আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 4 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Social Science MCQ Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
চতুর্থ অধ্যায়
স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ ‘হেমকোষ’ৰ ৰচক কোন?
(ক) বাণীকান্ত কাকতি
(খ) হেমচন্দ্ৰ বৰুৱা
(গ) হেমচন্দ্র গোস্বামী
(ঘ) বাণীকান্ত কাকতি
উত্তৰঃ (খ) হেমচন্দ্ৰ বৰুৱা
প্রশ্নঃ অসম প্রদেশ কংগ্ৰেছৰ প্রথম সম্পাদক কোন আছিল?
(ক) নবীনচন্দ্ৰ বৰদলৈ
(খ) জ্যোতিপ্ৰসাদ আগৰৱালা
(গ) ছবিলাল উপাধ্যায়
(ঘ) বিষ্ণুৰাম মেধি
উত্তৰঃ (ক) নবীনচন্দ্ৰ বৰদলৈ
প্রশ্নঃ মহাত্মা গান্ধীয়ে কিমান চনত অসহযোগ আন্দোলনৰ সূচনা কৰিবলৈ অসমলৈ আহিছিল?
(ক) ১৯১৯ চনত
(খ) ১৯২১ চনত
(গ) ১৯২৪ চনত
(ঘ) ১৯২৭ চনত
উত্তৰঃ (খ) ১৯২১ চনত
প্রশ্নঃ অসমত আবকাৰী কানিৰ সেৱন ১৯২০-বৰ্ষত ১৬১৫ মোনৰ পৰা হ্রাস হৈ ১৯২২-২৩ বর্ষত ৯৯৩ মোন হৈছিলগৈ। তলৰ কোনটো বিৱৰণে কানিৰ সেবন হ্রাস হোৱাৰ কথা শুদ্ধভভাবে ব্যাখ্যা কৰিছে। HSLC ’25
(ক) কানি সেৱনৰ কুপ্ৰভাৱৰ কথা স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে ইয়াৰ বিক্ৰী সীমিত কৰিছিল।
(খ) ৰাইজে কানি সেৱনৰ কুভাৱৰ কথা বুজি পাইছিল।
(গ) ৰাইজৰ মাজত কানিৰ চাহিদা হ্রাস পাইছিল
(ঘ) কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সৱল কানি-বিৰোধী কার্যপন্থা
উত্তৰঃ (ঘ) কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্রহণ কৰা সৱল কানি-বিৰোধী কাৰ্যপন্থা
প্রশ্নঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ গহপুৰত মৃত্যুবৰণ কৰা ছোৱালীজনীৰ নাম কি আছিল?
(ক) ভাগেশ্বৰী
(খ) কনকলতা বৰুৱা
(গ) অমৃতা দেবী
(ঘ) মূলা গাভৰু
উত্তৰঃ (খ) কনকলতা বৰুৱা
প্রশ্নঃ খামতি জনগোষ্ঠীৰ লোকসকল কোনটো ধর্মাবলম্বী?
(ক) হিন্দু
(গ) খ্রীষ্টান
(খ) বৌদ্ধ
(ঘ) ইছলাম
উত্তৰঃ (খ) বৌদ্ধ
প্রশ্নঃ অসমত কৃষি বিশ্ববিদ্যালয় কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?
(ক) ১৯৪১ চনত
(খ) ১৯৪৩ চনত
(গ) ১৯৪৫ চনত
(ঘ) ১৯৪৮ চনত
উত্তৰঃ (ঘ) ১৯৪৮ চনত
প্রশ্নঃ ১৯৪৮ চনত অসম পশু মহাবিদ্যালয় ক’ত প্রতিষ্ঠা কৰা হৈছিল?
(ক) যোৰহাটত
(গ) নগাঁৱত
(খ) গুৱাহাটীত
(ঘ) লক্ষ্মীমপুৰত
উত্তৰঃ (গ) নগাঁৱত
প্রশ্নঃ গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্রতিষ্ঠা কৰা হৈছিল?
(ক) ১৯০১ চনত
(খ) ১৯৪৮ চনত
(গ) ১৯৪৯ চনত
(ঘ) ১৯৫১ চনত
উত্তৰঃ (খ) ১৯৪৮ চনত
প্রশ্নঃ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
@109 8:45 (32)
(খ) ১৮২৬ চনত
(গ) ১৮২৭ চনত
(ঘ) ১৮২৮ চনত
উত্তৰঃ (খ) ১৮২৬ চনত
প্রশ্নঃ অসমত কেতিয়া ঔপনিবেশিক শাসনৰ বিৰুদ্ধে প্রতিবাদ আৰম্ভ হৈছিল?
(ক) উনৈশ শতিকাৰ আৰম্ভণিতে
(খ) উনৈশ শতিকাৰ মধ্যভাগত
(গ) উনৈশ শতিকাৰ শেষার্ধত
(ঘ) বিংশ শতিকাৰ আদি ভাগত
উত্তৰঃ (গ) উনৈশ শতিকাৰ শেষার্ধত
প্রশ্নঃ আছাম এছোচিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল?
(ক) শিৱসাগৰত
(খ) যাৰহাটত
(গ) ডিব্ৰুগড়ত
(ঘ) গোলাঘাটত
উত্তৰঃ (গ) ডিব্ৰুগড়ত
প্রশ্নঃ ‘জোনাকী’ৰ প্ৰথম সম্পাদক কোন আছিল?
(ক) হেমচন্দ্ৰ বৰুৱা
(খ) হেমচন্দ্র গোস্বামী
(গ) জগন্নাথ বৰুৱা
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰঃ (ঘ) চন্দ্ৰকুমাৰ আগৰৱালাগ্ধগ্ধ
প্রশ্নঃ ‘জ্ঞান প্রদায়িনী সভা’ কেতিয়া প্রতিষ্ঠা হৈছিল?
(ক) ১৮৫১ চনত
(খ) ১৮৫৭ চনত
(গ) ১৭৫৮ চনত
(ঘ) ১৮৫৯ চনত
উত্তৰঃ (খ) ১৮৫৭ চনত
প্রশ্নঃ অসমত বাংলা ভাষা কেতিয়াৰ পৰা প্রচলন হৈছিল?
(ক) ১৮৩৫ চনৰ পৰা
(খ) ১৮৩৬ চনৰ পৰা
(গ) ১৮৭২ চনৰ পৰা
(ঘ) ১৮৭৩ চনৰ পৰা
উত্তৰঃ (খ) ১৮৩৬ চনৰ পৰা
প্রশ্নঃ ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সম্পর্কে তলৰ কোনবোৰ উক্তি শুদ্ধ?
(i) অসমত মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন আৰম্ভ হৈছিল।
(ii) বহু অসমীয়াই বিদেশী সামগ্রী বর্জন কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিছিল।
(iii) এই আন্দোলনৰ ফলত চাহ বাগিচাৰ কৰ্মচাৰীসকলে নিজৰ অধিকাৰৰ বাবে সংগ্রাম কৰিছিল।
(iv) এই আন্দোলনৰ সময়ত অসমত কংগ্রেছ দল গঠন হৈছিল।
(ক) (i), (ii), (iii)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (গ) (ii), (iii), (iv)
প্রশ্নঃ অসমৰ জাতীয় জাগৰণৰ ক্ষেত্ৰত তলৰ কোনবোৰ ঘটনা গুৰুত্বপূৰ্ণ আছিল?
(i) ১৯২১ চনত অসমৰ চাহ বাগিচাত হোৱা বিদ্রোহ।
(ii) অসম সাহিত্য সভাই জাতীয়তাবাদী চেতনা বৃদ্ধি কৰিছিল।
(iii) ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৱাহাটী অধিৱেশন অনুষ্ঠিত হৈছিল।
(iv) ১৯৪২ চনৰ কুইট ইণ্ডিয়া আন্দোলনৰ সময়ত তেজপুৰ আৰু বৰপেটাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল।
(ক) (i), (ii), (iii)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ঘ) (i), (ii), (iii), (iv)
প্রশ্নঃ ১৯৪২ চনৰ কুইট ইণ্ডিয়া আন্দোলনৰ সময়ত অসমত কি কি ঘটনা সংঘটিত হৈছিল?
(i) আন্দোলনৰ সময়ত বহু জাতীয় নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল।
(ii) গোপাল বৰুৱা, কনকলতা বৰুৱা আদি বিপ্লৱীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ চেষ্টা কৰিছিল।
(iii) ব্ৰিটিছ চৰকাৰে সীমান্ত অঞ্চলত সেনা মোতায়েন কৰিছিল।
(iv) এই আন্দোলনৰ সময়ত অসমত কোনো সহিংস ঘটনা হোৱা নাছিল।
(ক) (i), (ii), (iii)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iii)
প্রশ্নঃ অসমৰ স্বাধীনতা আন্দোলনলৈ তলৰ কোনবোৰ কাৰকে প্রভাৱ পেলাইছিল?
(i) স্বদেশী আন্দোলনৰ প্ৰভাৱ
(ii) অসম বন্দৰ শ্রমিক আন্দোলন
(iii) পণ্ডিত নেহৰুৰ অসম ভ্রমণ
(iv) অসমৰ কৃষক বিদ্রোহ
(ক) (i), (ii), (iii)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ঘ) (i), (ii), (iii), (iv)
প্রশ্নঃ যোৰহাট সার্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল?
(ক) পদ্মনাথ গোঁহাঞি বৰুৱা
(খ) জগন্নাথ বৰুৱা
(গ) মাণিক চন্দ্ৰ বৰুৱা
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰঃ (খ)
প্রশ্নঃ অসমৰ স্বাধীনতা আন্দোলনত তলৰ কোন ৰাজনীতিকসকলৰ ভূমিকা গুৰুত্বপূর্ণ আছিল?
(1) গোপীনাথ বৰদলৈ
(ii) সতী ৰাধিকা দেবী
(iii) ভোগেশ্বৰ ফুকন
(iv) লাচিত বৰফুকন
(ক) (i), (ii), (iii)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iii)
প্রশ্নঃ বাংলা ভাষাৰ প্ৰভাৱৰ পৰা অসমীয়া ভাষাৰ পুনৰুদ্ধাৰ কেতিয়া হৈছিল?
(ক) ১৮৭১ চনত
(খ) ১৮৭৩ চনত
(গ) ১৮৭৫ চনত
(ঘ) ১৮৭৬ চনত
উত্তৰঃ (খ) ১৮৭৩ চনত
প্রশ্নঃ ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক আছিল? HSLC ’23
(ক) হেমচন্দ্ৰ বৰুৱা
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) হেমচন্দ্র গোস্বামী
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰঃ (ঘ)
প্রশ্নঃ ১৮৭২ চনত সাহিত্য চর্চাৰ উদ্দেশ্যে গঠন কৰা সংগঠনটোৰ নাম কি আছিল?
(ক) জ্ঞান প্রদায়িনী সভা
(খ) অসমীয়া লিটাৰেৰী ছ’চাইটি
(গ) অসমীয়া ভাষা উন্নতি সাধিনী সভা
(ঘ) অসম সাহিত্য সভা
উত্তৰঃ (খ) অসমীয়া লিটাৰেৰী ছ’চাইটি
প্রশ্নঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ কেতিয়া গঠন হৈছিল?
(ক) ১৮৮০ চনত
(খ) ১৮৮৪ চনত
(গ) ১৮৮৮ চনত
(ঘ) ১৮৯০ চনত
উত্তৰঃ (গ) ১৮৮৮ চনত
প্রশ্নঃ কোনখন সভা গঠন হোৱাৰ পৰা ৪০ বছৰ ধৰি পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদক হৈ আছিল?
(ক) সদৌ অসম ৰায়ত সভা
(খ) অসম ছাত্র সম্মিলন
(গ) অসমীয়া ভাষা উন্নতি সাধিনী সভা
(ঘ) আহোম সভা
উত্তৰঃ (ঘ) আহোম সভা
প্রশ্নঃ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল?
(ক) মিলন
(খ) বাগ্মী
(গ) স্বদেশ
(ঘ) বাঁহী
উত্তৰঃ (ক) মিলন
প্রশ্নঃ ১৯০৩ চনত কোনে ‘আছাম এছচিয়েছন’ গঠন কৰিছিল?
(ক) পদ্মনাথ গাহোঁই বৰুৱা
(খ) হেমচন্দ্র গাস্বোমী
(গ) নবীনচন্দ্ৰ বৰদলৈ
(ঘ) মাণিক চন্দ্ৰ বৰুৱা
উত্তৰঃ (ঘ)
প্রশ্নঃ ‘অসম ছাত্র সম্মিলন’ কেতিয়া গঠন হৈছিল? HSLC ’20
(ক) ১৯১১ চনত
(খ) ১৯১৩ চনত
(গ) ১৮১৬ চনত
(ঘ) ১৯২১ চনত
উত্তৰঃ (গ) ১৮১৬ চনত
প্রশ্নঃ ‘সদৌ অসম ৰায়ত সভা’ কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৯২৫ চনত
(খ) ১৯৩৩ চনত
(গ) ১৯৩৫ চনত
(ঘ) ১৯৩৬ চনত
উত্তৰঃ (খ) ১৯৩৩ চনত
প্রশ্নঃ আছাম এছোচিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল?
(ক) শিৱসাগৰত
(গ) ডিব্ৰুগড়ত
(খ) যাৰহাটত
(ঘ) গোলাঘাটত
উত্তৰঃ (গ) ডিব্ৰুগড়ত
প্রশ্নঃ অসমৰ প্ৰথম মুখ্যমন্ত্রীরূপে কাক নির্বাচন কৰা হৈছিল?
(ক) আকবৰ হাইদৰী
(খ) গোপীনাথ বৰদলৈ
(গ) নবীন চন্দ্ৰ বৰদলৈ
(ঘ) আনোৱাৰা টাইমুৰ
উত্তৰঃ (খ) গোপীনাথ বৰদলৈ
প্রশ্নঃ অসমত স্থাপিত হোৱা প্রথমখন জাতীয় শিক্ষানুষ্ঠান কি?
(ক) তিলক সোঁৱৰণী বিদ্যালয়
(খ) অসম জাতীয় বিদ্যালয়
(গ) কটন কলেজ
(ঘ) গুৱাহাটী বিশ্ববিদ্যালয়
উত্তৰঃ (ক) তিলক সোঁৱৰণী বিদ্যালয়
প্রশ্নঃ অসম প্রদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
(ক) কুলধৰ চলিহা
(খ) ছবিলাল উপাধ্যায়
(গ) গোকুল নাথ
(ঘ) নবীনচন্দ্ৰ বৰদলৈ
উত্তৰঃ (ক) কুলধৰ চলিহা
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ অসমত স্থাপিত প্রথমখন জাতীয় অনুষ্ঠান কি আছিল?
উত্তৰঃ তিলক সোঁৱৰণী স্কুল।
প্রশ্নঃ কুশল কোঁৱৰক কিহৰ বাবে ফাঁচী দিয়া হৈছিল?
উত্তৰঃ বেল বগৰোৱা অপৰাধত।
প্রশ্নঃ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।
প্রশ্নঃ অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাবে নামাংকিত হৈছিল?
উত্তৰঃ ১৯৪৭ চনৰ ৩ নৱেম্বৰত।
প্রশ্নঃ স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্রী কোন আছিল?
উত্তৰঃ লোকপ্রিয় গোপীনাথ বৰদলৈ।
প্রশ্নঃ মহাত্মা গান্ধীয়ে অসমলৈ কেতিয়া আহিছিল?
উত্তৰঃ ১৯২১ চনত।
প্রশ্নঃ ৰায়ত সভাৰ মুখ্য লক্ষ্য কি আছিল?
উত্তৰঃ গ্রেজিং বন্ধ কৰা, মাটিৰ খাজনা কমোৱা আৰু বাহিৰৰ পৰা অহা প্ৰব্ৰজন ৰোধ কৰা।
প্রশ্নঃ সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯৩৩ চনত।
প্রশ্নঃ আহোম সভাৰ সম্পাদক কোন আছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা।
প্রশ্নঃ যোৰহাটৰ সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত হৈছিল?
উত্তৰঃ ১৮৮৪ চনত, জগন্নাথ বৰুৱাৰ নেতৃত্বত।
প্রশ্নঃ অসমত বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোন সংগঠনে চেষ্টা কৰিছিল?
উত্তৰঃ আছাম এছ’ছিয়েচনে।
প্রশ্নঃ আহোম সভা কোনে গঠন কৰিছিল?
উত্তৰ: পদ্মনাথ গোঁহাই বৰুৱা।
প্রশ্নঃ আছাম এছ’ছিয়েছনৰ কোনটো অধিবেশনত বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন হৈছিল? HSLC ’20
উত্তৰঃ ১৯১৭ চনৰ শিৱসাগৰৰ অধিৱেশনত।
প্রশ্নঃ যোৰহাটৰ সাৰ্বজনিক সভা পুনৰ কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৮৮৬ চনত।
প্রশ্নঃ অসম এছ’ছিয়েছনৰ প্ৰথম অধিবেশন ক’ত হৈছিল?
উত্তৰঃ ডিব্ৰুগড়ত।
প্রশ্নঃ ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
প্রশ্নঃ ১৯০৩ চনত আছাম এছ’ছিয়েছন কোনে গঠন কৰিছিল?
উত্তৰঃ মাণিক চন্দ্ৰ বৰুৱাই।
প্রশ্নঃ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰঃ ১৮২৬ চনত।
প্রশ্নঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৬০ চনৰ ২০ চেপ্তেম্বৰত।
প্রশ্নঃ কোম্পানীৰ আমোল বুলিলে কি বুজায়?
উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।
প্রশ্নঃ অসমত বাংলা ভাষা কেতিয়া প্রচলিত হৈছিল?
উত্তৰঃ ১৮৩৭ চনত।
প্রশ্নঃ ‘আসাম চুতীয়া সম্মিলন’ কেতিয়া আৰম্ভহৈছিল?
উত্তৰঃ ১৯২৫ চনত।
প্রশ্নঃ বড়ো-কছাৰী মহাসম্মিলন কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯২৩ চনত।
প্রশ্নঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰঃ সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।
প্রশ্নঃ কোঁচ-ৰাজবংশী সম্মিলন কেতিয়া আৰম্ভহৈছিল?
উত্তৰঃ ১৯১২ চনত।
প্রশ্নঃ অসমত অসমীয়া ভাষা পুনৰ কেতিয়া প্রচলিত হৈছিল?
উত্তৰঃ ১৮৭৩ চনত।
প্রশ্নঃ ‘অৰুণোদয়’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ ড° নাথান বাউন।
প্রশ্নঃ অসম ছাত্র সম্মিলনৰ মুখপত্র কি আছিল?
উত্তৰঃ ‘মিলন’।
প্রশ্ন: অসম প্রদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? HSLC ’22
(ক) কুলধৰ চলিহা
(খ) বিষ্ণু ৰাভা
(গ) গোপীনাথ
(ঘ) বিষ্ণুৰাম মেধি
উত্তৰঃ (ক) কুলধৰ চলিহা