Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Social Science MCQ Chapter 3 অসমত ব্রিটিছ বিৰাধেী জাগৰণ আৰু কৃষক বিদ্রোহ

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 3 অসমত ব্রিটিছ বিৰাধেী জাগৰণ আৰু কৃষক বিদ্রোহ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 3 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science MCQ Chapter 3 অসমত ব্রিটিছ বিৰাধেী জাগৰণ আৰু কৃষক বিদ্রোহ

Class 10 Social Science MCQ Chapter 3 অসমত ব্রিটিছ বিৰাধেী জাগৰণ আৰু কৃষক বিদ্রোহ

তৃতীয় অধ্যায়

অসমত ব্রিটিছ বিৰাধেী জাগৰণ আৰু কৃষক বিদ্রোহ

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ জে. ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰা হৈছিল?

(ক) নগা বিদ্রোহীয়ে

(খ) মনিপুৰৰ বিদ্ৰোহীয়ে

(গ) জয়ন্তীয়া বিদ্রোহীয়ে

(ঘ) জনজাতীয় বিদ্রোহীয়ে

উত্তৰঃ (খ) মনিপুৰৰ বিদ্ৰোহীয়ে

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ HSLC ’25

দাবী (A): ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাত অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল।

কাৰণ (R): কৃষকসকলে ৰাইজৰ মেলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উত্তৰঃ (ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয

প্রশ্নঃ কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল?

(ক) ১৮২৮ চনত

(খ) ১৮৪৮ চনত

(গ) ১৮৫০ চনত

(ঘ) ১৮৬০ চনত

উত্তৰঃ (ঘ) ১৮৬০ চনত

প্রশ্নঃ ব্রিটিছ বিষয়া ডামান্টক কোন বিদ্রোহীয়ে হত্যা কৰিছিল?

(ক) জয়ন্তীয়া বিদ্রোহীয়ে

(খ) নগা বিদ্রোহীয়ে

(গ) মণিপুৰৰ বিদ্ৰোহীয়ে

(ঘ) উত্তৰ কাছাৰৰ বিদ্রোহীয়ে

উত্তৰঃ (খ) নগা বিদ্রোহীয়ে

প্রশ্নঃ তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল?

(ক) ১৮২১ চনত

(খ) ১৮৩৩ চনত

(গ) ১৮৪২ চনত

(ঘ) ১৮৪৩ চনত

উত্তৰঃ (ঘ) ১৮৪৩ চনত

প্রশ্নঃ কেতিয়া অসমত দাস প্রথাৰ বিলুপ্তি ঘটে?

(ক) ১৮৪০ চনত

(খ) ১৮৪১ চনত

(গ) ১৮৪৩ চনত

(ঘ) ১৮৪৫ চনত

উত্তৰঃ (গ) ১৮৪৩ চনত

প্রশ্নঃ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰ আহোম সিংহাসনত বহুৱাব বিচাৰিছিল?

(ক) গোমধৰ কোঁৱৰ

(খ) কন্দর্প সিংহ

(গ) পুৰন্দৰ সিংহ

(ঘ) ৰুদ্র সিংহ

উত্তৰঃ (খ) কন্দর্প সিংহ

প্রশ্নঃ মফট মিলছ কোন আছিল?

(ক) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

(খ) কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্য

(গ) এগৰাকী বৃটিছ বিষয়া

(ঘ) বংগ দেশৰ প্ৰশাসক

উত্তৰঃ (ক) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

প্রশ্নঃ কেঞাসকল কোন আছিল?

(ক) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক

(খ) অসমৰ কাছাৰী সম্প্ৰদায়ৰ লোক

(গ) পশ্চিম ভাৰতৰ বঙালী লোক

(ঘ) বিহাৰৰ পৰা অহা লোক লোক

উত্তৰঃ (ক) কোসকল মাৰোৱাৰী সম্প্ৰদায়ৰ

প্রশ্নঃ ফুলগুৰি ধাৱা বিদ্রোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজন আছিল HSLC ’23

(ক) ফেলটেন্টে ছিংগাৰ

(খ) কেমকেবে

(গ) জে ডি এণ্ডাৰছন

(ঘ) হার্বার্ট স্কট

উত্তৰঃ (ক)

প্রশ্নঃ ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ বাবে ১৮৫৮ চনত কোন দুজন বিদ্রোহীক বৃটিছ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল?

(ক) মধুমল্লিক আৰু কমলা বৰুৱাক

(খ) দুতিৰাম বৰুৱা আৰু মায়াম নাজিক

(গ) বাহাদুৰ গাঁওবুঢ়া আৰু শেখ ফর্মুদ আলীক

(ঘ) বাহাদুৰ গাঁওবুঢ়া আৰু কমল বৰুৱাক

উত্তৰঃ (গ) বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফর্মুদ আলীক

প্রশ্নঃ ফুলগুৰিৰ ধাৰা কেতিয়া সংঘটিত হৈছিল?

(ক) ১৮৬১ চনৰ ১৮ অক্টোবৰত

(খ) ১৮৬২ চনৰ ১৬ অক্টোবৰত

(গ) ১৮৬২ চনৰ ১৭ অক্টোবৰত

(ঘ) ১৮৬৩ চনৰ ১৮ অক্টোবৰত

উত্তৰঃ (ক) ১৮৬১ চনৰ ১৮ অক্টোবৰত

প্রশ্নঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

(ক) শন্তধন কাংলাছোৰ

(খ) জাফলং

(গ) উকিয়াং নবাৰ

(ঘ) মণিৰাম দেৱান।

উত্তৰঃ (গ)

প্রশ্নঃ পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল? HSLC ’23

(ক) ১৮৯৪ চনত

(খ) ১৮৯৫ চনত

(গ) ১৮৯৬ চনত

(ঘ) ১৮৯৮ চনত

উত্তৰঃ (ক) ১৮৯৪ চনত

প্রশ্নঃ ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া আৰম্ভহৈছিল?

(ক) ১৮৯০ চনৰ ২৪ ডিচেম্বৰত

(খ) ১৮৯২ চনৰ ২৪ ডিচেম্বৰত

(গ) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত

(ঘ) ১৮৯৪ চনৰ ২৪ ডিচেম্বৰত

উত্তৰঃ (গ) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত

প্রশ্নঃ সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱাঃ HSLC ’25

(i) আগষ্ট বিপ্লব

(ii) প্রত্যক্ষ দাবী দিৱস

(iii) ছাইমন কমিছন

(iv) পূর্ণ স্বৰাজৰ দাবী

(ক) (1) (ii) (iii) → (iv)

(খ) (iii)→(iv) (ii) → (i)

(গ) (1)→(ii) (iv) → (iii)

(ঘ) (iii)(iv)→(i) → (ii)

উত্তৰঃ (খ) (iii) (iv) → (ii) → (i)

প্রশ্নঃ ১৮৯৪ চনৰ কৃষক বিদ্রোহত কোনজন মণ্ডলক মাৰ-পিট কৰা হৈছিল?

(ক) জয়ৰাম কলিতাক

(খ) জয়ন্তী বেজ

(গ) নাউচাকু কলিতা

(ঘ) হলিৰাম মিশ্র মণ্ডলক

উত্তৰঃ (ঘ) হলিৰাম মিশ্র মণ্ডলক

প্রশ্নঃ ১৮৫৭ চনৰ মহাবিদ্ৰোহৰ পিছত অসমত হোৱা কৃষক বিদ্ৰোহৰ মূল কাৰণসমূহ কি আছিল?

(i) বৃটিছ চৰকাৰৰ দ্বাৰা অধিক কৰ আৰোপ।

(ii) জমিদাৰ আৰু মহাজনৰ শোষণমূলক নীতি।

(iii) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰভাৱ।

(iv) উজনি অসমৰ ঠেগুৰীয়া প্ৰথাৰ প্ৰভাৱ।

(ক) (i), (ii), (iii)

(খ) (i), (ii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (খ) (i), (ii), (iv)

প্রশ্নঃ মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্রামক কেনেদৰে প্ৰভাৱিত কৰিছিল? HSLC ’25

(ক) ব্ৰিটিছৰ কর্তৃত্বক প্রত্যাহবান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্রতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল।

(খ) বর্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্রতিবাদৰ মাত্রা হ্রাস কৰিছিল।

(গ) ই ব্রিটিছ কর্তৃপক্ষ আৰু স্থানীয় নেতাসকলৰ মাজত সহযোগিতাৰ মনোভাৱ সৃষ্টি কৰিছিল।

(ঘ) ভৱিষ্যতৰ প্ৰতিবাদী আন্দোলনৰসমূহৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূৰ্ণ প্রভাৱ পৰা নাছিল।

উত্তৰঃ (ক) বিব্ৰিটিছৰ কর্তৃত্বক প্রত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্রতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল।

প্রশ্নঃ অসমত ব্ৰিটিছ বিৰোধী কৃষক বিদ্ৰোহৰ বিশেষ বৈশিষ্ট্য কি আছিল?

(i) বিদ্রোহসমূহ মূলত স্থানীয় কৃষক আৰু সাধাৰণ জনতাৰ দ্বাৰা সংগঠিত হৈছিল।

(ii) বিদ্রোহসমূহৰ নেতৃত্ব প্রধানকৈ শিক্ষিত মধ্যবিত্ত শ্রেণীয়ে গ্রহণ কৰিছিল।

(iii) এই বিদ্রোহসমূহে অসমীয়াৰ জাতীয় চেতনাক জাগ্রত কৰিছিল।

(iv) বিদ্রোহসমূহত ব্রিটিছ চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ প্রত্যাহ্বান আগবঢ়োৱা হৈছিল।

(ক) (i), (iii)

(খ) (i), (ii), (iii)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iv)

উত্তৰঃ (খ) (i), (ii), (iii)

প্রশ্নঃ অসমত সংঘটিত ফুলগুৰি ধাৱা বিদ্ৰোহৰ মূল কাৰণ কি আছিল?

(i) কৃষকসকলৰ ওপৰত বৃটিছ চৰকাৰৰ কৰ বৃদ্ধি।

(ii) কৃষকসকলৰ মাজত ৰণনৈতিক দক্ষতাৰ অভার।

(iii) বৃটিছ চৰকাৰৰ দ্বাৰা আনুষ্ঠানিক নিষেধাজ্ঞা।

(iv) স্থানীয় ৰাজন্যিক ৰাজহ নীতি।

(ক) (i), (ii)

(খ) (i), (iii)

(গ) (ii), (iv)

(ঘ) (iii), (iv)

উত্তৰঃ (খ) (i), (iii)

প্রশ্নঃ অসমত ব্রিটিছ বিৰোধী আন্দোলন বেগবান হোৱাৰ পিছত তলৰ কোনবোৰ কাৰ্যসূচী প্রচলিত হৈছিল?

(i) অসমত স্বদেশী আন্দোলনৰ বিস্তাৰ।

(ii) কৃষক আন্দোলন আৰু সামাজিক বিৰোধিতা বৃদ্ধি।

(iii) অসমৰ চাহ বাগিচাৰ কৰ্মচাৰী বিদ্রোহ।

(iv) বৃটিছ চৰকাৰে অসমত কুটীৰ উদ্যোগৰ বিকাশত সহায় আগবঢ়োৱা।

(ক) (i), (ii), (iii)

(খ) (ii), (iii), (iv)

(গ) (i), (ii), (iv)

(ঘ) (i), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iii)

প্রশ্নঃ মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচীকাঠত ওলমোৱা হৈছিল? HSLC ’20

(ক) পিয়লি বৰুৱাক।

(খ) গামেধৰ কোঁৱৰক

(গ) জিউৰাম দুলীয়া বৰুৱাক

(ঘ) দূতিৰাম বৰুৱাক

উত্তৰঃ (ক)

প্রশ্নঃ অসমত সংঘটিত তলৰ কোনটো কৃষক বিদ্রোহ বৃটিছ চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈছিল?

(i) ফুলগুৰি ধাৱা বিদ্রোহ

(ii) পাঠশালা কৃষক বিদ্রোহ

(iii) দফলাটিং চাহ শ্রমিক বিদ্রোহ

(iv) ৰঙিয়া কৃষক বিদ্রোহ

(ক) (1) আৰু (ii)

(খ) (ii) আৰু (iv)

(গ) (1) আৰু (iii)

(ঘ) (iii) আৰু (iv)

উত্তৰঃ (খ) (ii) আৰু (iv)

প্রশ্নঃ মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্রামক কেনেদৰে প্ৰভাৱিত কৰিছিল? HSLC ’25

(ক) ব্ৰিটিছৰ কর্তৃত্বক প্রত্যাহবান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্রতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল।

(খ) বর্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্রা হ্রাস কৰিছিল।

(গ) ই ব্রিটিছ কর্তৃপক্ষ আৰু স্থানীয় নেতাসকলৰ মাজত সহযোগিতাৰ মনোভাৱ সৃষ্টি কৰিছিল।

(ঘ) ভৱিষ্যতৰ প্ৰতিবাদী আন্দোলনৰসমূহৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূৰ্ণ প্রভাৱ পৰা নাছিল।

উত্তৰঃ (ক) িিব্ৰটিছৰ কর্তৃত্বক প্রত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্রতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল।

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R)ৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাত অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল।

কাৰণ (R): কৃষকসকলে ৰাইজৰ মেলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উত্তৰঃ (ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

প্রশ্ন: অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

(ক) পিয়লি ফুকনে

(খ) মণিৰাম দেৱানে

(গ) বাহাদুৰ গাঁওবুঢ়াহ

(ঘ) ফর্মুদ আলীয়ে।

উত্তৰঃ (খ)

প্রশ্নঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপে কিমানজন কৃষকৰ মৃত্যু হৈছিল? HSLC ’23

(ক) ১৩০ জন

(খ) ১৪০ জন

(গ) ১৪৯ জন

(ঘ) ১৫৫ জন

উত্তৰঃ (খ) ১৪০ জন

প্রশ্নঃ কোনজন বিষয়াই মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

(ক) জেনকিনচে

(খ) লর্ড মিলচে

(গ) লর্ড স্কট চাহাব

(ঘ) কেপ্তেইন হলৰয়েডে

উত্তৰঃ (ঘ) কেপ্তেইন হলৰয়েডে

প্রশ্নঃ জে ডব্লিউ কুইন্টন কোন আছিল?

(ক) ব্রিটিছ ৰাজপ্রতিনিধি বিষয়া

(খ) প্রশাসনিক বিষয়া

(গ) অসমৰ চীফ কমিছনাৰ

(ঘ) অসমৰ ডেপুটী কমিছনাৰ

উত্তৰঃ (গ) অসমৰ চীফ কমিছনাৰ

প্রশ্নঃ অসমীয়া কৃষকৰ পৰা ভূমি-খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?

(ক) মণিৰাম দেৱান

(খ) পিয়লি বৰুৱা

(গ) গোপীনাথ বৰদলৈ

(ঘ) আনন্দৰাম ঢেকিয়াল ফুকন

উত্তৰঃ (ঘ)

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্নঃ ফুলগুৰি ধাবা বিদ্রোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজন কোন আছিল? HSLC ’22

উত্তৰ: লেফটেনেন্ট ছিংগাৰ।

প্রশ্নঃ মণিৰাম দেৱানক কোন বঙালী উকীলে সহায় কৰিছিল?

উত্তৰঃ মধুমল্লিক নামৰ বঙালী উকীলে।

প্রশ্নঃ মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল?

উত্তৰঃ পিয়লি বৰুৱা।

প্রশ্নঃ কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

উত্তৰঃ কেপ্তেইন হলৰয়ড চাহাবে।

প্রশ্নঃ শ্বিলঙৰ প্ৰধান খাচীৰ নাম কি আছিল?

উত্তৰঃ য়েডু।

প্রশ্নঃ লুছাই বা লুছেইসকলক আজিকালি কি নামেৰে জনা যায়?

উত্তৰঃ মিজো।

প্রশ্নঃ কেতিয়া টিকট কৰ আৰু আয় কৰ প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।

প্রশ্নঃ ইংৰাজসকলে কেতিয়া অসমত টিকট শুল্ক প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৮৫৮ চনত।

প্রশ্নঃ লাখেৰাজ ভূমিক কেইভাগত ভগোৱা হৈছিল?

উত্তৰঃ তিনিভাগত।

প্রশ্নঃ লেফটেনেন্ট ছিংগাৰ কোন আছিল?

উত্তৰঃ লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপাযুক্ত আছিল।

প্রশ্নঃ ‘ফুলগুৰিৰ ধাৱা’ কেতিয়া হৈছিল?

উত্তৰঃ ১৮৬১ চনৰ ১৮ অক্টোবৰত।

প্রশ্নঃ ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল?

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত।

প্রশ্নঃ লচিমা ক’ত অবস্থিত?

উত্তৰঃ লচিমা পুৰণি কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত এখন গাওঁ।

প্রশ্নঃ পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল?

উত্তৰঃ ১৮৯৪ চনৰ ২১ জানুৱাৰীত।

প্রশ্নঃ ১৮৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ ওকিয়াং নংবাহে।

প্রশ্নঃ ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ সম্বোধন কছাৰীয়ে।

প্রশ্নঃ লচিমাৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল?

উত্তৰঃ ১৮৯৪ চনৰ ২১ জানুৱাৰীত।

প্রশ্নঃ জে. ডব্লিউ. কুইন্টক কেতিয়া হত্যা কৰা হৈছিল?

উত্তৰঃ ১৮৯১ চনত।

প্রশ্নঃ কোন আহোম ৰজাৰ দিনত মায়ামৰা সত্ৰৰ চতুৰ্থ সত্ৰাধিকাৰ নিত্যানন্দদেৱক হত্যা কৰা হৈছিল?

উত্তৰঃ চুৰামফা ভগা ৰজাৰ দিনত।

প্রশ্নঃ গেইটৰ মতে খাচী পাহাৰত মুঠতে কিমানখন সৰু ৰাজ্য আছিল?

উত্তৰঃ ২৫ খন।

প্রশ্নঃ কেতিয়া অসমত দাস প্রথা বন্ধ কৰা হৈছিল?

উত্তৰঃ ১৮৪৩ চনত।

প্রশ্নঃ শিৱসাগৰৰ মিউনিচিপেল এছিষ্টেন্ট কেপ্তেইন হলৰয়ডে কেতিয়া চাৰিং ৰজা কন্দেৰ্পশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰিছিল?

উত্তৰঃ ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত।

প্রশ্নঃ মণিৰামক গ্রেপ্তাৰ কৰি আলিপুৰ জেইলত থোৱাৰ পিছত কোন জাহাজেৰে অসমলৈ আহিছিল?

উত্তৰঃ কোলাডাইন জাহাজেৰে।

প্রশ্নঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ মণিৰাম দেৱানে।

প্রশ্নঃ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰ ৰজা কৰিব বিচাৰিছিল?

উত্তৰঃ কন্দেৰ্পশ্বৰ সিংহক।

প্রশ্নঃ ইংৰাজসকলে কোন ঠাইক ‘উত্তৰ-পূৱ সীমান্ত ভূ-ভাগ’ বুলি চিনাক্ত কৰিছিল?

উত্তৰঃ পশ্চিমৰ ভূটান সীমান্তৰ পৰা পূরে খামটি-চিংফৌসকলৰ সমভূমি খণ্ডক।

প্রশ্নঃ বিভিন্ন নগা জনগোষ্ঠীৰ মাজত মুঠতে কিমানটা ভাষা চলি আছে?

উত্তৰঃ ৪৭ টা।

প্রশ্নঃ ‘খৰিকাটানা’ কি আছিল?

উত্তৰঃ মানসকলে তেওঁলোকৰ ৰাজত্বকালত কামৰূপৰ জনসাধাৰণৰ পৰা লোৱা এবিধ কৰ।

প্রশ্নঃ কোন আহোম ৰজাৰ দিনত ময়ামাৰা সত্ৰাধিকাৰ নিত্যানন্দদেবক হত্যা কৰা হৈছিল?

উত্তৰঃ লক্ষ্মী সিংহ ৰজাৰ দিনত।

প্রশ্নঃ ১৮৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ ওকিয়াং নংবাহে।

প্রশ্নঃ টিকেন্দ্রজিতক কোনে ফাঁচী দিছিল?

উত্তৰঃ ইংৰাজসকলে।

প্রশ্নঃ জে. ডব্লিউ. কুইন্টনক কেতিয়া হত্যা কৰা হৈছিল?

উত্তৰঃ ১৮৯১ চনত।

প্রশ্নঃ ব্রিটিছ শাসন আৰম্ভ হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতি কেনেকৈ সলনি হৈছিল?

উত্তৰঃ টকাৰ মাধ্যমত ৰাজহ সংগ্ৰহ কৰা হৈছিল।

প্রশ্নঃ কেতিয়া মফট মিলচ অসমলৈ আহিছিল?

উত্তৰঃ ১৮৫৩ চনত।

প্রশ্নঃ কেঞাসকল কোন আছিল?

উত্তৰঃ মাৰোৱাৰীসকলক কেঞাসকল বুলি কোৱা হৈছিল।

প্রশ্নঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহত নেতৃত্ব দিছিল। (খালী ঠাই পূৰণ কৰা) HSLC ’23

উত্তৰ: মণিৰাম দেৱানে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment