Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 5 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

পঞ্চম অধ্যায়

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্ন: ‘পদ্যগীতা’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

(ক) কলহান

(খ) গোবিন্দ মিশ্র

(গ) ভট্টদের

(ঘ) কবি নজরুল ইসলাম

উত্তৰঃ (খ) গোৱিন্দ মিশ্র

প্রশ্নঃ ‘কীর্তন ঘোষা’ গ্ৰন্থখনৰ ৰচক কোন?

(ক) মাধৱ কন্দলি

(খ) শংকৰদেৱ

(গ) চানক্য

(ঘ) মাধৱদেৱ

উত্তৰঃ (খ) শংকৰদেৱ

প্রশ্ন: উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সংস্কৃতি সম্পর্কে তলৰ কোনকেইটা শুদ্ধ?

(i) অসমৰ মিছিং জনগোষ্ঠীৰ ‘আলি-আই-লিগাং’ উৎসৱ কৃষিৰ সৈতে সম্পর্কিত।

(ii) মিজোৰামৰ চপচাৰ কুট উৎসৱ খেতিয়কৰ শুভ কামনাৰ সৈতে সম্পর্কিত।

(iii) উত্তৰ-পূৰ্বাঞ্চলত কেৱল এটা জনজাতিৰ সাংস্কৃতিক প্রভার দেখা যায়।

(iv) অঞ্চলটোৰ বিভিন্ন জনজাতিয়ে নিজৰ ভাষা, পোছাক, খাদ্যাভ্যাস আৰু ধর্মীয় বিশ্বাস অনুসৰণ কৰে।

(ক) (i), (iii), (iv)

(খ) (i), (ii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (খ) (i), (ii), (iv)

প্রশ্ন: ‘ৰামবিজয়’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

(ক) সুকুমাৰ বৰকাইথ

(খ) মাধরদের

(গ) শ্রী ভট্টদের

(ঘ) শংকৰদেৱ

উত্তৰঃ (ঘ) শংকৰদেৱ

প্রশ্ন: ‘ৰাজৰঙ্গিনী’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

(ক) কলহান

(খ) মাধৱ কন্দলি

(গ) মাধরদের

(ঘ) শংকৰদেৱ

উত্তৰঃ (ক) কলহান

প্রশ্ন: ‘কথাগীতা’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

(ক) মাধৱদের

(খ) ভট্টদের

(গ) শংকৰদেৱ

(ঘ) সুকুমাৰ বৰকাইথ

উত্তৰঃ (খ) ভট্টদের

প্রশ্নঃ সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতি কেতিয়া বিকাশ লাভ কৰিছিল?

(ক) খ্রীষ্টপূর্ব চতুর্থ সহস্রাব্দত

(খ) খ্রীষ্টপূর্ব পঞ্চম সহস্রাব্দত

(গ) খ্রীষ্টপূর্ব ষষ্ঠ সহস্রাব্দত

(ঘ) খ্রীষ্টপূর্ব তৃতীয় সহস্রাব্দত

উত্তৰঃ (ক) খ্ৰীষ্টপূর্ব চতুর্থ সহস্রাব্দত

প্রশ্ন: কোন আহোম ৰজাই ‘তলাতল ঘৰ’ নিৰ্মাণ আৰম্ভ কৰিছিল?

(ক) চন্দ্রকান্ত সিংহ

(খ) চক্রধ্বজ সিংহ

(গ) ৰাজেশ্বৰ সিংহ

(ঘ) ৰুদ্ৰসিংহ

উত্তৰঃ (গ) ৰাজেশ্বৰ সিংহ

প্রশ্ন: ‘সত্যমেব জয়তে’ বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

(ক) ঋকবেদ

(খ) সংহিতা

(গ) মুণ্ডক উপনিষদ

(ঘ) মার্কণ্ডেয় পুৰাণ

উত্তৰঃ (গ) মুণ্ডক উপনিষদ

প্রশ্নঃ কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল তলত উল্লেখ কৰা কোন জাতিগোষ্ঠীৰ অৱদান? HSLC ’18

(ক) দ্রাবিড়সকলৰ

(খ) মংগালেীয়সকলৰ

(গ) অষ্ট্ৰিকসকলৰ

(ঘ) নিগ্ৰোসকলৰ।

উত্তৰঃ (গ)

প্রশ্নঃ পৃথিৱীৰ আদিমতম লিখিত ধর্মগ্রন্থ?

(ক) সামবেদ

(খ) ঋকবেদ

(গ) যজুঃ বেদ

(ঘ) অথর্ববেদ

উত্তৰঃ (খ)

প্রশ্নঃ চর্যাপদ কেতিয়া ৰচিত হৈছিল?

(ক) খ্রীষ্টীয় নরম-ত্রয়োদশ শতিকাৰ সময়ছোৱাত

(খ) খ্রীষ্টীয় দশম-চতুর্দশ শতিকাৰ সময়ছোৱাত

(গ) খ্রীষ্টীয় নবম-দ্বাদশ শতিকাৰ সময়ছোৱাত

(ঘ) খ্রীষ্টীয় নবম-দ্বাদশ শতিকাৰ সময়ছোৱাত

উত্তৰঃ (খ) খ্ৰীষ্টীয় দশম-চতুর্দশ শতিকাৰ সময়ছোৱাত

প্রশ্নঃ ‘ভাৰত সম্ভেদ’ গ্ৰন্থখনৰ ৰচক কোন?

(ক) বিক্রম সেন

(খ) জৱাহৰলাল নেহৰু

(গ) সুভাষ বসু

(ঘ) চানক্য

উত্তৰঃ (খ) জৱাহৰলাল নেহৰু

প্রশ্ন: অসমৰ প্ৰথম বার্তালাপ চেনেলৰ নাম কি?

(ক) জোনাকী

(খ) ঊষা

(গ) বাঁহী

(ঘ) অৰুণোদয়

উত্তৰঃ (ঘ) অৰুণোদয়

প্রশ্ন: ভাৰত মুণিৰ ‘নাট্য শাস্ত্ৰত’ কিমানটা শ্লোক আছে?

(ক) ৩০০০ টা

(খ) ৪০০০ টা

(গ) ৫০০০ টা

(ঘ) ৬০০০ টা

উত্তৰঃ (ঘ) ৬০০০ টা

প্রশ্নঃ তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ HSLC 25

(i) অম্বিকাগিৰি ৰায় চৌধুৰী

(a) জ্ঞান প্রদায়িনী সভা

(ii) পদ্মনাথ গোহাঁই বৰুৱা

(b) বন্দিনী ভাৰত

(iii) লক্ষ্মীনাথ বেজবৰুৱা

(c) আহোম সভা

(iv) আনন্দৰাম ঢেকিয়াল ফুকন

(d) বীণ ব’ৰাগী

(a) (i) (b), (ii) (c), (iii) (d), (iv)→(a)

(b) (i) (d), (ii) (a), (iii)→ (c), (iv) → (b)

(c) (i) (b), (ii) (c), (iii) (a), (iv) → (d)

(d) (i) (d), (ii) (a), (iii)→ (c), (iv)→(c)

উত্তৰঃ (b) (i) (d), (ii) → (a), (iii)→ (c), (iv) → (b)

প্রশ্ন: আজান পীৰ কেতিয়া অসমলৈ আহিছিল?

(ক) ৰুদ্ৰসিংহৰ দিনত

(খ) গদাধৰ সিংহৰ দিনত

(গ) লৰা ৰজাৰ দিনত

(ঘ) শিৱসিংহৰ দিনত

উত্তৰঃ (খ) গদাধৰ সিংহৰ দিনত

প্রশ্ন: ‘জিকিৰ আৰু জাৰী’ গ্ৰন্থখনৰ ৰচক কোন?

(ক) আজান পীৰ

(খ) ইকবাল

(গ) আব্দুল মালিক

(ঘ) শংকৰদেৱ

উত্তৰঃ (ক) আজান পীৰ

প্রশ্ন: ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিক অনুসূচিত জনজাতিৰ সংখ্যা কিমান?

(ক) ৭০৫ টা

(গ) ৭০৭ টা

(খ) ৭০৬ টা

(ঘ) ৭০৮ টা

উত্তৰঃ (ক) ৭০৫ টা

প্রশ্ন: অসমৰ প্ৰাচীন নাম কি আছিল?

(ক) প্রাগজ্যোতিষপুৰ

(খ) কমতাপুৰ

(গ) কোচবিহাৰ

(ঘ) কামৰূপ

উত্তৰঃ (ক) প্রাগজ্যোতিষপুৰ

প্রশ্ন: ভাৰতীয় সংবিধানত চৰকাৰী ভাষাৰ সংখ্যা কিমান?

(ক) ২০ টা

(খ) ২১ টা

(গ) ২২ টা

(ঘ) ২৩ টা

উত্তৰঃ (গ) ২২ টা

প্রশ্নঃ ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম কি?

(ক) আৰ্যভট্ট আৰু বৰাহ মিহিৰ

(খ) ব্রহ্মগুপ্ত আৰু দ্বিতীয় ভাস্কৰাচাৰ্য

(গ) আর্যভট্ট আৰু ভৰদ্বাজ

(ঘ) প্রথম ভাস্কৰাচাৰ্য আৰু মহর্ষি ভৰদ্বাজ

উত্তৰঃ (ঘ) প্ৰথম ভাস্কৰাচাৰ্য আৰু মহর্ষি ভৰদ্বাজ

প্রশ্ন: প্রাচীন ভাৰতৰ এখন চিকিৎসা শাস্ত্ৰৰ নাম কি?

(ক) চৰক সংহিতা

(খ) মনুসংহিতা

(গ) অথর্ববেদ

(ঘ) অৰণ্যক

উত্তৰঃ (ক) চৰক সংহিতা

প্রশ্ন: অসমৰ গদ্য সাহিত্যৰ জনক কোন?

(ক) মাধৱ কন্দলি

(খ) মাধবদের

(গ) ভট্টদের

(ঘ) শংকৰদেৱ

উত্তৰঃ (গ) ভট্টদের

প্রশ্নঃ ‘অর্থশাস্ত্র’ গ্রন্থখন কি বিষয়ক?

(ক) অর্থনীতি বিজ্ঞান

(খ) হিন্দু ধর্ম

(গ) ৰাজনীতি বিজ্ঞান

(ঘ) নীতিশাস্ত্র

উত্তৰঃ (গ) ৰাজনীতি বিজ্ঞান

প্রশ্নঃ ভাৰতীয় গীত-নাট্যশাস্ত্ৰৰ জনক কোন?

(ক) ভৰত মুনি

(খ) কালিদাস

(গ) চানক্য

(ঘ) পাণিনি

উত্তৰঃ (ক) ভৰত মুনি

প্রশ্নঃ হেৰম্বকান্ত বৰপূজাৰীৰ মতে, উজনি অসমৰ ভালেমান ব্রাহ্মণ পুৰোহিতে ১৮৫৭ চনৰ বিদ্ৰোহত যোগ দিছিল। ইয়াৰ শুদ্ধ কাৰণটো কি আছিল? HSLC ’25

(ক) তেওঁলোকে আহোম অভিজাত শ্রেণীটোক সমর্থন জনাইছিল

(খ) ব্রিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁলোকে তেওঁলোকৰ জীৱিকা হেৰুৱাইছিল।

(গ) ব্রিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ (নিষ্কৰ) ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল।

(ঘ) তেওঁলোকে ব্রিটিছৰ পৰা ভাৰতক স্বাধীন কৰিব বিচাৰিছিল।

উত্তৰঃ (গ) ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ (নিষ্কৰ) ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল।

প্রশ্ন: অসমত প্রথম ছপা আলোচনী কি?

(ক) অসম বন্ধু

(খ) অৰুণোদয়

(গ) অসমীয়া

(ঘ) বাণী

উত্তৰঃ (ক) অসম বন্ধু

প্রশ্ন: উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্র্য সম্পর্কে তলৰ কোনকেইটা উক্তি শুদ্ধ?

(i) নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱক উত্তৰ-পূৰ্বাঞ্চলৰ ‘সাংস্কৃতিক মিলনস্থলী’ বুলি জনা যায়।

(ii) উত্তৰ-পূৰ্বাঞ্চলৰ লোকসংগীতত কেৱল অসমীয়া আৰু মণিপুৰী সংগীত ধাৰাৰ প্ৰভাৱ আছে।

(iii) বিহু, চেৰাও, বাংলা, চপচাৰ, কুট আদি উৎসৱসমূহ অঞ্চলটোৰ লোকসাংস্কৃতিক পৰম্পৰাত বিশেষভাৱে গুৰুত্বপূর্ণ।

(iv) অঞ্চলটোত বিভিন্ন নৃতাত্ত্বিক গোষ্ঠীৰ উপস্থিতি থাকিলেও ভাষাগত আৰু সাংস্কৃতিক ঐক্য দেখা যায়।

(ক) (i), (ii), (iv)

(খ) (i), (iii), (iv)

(গ) (i), (ii), (iii), (iv)

(ঘ) (i), (iii), (iv)

উত্তৰঃ (ঘ) (i), (iii), (iv)

প্রশ্ন: উত্তৰ-পূৰ্বাঞ্চলৰ নৃত্য আৰু সংগীত সম্পর্কে তলৰ কোনকেইটা সত্য?

(i) মণিপুৰী নৃত্য বৈষ্ণৱ ধৰ্ম আৰু লোক সংস্কৃতিৰ সৈতে জড়িত।

(ii) উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতত কোনো ধর্মীয় বৈচিত্র্য লক্ষ্য কৰা নাযায়।

(iii) ‘বাম খাসি’ মেঘালয়ৰ এক ঐতিহ্যবাহী লোকনৃত্য।

(iv) সত্রীয়া নৃত্য অসমৰ একমাত্র শাস্ত্রীয় নৃত্যৰূপ।

(ক) (i), (iii), (iv)

(খ) (i), (ii), (iii)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iv)

উত্তৰঃ (খ) (i), (ii), (iii)

প্রশ্নঃ উত্তৰ-পূৰ্বাঞ্চলৰ হস্তশিল্প আৰু তাঁতশিল্প সম্পর্কে তলৰ কোনকেইটা শুদ্ধ?

(i) উত্তৰ-পূৰ্বাঞ্চলৰ হস্তশিল্পত বাঁহ আৰু কেৰাচ শিল্পৰ প্রভাৱ আছে।

(ii) নাগালেণ্ডৰ বস্ত্রশিল্পত কেৱল ঐতিহ্যবাহী নক্সাৰ প্ৰভাৱ থাকে।

(iii) মেঘালয়ৰ খাসি জনগোষ্ঠীৰ ঐতিহ্যবাহী পোছাকক ‘এৰিযা’ বুলি জনা যায়।

(iv) অসম আৰু ত্ৰিপুৰাৰ তাঁতশিল্প বিশ্ববিখ্যাত।

(ক) (ii), (iii), (iv)

(খ) (i), (ii), (iv)

(গ) (i), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (গ) (i), (iii), (iv)

প্রশ্নঃ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ভাষা সম্পর্কে তলৰ কোনকেইটা সত্য?

(i) মণিপুৰী ভাষা ভাৰতৰ সংবিধানৰ অষ্টম অনুচ্ছেদত অন্তর্ভুক্ত।

(ii) উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ ভাষা একে উৎসৰ পৰা উদ্ভৱ হোৱা।

(iii) মিজো ভাষা লেটিন লিপিৰ ভিত্তিত লিপিবদ্ধ কৰা হয়।

(iv) অসমৰ অসমীয়া ভাষা সপ্তম শতিকাৰ পৰাই বিকাশ লাভ কৰিছে।

(ক) (i), (ii), (iii)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iv)

উত্তৰঃ (খ) (i), (iii), (iv)

প্রশ্নঃ তলৰ কোনটো দৰঙৰ লোকনৃত্য?

(ক) থিয়নাম

(খ) বিহু নৃত্য

(গ) দেওধনী নৃত্য

(ঘ) ওজাপালি

উত্তৰঃ (গ) দেওধনী নৃত্য

প্রশ্নঃ আজান ফকীৰৰ আচল নাম কি?

(ক) ছাহ মিৰাণ

(খ) আজান পীৰ

(গ) আজাদ ফকিৰ

(ঘ) আজান আলি

উত্তৰঃ (ক) ছাহ মিৰাণ

প্রশ্ন: আর্যসকলে কিমান খ্রীষ্টাব্দপূর্বত ভাৰতলৈ আহিছিল?

(ক) ১২০৮ খ্রীষ্টাব্দপূর্বত

(খ) ১২০০ খ্রীষ্টাব্দপূর্বত

(গ) ১২০৫ খ্রীষ্টাব্দপূর্বত

(ঘ) ১২০১ খ্রীষ্টাব্দপূর্বত

উত্তৰঃ (খ) ১২০০ খ্রীষ্টাব্দপূর্বত

প্রশ্ন: ‘নামঘোষা’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

(ক) মাধৱদের

(খ) শংকৰদেৱ

(গ) ভট্টদের

(ঘ) ৰবীন্দ্ৰনাথ

উত্তৰঃ (ক) মাধৱদের

প্রশ্ন: ‘হৰিবিদ্যাৰ্ণর’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

(ক) ভট্টদের

(খ) শংকৰদেৱ

(গ) সুকুমাৰ বৰকাইথ

(ঘ) ভৰদ্বাজ

উত্তৰঃ (গ) সুকুমাৰ বৰকাইথ

প্রশ্নঃ নগাসকল কোন জাতিৰ অন্তর্ভুক্ত?

(ক) নিগ্রোটো প্ৰজাতিৰ

(খ) মংগোলীয়

(গ) অষ্ট্রলয়ড

(ঘ) অষ্টিক

উত্তৰঃ (খ) মংগোলীয়

প্রশ্নঃ তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্রপ্রদেশৰ? HSLC ’19

(ক) কথাকলি

(খ) কুচিপুড়ী

(গ) ভাৰতনাট্যম

(ঘ) অডিছি।

উত্তৰঃ (খ)

প্রশ্ন: অন্ধ্র প্রদেশৰ ৰাজ্যিক ভাষা কি?

(ক) উড়িয়া

(খ) কন্নড়ী

(গ) তেলেগু

(ঘ) কানাড়া

উত্তৰঃ (গ) তেলেগু

প্রশ্নঃ তলৰ বিকল্পবোৰৰ পৰা, মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কার্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছিউলিওৱা য’ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল। HSLC ’25

(ক) ডাণ্ডি যাত্রা, অসহযোগ আন্দোলন

(খ) ডাণ্ডি যাত্রা, আইন অমান্য আন্দোলন

(গ) তিলক স্বৰাজ্য পুঁজিৰ মাধ্যমেৰে পুঁজি সংগ্রহ, অসহযোগ আন্দোলন

(ঘ) মুম্বাইৰ ঐতিহাসিক আগষ্ট সভা, ভাৰত ত্যাগ আন্দোলন

উত্তৰঃ (খ) ডাণ্ডি যাত্রা, আইন অমান্য আন্দোলন

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্ন: খ্রীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ আহিছিল কোন দুটা বিদেশী জাতি?

উত্তৰঃ পর্তুগীজ আৰু ওলন্দাজ।

প্রশ্নঃ সিন্ধু উপত্যকাত ধাৰ্মিক কাৰণত ব্যৱহাৰ কৰা কোন দুটা মূর্তি পোৱা গৈছিল?

উত্তৰঃ গৌতম বুদ্ধ আৰু মহাবীৰ।

প্রশ্ন: ‘বিবিধতাৰ মাজত একতা’ এই বাক্যাংশ কোনখন কিতাপৰ পৰা আহিছে?

উত্তৰঃ জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থৰ পৰা।

প্রশ্ন: অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?

উত্তৰঃ ভট্টদেৱে।

প্রশ্ন: ‘জিকিৰ আৰু জাৰি’ কোনে লিখিছিল?

উত্তৰঃ আজান ফকিৰে।

প্রশ্ন: আজান পীৰ কোন আছিল?

উত্তৰঃ এজন চুফী সাধক।

প্রশ্নঃ ‘উজাপালি’ৰ দুটা ভাগ কি কি? HSLC ’19

উত্তৰ: সুকনানি ওজাপালি আৰু ব্যাস গোৱা ওজাপালি।

প্রশ্ন: ভাৰতৰ কোনটো শৈলীত গ্রীক-ৰোমান কলাৰ প্ৰভাৱ দেখা যায়?

উত্তৰঃ গান্ধাৰ শৈলীত।

প্রশ্ন: ভৰত মুনি ‘নাট্যশাস্ত্র’ কেতিয়া লিখিছিল?

উত্তৰঃ খ্ৰীষ্টপূর্ব ২০০ ৰ পৰা ২০০ খ্ৰীষ্টাব্দৰ ভিতৰত।

প্রশ্নঃ ‘নাট্যশাস্ত্র’ কিতাপখনত কিমানটা শ্লোক আছে?

উত্তৰঃ ৬,০০০ টা শ্লোক আছে।

প্রশ্ন: ‘হেৰাকা আন্দোলন’ কি?

উত্তৰঃ ‘হেৰাকা আন্দোলন’ হ’ল ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্ম আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ কৰা এক আন্দোলন।

প্রশ্ন: নাগালেণ্ডৰ ‘হর্ণবিল উৎসৱ’ কোন জীৱৰ নামত কৰা হয়?

উত্তৰঃ ধনেশ পক্ষীৰ নামত।

প্রশ্নঃ ‘চপছৰ কূট’ উৎসৱ কোন ৰাজ্যৰ?

উত্তৰঃ মিজোৰামৰ।

প্রশ্ন: মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতাত সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?

উত্তৰঃ বৰাহী ৰজা মহামাণিক্য।

প্রশ্ন: ‘মিজো’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘মিজো’ শব্দৰ অৰ্থ পাহাৰৰ বাসিন্দা।

প্রশ্ন: উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ দেখা যায়?

উত্তৰঃ মেঘালয়ত।

প্রশ্নঃ মণিপুৰী নৃত্য কি বিষয়ক কেন্দ্ৰ কৰি গঢ়ি উঠিছে?

উত্তৰঃ মণিপুৰী নৃত্য চৈতন্য মহাপ্রভুৰ শৈশৱ আৰু কৃষ্ণলীলাৰ ওপৰত আধাৰিত।

প্রশ্ন: ‘পদ্মপুৰাণ’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ সুকবি নাৰায়ণ দেবে।

প্রশ্নঃ ‘দৰং ৰাজবংশাৱলী’ কোনে লিখিছিল?

উত্তৰঃ সূৰ্যখৰী দৈৱজ্ঞই।

প্রশ্ন: অসমীয়া ভাষাত লিখা প্ৰথম বুৰঞ্জীখনৰ নাম কি?

উত্তৰঃ ‘স্বৰ্গ নাৰায়ণ মহাৰাজৰ আখ্যান’।

প্রশ্ন: ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৰ্ব পৰিষদৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়ে?

উত্তৰঃ ৰাজ্যসমূহৰ এজন ৰাজ্যপালক।

প্রশ্ন: মহাপুৰুষ মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ ১৫৭ টা।

প্রশ্ন: সুকুমাৰ বৰকাইথে কাৰ আদেশত ‘হস্তিবিদ্যার্ণব’ লিখিছিল?

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আদেশত।

প্রশ্ন: কুঁহিয়াৰৰ পৰা গুৰ বনোৱাৰ কৌশল কোন জনগোষ্ঠীৰ অৱদান?

উত্তৰঃ অষ্ট্ৰিকসকলৰ।

প্রশ্ন: অন্ধ্র প্রদেশৰ এবিধ ধ্রুপদী নৃত্যৰ নাম কি?

উত্তৰঃ কুচিপুড়ী।

প্রশ্ন: আজান ফকিৰৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ শ্বাহ মিলন বা ছাহ মিৰাণ।

প্রশ্ন: প্রাচীন ভাৰতৰ দুজন দার্শনিকৰ নাম লিখা।

উত্তৰঃ কপিল মুনি আৰু ৰামানুজ।

প্রশ্ন: অসমৰ দুটা সাঁচিপতীয়া পুথিৰ নাম কি?

উত্তৰঃ (ক) চিত্র ভাগৱত আৰু (খ) শংখচূড়

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ দ্বাৰা বিশ্ব ঐতিহ্য তালিকাত অন্তর্ভুক্ত হোৱা দুটা স্থাপত্য কি?

উত্তৰঃ (ক) অজন্তাৰ গুহাসমূহ আৰু (খ) তাজমহল।

প্রশ্ন: প্রাচীন ভাৰতৰ দুজন বিজ্ঞানীৰ নাম কি?

উত্তৰঃ বৰাহমিহিৰ আৰু ব্ৰহ্মগুপ্ত।

প্রশ্ন: সিন্ধু সভ্যতাৰ পূৱ সীমা ক’লৈ বিস্তৃত আছিল?

উত্তৰঃ মীৰাটলৈকে।

প্রশ্নঃ সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?

উত্তৰঃ খ্ৰীষ্টপূর্ব চতুর্থ শতিকাত।

প্রশ্ন: তলত দিয়া কোনটো জনগোষ্ঠী বৌদ্ধ ধর্মালম্বী?

(ক) খাচী

(খ) খামতি

(গ) আদি

(ঘ) কার্বি

উত্তৰঃ (ঘ) কাৰ্বি।

প্রশ্ন: মিচিংসকলে বিহুক কি বোলে?

উত্তৰঃ আলি-আই-লুগাং।

প্রশ্ন: অসমৰ কোন জনজাতি অস্ট্রিক ভাষাগোষ্ঠীত অন্তর্ভুক্ত?

উত্তৰঃ খাচী।

প্রশ্ন: ‘গীত গোবিন্দ’ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰঃ ৰাম নাৰায়ণ চক্রবর্তীয়ে।

প্রশ্ন: ঋগবেদৰ আনুমানিক ৰচনা কাল কিমান?

উত্তৰঃ খ্ৰীষ্টপূর্ব ১৫০০-১০০০।

প্রশ্ন: ‘অসম’ নামটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে বুলি অনুমান কৰা হয়?

উত্তৰঃ ‘আ-চাম’ বা ‘হা-চোম’ শব্দৰ পৰা।

প্রশ্নঃ আহোম সভাৰ এটি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল? HSLC ’20

উত্তৰ: আসমত বাস কৰা আহোমসকলক সংখ্যালঘুৰ মৰ্যাদা প্রদান কৰি বিধান সভাত আসন সংৰক্ষণ কৰা।

প্রশ্নঃ অসম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশনত নির্বাচিত হোৱা সভাপতি আৰু সম্পাদক কোন কোন আছিল? HSLC ’19

উত্তৰ: সভাপতি আছিল ৰাজা প্রভাত চন্দ্র বৰুৱা আৰু সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা।

প্রশ্নঃ ‘চর্যাপদ’ মানে কি?

উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকালত ৰচিত অসমৰ লিখিত সাহিত্য।

প্রশ্নঃ চর্যাপদ কেতিয়া লিখা হৈছিল?

উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকালত।

প্রশ্ন: আজান পীৰ কেতিয়া অসমলৈ আহিছিল?

উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।

প্রশ্ন: দ-পর্বতীয়া শিলৰ তোৰণখন কেতিয়া নির্মাণ হৈছিল?

উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ শতিকাত।

প্রশ্নঃ চাংৰুং ফুকনে কি দায়িত্ব পালন কৰিছিল?

উত্তৰঃ আহোম ৰাজত্বত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, আৰু ঘৰ-দুৱাৰ নিৰ্মাণৰ দায়িত্বত আছিল।

প্রশ্ন: লোকগীতত অৱদানৰ বাবে পদ্মশ্রী উপাধি লাভ কৰা অসমীয়া শিল্পীজন কোন?

উত্তৰঃ প্রতিমা পাণ্ডে বৰুৱা।

প্রশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় চিহ্নত থকা ‘সত্যমের জয়তে’ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ মুণ্ডক উপনিষদ।

প্রশ্ন: প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ কৌটিল্যৰ ‘অর্থশাস্ত্র’।

প্রশ্নঃ ভট্টদেৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। HSLC ’22

উত্তৰঃ ‘কথাগীতা’ আৰু ‘কথাভাগৱত’।

প্রশ্ন: অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰঃ প্রাগজ্যোতিষপুৰ আৰু কামৰূপ।

প্রশ্ন: অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?

উত্তৰঃ অৰুণোদয়।

প্রশ্ন: কামাখ্যা মন্দিৰ কোনে পুনঃনির্মাণ কৰিছিল?

উত্তৰঃ চিলাৰায়ে।

প্রশ্ন: উত্তৰ-পূৰ্বাঞ্চলৰ কোন জনগোষ্ঠী অস্ট্রিক ভাষাগোষ্ঠীৰ অন্তর্ভুক্ত?

উত্তৰঃ মেঘালয়ৰ খাচীসকল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment