Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 2 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

দ্বিতীয় অধ্যায়

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ ভাৰত ত্যাগ আন্দোলন কেতিয়া সংঘটিত হৈছিল?

(ক) ১৯৪২ চনত

(খ) ১৯৪১ চনত।

(গ) ১৯৪৩ চনত

(ঘ) ১৯৪৫ চনত

উত্তৰঃ (ক) ১৯৪২ চনত

প্রশ্নঃ ‘সীমান্ত গান্ধী’ নামেৰে কাক জনা যায়?

(ক) মহম্মদ আলি

(খ) খান আব্দুল গফুৰ খান

(গ) চৌকত আলি

(ঘ) মহাত্মা গান্ধী

উত্তৰঃ (খ) খান আব্দুল গফুৰ খান

প্রশ্নঃ জালিয়ানৱালাবাগ হত্যাকাণ্ড কাৰ নির্দেশত সংঘটিত হৈছিল?

(ক) জেনেৰেল ডায়াৰৰ

(খ) লর্ড পেথিক লৰেন্স

(গ) এ.ভি. আলেকজেণ্ডাৰ

(ঘ) ক্লিমেন্ট

উত্তৰঃ (ক) জেনেৰেল ডায়াৰৰ

প্রশ্নঃ আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন আছিল?

(ক) কেপ্তেইন মোহন সিং

(খ) নেতাজী সুভাষ চন্দ্র বসু

(গ) ৰাম বিহাৰী বসু

(ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ

উত্তৰঃ (খ) নেতাজী সুভাষ চন্দ্র বসু

প্রশ্নঃ “মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম”- এই বাণীটো কাৰ আছিল?

(ক) মহাত্মা গান্ধীৰ

(খ) মোহন সিঙৰ

(গ) সুভাষ চন্দ্ৰ বসুৰ

(ঘ) বাল গংগাধৰ তিলকৰ

উত্তৰঃ (গ) সুভাষ চন্দ্ৰ বসুৰ

প্রশ্নঃ ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্রতাক কেনেদৰে প্ৰতিফলিত কৰে? HSLC ’25

(ক) একেধৰণৰ ৰাজনৈতিক ইতিহাসৰ যোগেদি

(খ) বেলেগ বেলেগ অঞ্চলক প্রতিনিধত্ব কৰা বিভিন্ন ভাষা, উৎসৱ আৰু শিল্প-কলাৰ জৰিয়তে

(গ) এটা একীভূত জাতীয় ভাষাৰ জৰিয়তে

(ঘ) কেবল এবিধ স্থাপত্য শৈলীৰ জৰিয়তে

উত্তৰঃ (খ) বেলেগ বেলেগ অঞ্চলক প্রতিনিধিত্ব কৰা বিভিন্ন ভাষা, উৎসৱ আৰু শিল্প-কলাৰ জৰিয়তে

প্রশ্নঃ কোন আন্দোলনৰ সময়ত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল?

(ক) অসহযোগ আন্দোলনত

(খ) ভাৰত ত্যাগ আন্দোলনত

(গ) খিলাফত আন্দোলনত

(ঘ) আইন অমান্য আন্দোলনত

উত্তৰঃ (খ) ভাৰত ত্যাগ আন্দোলনত

প্রশ্নঃ ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন প্ৰেৰণ কৰিছিল?

(ক) ১৯৪৬ চনৰ মার্চ মাহত

(খ) ১৯৪৫ চনৰ জুলাই মাহত

(গ) ১৯৩৫ চনৰ আগষ্ট মাহত

(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত

উত্তৰঃ (ক) ১৯৪৬ চনৰ মাৰ্চ মাহত

প্রশ্নঃ মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

(ক) ১৮৬৯ চনৰ ২ অক্টোবৰত

(খ) ১৮৬০ চনৰ ২ অক্টোবৰত

(গ) ১৮৭৯ চনৰ ২ অক্টোবৰত

(ঘ) ১৯২১ চনৰ ৪ ফেব্ৰুৱাৰীত

উত্তৰঃ (ক) ১৮৬৯ চনৰ ২ অক্টোবৰত

প্রশ্নঃ আজাদ হিন্দ ফৌজৰ জন্ম ক’ত হৈছিল?

(ক) জাপানত

(গ) জার্মানীত

(খ) ছিঙ্গাপুৰত

(ঘ) ভাৰতত

উত্তৰঃ (খ) ছিঙ্গাপুৰত

প্রশ্নঃ মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি আছিল?

(ক) মোহনদাস কৰমচন্দ গান্ধী

(খ) মহেন্দ্র গান্ধী

(গ) মুকেশ কৰমচন্দ গান্ধী

(ঘ) মনোহৰদাস গান্ধী

উত্তৰঃ (ক) মোহনদাস কৰমচন্দ গান্ধী

প্রশ্নঃ মহাত্মা গান্ধীক “জাতিৰ পিতা” উপাধি কোনে দিছিল?

(ক) জৱাহৰলাল নেহৰু

(খ) নেতাজী সুভাষ চন্দ্র বসু

(গ) বলগংগাধৰ তিলক

(ঘ) সৰোজিনী নাইডু

উত্তৰঃ (খ) নেতাজী সুভাষ চন্দ্র বসু

প্রশ্নঃ মহাত্মা গান্ধী ক’ত জন্মগ্রহণ কৰিছিল?

(ক) পোৰবন্দৰ

(খ) আহমেদাবাদ

(গ) বৰদোলি

(ঘ) ৰাজকোট

উত্তৰঃ (ক) পোৰবন্দৰ

প্রশ্নঃ তলৰ কোনকেইটা ১৯৪৭ চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল? HSLC ’25

(i) ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।

(ii) প্রতিখন স্ব-শাসিত দেশতে ৰজাই নিযুক্তি দিয়া একোজনকৈ প্রধানমন্ত্রী থাকিব।

(iii) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্রিটিছ কমনরেলথত যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।

(iv) দুয়োখন দেশৰ বিধানমণ্ডলে কেবল ব্রিটিছ সংসদৰ তত্ত্বাৱধানতহে আইন প্রণয়ন কৰাৰ ক্ষমতা লাভকৰিব।

(ক) (1) আৰু (1)

(খ) (1) আৰু (iii)

(গ) (1) আৰু (iv)

(ঘ) (ii) আৰু (iv)

উত্তৰঃ (খ) (1) আৰু (iii)

প্রশ্নঃ তলত দিয়াসকলৰ কোনে ভাৰতত স্বদেশী আন্দোলনৰ সময়ত ‘বন্দে মাতৰম’ নামৰ এখন আলোচনী সম্পাদনা কৰিছিল? HSLC ’25

(ক) অৰবিন্দ ঘোষ

(খ) কৃষ্ণকুমাৰ মিত্ৰ

(গ) সুৰেন্দ্ৰনাথ বেনাৰ্জী

(ঘ) কুমুদিনী মিশ্র

উত্তৰঃ (খ) কৃষ্ণকুমাৰ মিত্ৰ

প্রশ্নঃ মহাত্মা গান্ধীৰ জন্মদিন (২ অক্টোবৰ) কিদৰে পালন কৰা হয়?

(ক) আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস

(খ) স্বাধীনতা দিৱস

(গ) গ্ল’বেল শান্তি দিৱস

(ঘ) গান্ধী দিৱস

উত্তৰঃ (ক) আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস

প্রশ্নঃ মহাত্মা গান্ধীয়ে শিক্ষা গ্ৰহণৰ বাবে ক’লৈ বিদেশ ভ্রমণ কৰিছিল?

(ক) ইংলেণ্ড

(গ) ফ্রান্স

(খ) জাপান

(ঘ) জার্মানি

উত্তৰঃ (ক) ইংলেণ্ড

প্রশ্নঃ মহাত্মা গান্ধীয়ে প্রথমে ক’ত অহিংসাৰ নীতি প্রয়োগ কৰিছিল?

(ক) দক্ষিণ আফ্রিকাত

(খ) ভাৰতত

(গ) আমেৰিকাত

(ঘ) চীনত

উত্তৰঃ (ক) দক্ষিণ আফ্রিকাত

প্রশ্নঃ দক্ষিণ আফ্রিকাত গান্ধীজীয়ে কোন আন্দোলন আৰম্ভ কৰিছিল?

(ক) সত্যাগ্রহ আন্দোলন

(খ) ভাৰত ত্যাগ আন্দোলন

(গ) খিলাফত আন্দোলন

(ঘ) অসহযোগ আন্দোলন

উত্তৰঃ (ক) সত্যাগ্রহ আন্দোলন

প্রশ্নঃ চম্পাৰণ আন্দোলন কোন সমস্যাৰ সৈতে জড়িত আছিল?

(ক) নীল খেতি

(খ) চাহ বাগিচা

(গ) তুলা উৎপাদন

(ঘ) বস্ত্র শিল্প

উত্তৰঃ (ক) নীল খেতি

প্রশ্নঃ তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ HSLC ’25

(ক) কথাকলি

(a) অন্ধ্রপ্রদেশ

(খ) ভাৰতনাট্যম

(b) তামিলনাডু

(গ) কথক

(c) কেৰেলা

(ঘ) কুচীপুড়ী

(d) উত্তৰ ভাৰত

(a) (i) (b), (ii) (c), (iii)→(d). (iv)→(a)

(b) (i) (b), (ii) (d), (iii)→ (a), (iv) → (c)

(c) (i) (c), (ii) (a), (iii) (b), (iv)→(d)

(d) (i) (a), (ii) (c), (iii) (d), (iv)→ (b)

উত্তৰঃ (c) (1) (c), (ii) → (a), (iii) → (b), (iv) → (d)

প্রশ্নঃ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ উভতি আহিছিল?

(ক) ১৯১৫ চনত

(খ) ১৯১৯ চনত

(গ) ১৯২০ চনত

(ঘ) ১৯৩০ চনত

উত্তৰঃ (ক) ১৯১৫ চনত

প্রশ্নঃ ১৯৩০ চনৰ দাণ্ডি অভিযান কিহৰ বিৰুদ্ধে হৈছিল?

(ক) লোণ আইন

(খ) কৰ বৃদ্ধি

(গ) ইংৰাজ ৰাজ

(ঘ) শিক্ষা ব্যৱস্থা

উত্তৰঃ (ক) লোণ আইন

প্রশ্নঃ ‘স্বদেশী আন্দোলন’ৰ মূল উদ্দেশ্য কি আছিল?

(ক) ভাৰতীয় সামগ্ৰী ব্যৱহাৰ কৰা

(খ) ভাৰতীয় সম্রাটক সন্মান কৰা

(গ) ইংৰাজ শাসনক শক্তিশালী কৰা

(ঘ) ভাৰতীয় শাসনক অগ্রাহ্য কৰা

উত্তৰঃ (ক) ভাৰতীয় সামগ্ৰী ব্যৱহাৰ কৰা

প্রশ্নঃ ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া বৃটিছ চৰকাৰে দিয়া ‘নাইট’ উপাধি পৰিত্যাগ কৰিছিল?

(ক) জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত

(খ) সত্যাগ্রহ আন্দোলনৰ সময়ত

(গ) অসহযোগ আন্দোলনৰ সময়ত

(ঘ) ভাৰত ত্যাগ আন্দোলনৰ সময়ত

উত্তৰঃ (ক) জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্রতিবাদত

প্রশ্নঃ গান্ধীজীয়ে প্রথমে ক’ত আইন অধ্যয়ন কৰিছিল?

(ক) কলকাতা

(খ) লণ্ডন

(গ) মুম্বাই

(ঘ) দিল্লী

উত্তৰঃ (খ) লগুন

প্রশ্নঃ গান্ধাৰ শৈলী সম্পর্কে তলৰ কোনটো হৈছিল HSLC ’25

(ক) মুখ্য বিষয়বস্তু আছিল হিন্দু দেৱ-দেৱীসকল

(খ) ইয়াৰ বিকাশ প্রধানতঃ পশ্চিম উত্তৰ প্ৰদেশত

(গ) ই কেৱল মথুৰা শৈলীৰ দ্বাৰা প্ৰভাৱিত হৈছিল।

(ঘ) ইগ্রীক-ৰোমান শৈলীৰ সতে সম্পর্কিত

উত্তৰঃ (ঘ) ই গ্রীক-ৰোমান শৈলীৰ সতে সম্পর্কিত

প্রশ্নঃ গান্ধীজী ক’ৰ পৰা ভাৰতলৈ উভতি আহিছিল?

(ক) আমেৰিকা

(খ) দক্ষিণ আফ্রিকা

(গ) ফ্রান্স

(ঘ) ৰাছিয়া

উত্তৰঃ (খ) দক্ষিণ আফ্রিকা

প্রশ্নঃ অসহযোগ আন্দোলন কেতিয়া আৰম্ভহৈছিল?

(ক) ১৯২০

(খ) ১৯১৯

(গ) ১৯৩০

(ঘ) ১৯৪২

উত্তৰঃ (ক) ১৯২০

প্রশ্নঃ ১৯৩০ চনৰ নাগৰিক অবাধ্যতা আন্দোলনৰ অংশ হিচাপে গান্ধীজীয়ে কোনটো সত্যাগ্রহ আৰম্ভ কৰিছিল?

(ক) স্বদশী আন্দোলন

(খ) খিলাফত আন্দোলন

(গ) দাণ্ডি সত্যাগ্রহ

(ঘ) চৌৰিচৌৰাৰ বিদ্রোহ

উত্তৰঃ (গ) দাণ্ডি সত্যাগ্রহ

প্রশ্নঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে গান্ধীজীয়ে কেতিয়া দায়িত্ব লোৱা নাছিল?

(ক) ১৯৩৮

(খ) ১৯২৪

(গ) ১৯৩১

(ঘ) ১৯৪০

উত্তৰঃ (ক) ১৯৩৮

প্রশ্নঃ ‘Quit India Movement’ কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৯৪২

(খ) ১৯৩০

(গ) ১৯৪৬

(ঘ) ১৯৪৭

উত্তৰঃ (ক) ১৯৪২

প্রশ্নঃ চৌৰীচৌৰা সংঘর্ষ কেতিয়া সংঘটিত হৈছিল?

(ক) ৫ ফেব্ৰুৱাৰী, ১৯২২

(খ) ১১ জানুৱাৰী, ১৯২৩

(গ) ৮ আগষ্ট, ১৯৪৩

(ঘ) ৪ এপ্রিল, ১৯১৯

উত্তৰঃ (ক) ৫ ফেব্ৰুৱাৰী, ১৯২২

প্রশ্নঃ গান্ধীজীয়ে প্রথমে ক’ত সত্যাগ্রহৰ ব্যৱহাৰ কৰিছিল? HSLC ’20

(ক) দক্ষিণ আফ্রিকা

(খ) ভাৰত

(গ) ইংলেণ্ড

(ঘ) শ্রীলংকা

উত্তৰঃ (ক) দক্ষিণ আফ্রিকা

প্রশ্নঃ কোনটো আন্দোলনৰ লগত ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো জড়িত? HSLC ’18

(ক) খিলাফৎ আন্দোলন

(খ) সত্যাগ্রহ আন্দোলন

(গ) অসহযাগে আন্দোলন

(ঘ) ভাৰত ত্যাগ আন্দোলন

উত্তৰঃ (ঘ)

প্রশ্নঃ গান্ধীজীয়ে ‘হিন্দ স্বৰাজ’ কেতিয়া লিখিছিল?

(ক) ১৯০৯

(খ) ১৯০৫

(গ) ১৯১৫

(ঘ) ১৯২০

উত্তৰঃ (ক) ১৯০৯

প্রশ্নঃ মহাত্মা গান্ধীৰ হত্যা কেতিয়া হৈছিল?

(ক) ১৯৪৮ চনৰ ৩০ জানুৱাৰী

(খ) ১৯৪৭ চনৰ ১৫ আগষ্ট

(গ) ১৯৫০ চনৰ ২৬ জানুৱাৰী

(ঘ) ১৯৫১ চনৰ ২ অক্টোবৰ

উত্তৰঃ (ক) ১৯৪৮ চনৰ ৩০ জানুৱাৰী

প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। শুদ্ধ বিকল্পটো বাছি উলিওৱা।

Assertion (A): গান্ধীজীয়ে অসহযোগ আন্দোলন বাতিল কৰিছিল।

Reason (R): চৌৰিচৌৰা ঘটনাত আন্দোলনকাৰীসকলে আৰক্ষী থানাত অগ্নিসংযোগ কৰিছিল।

(ক) Assertion আৰু Reason দুয়োটাই সঠিক, আৰু Reason টো Assertion ৰ সঠিক ব্যাখ্যা।

(খ) Assertion আৰু Reason দুয়োটাই সঠিক, কিন্তু Reason টো Assertion ৰ সঠিক ব্যাখ্যা নহয়।

(গ) Assertion সঠিক, কিন্তু Reason ভুল।

(ঘ) Assertion ভুল, কিন্তু Reason সঠিক।

উত্তৰঃ (ক) Assertion আৰু Reason দুয়োটাই সঠিক, আৰু Reason টো Assertion ৰ সঠিক ব্যাখ্যা।

প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। শুদ্ধ বিকল্পটো বাছি উলিওৱা।

Assertion (A): ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে ভাৰতীয়সকলৰ পূৰ্ণ স্বায়ত্তশাসনৰ অধিকাৰ দিছিল।

Reason (R): এই আইনৰ অধীনত কেন্দ্রীয় বিধানসভাত ভাৰতীয়সকলৰ প্ৰধান সংখ্যা আছিল।

(ক) Assertion আৰু Reason দুয়োটাই সঠিক।

(খ) Assertion সঠিক, Reason ভুল।

(গ) Assertion ভুল, Reason সঠিক।

(ঘ) Assertion আৰু Reason দুয়োটাই ভুল।

উত্তৰঃ (ঘ) Assertion আৰু Reason দুয়োটাই ভুল।

প্রশ্নঃ আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল HSLC ’17

(ক) জাপানত

(খ) জার্মানীত

(গ) ছিঙ্গাপুৰত

(ঘ) ভাৰতত

উত্তৰ: (গ) ছিঙ্গাপুৰত

প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। শুদ্ধ বিকল্পটো বাছি উলিওৱা।

Assertion (A): ১৯৪২ চনৰ ‘Quit India Movement’ ভাৰতৰ স্বাধীনতাৰ বাবে উল্লেখযোগ্য পৰিঘটনা আছিল।

Reason (R): এই আন্দোলনৰ ফলত বৃটিছ চৰকাৰে তৎকালীন সময়ত ভাৰত ত্যাগ কৰিছিল।

(ক) Assertion আৰু Reason দুয়োটাই সঠিক, আৰু Reason টো Assertion ৰ সঠিক ব্যাখ্যা।

(খ) Assertion আৰু Reason দুয়োটাই সঠিক, কিন্তু Reason টো Assertion ৰ সঠিক ব্যাখ্যা নহয়।

(গ) Assertion সঠিক, কিন্তু Reason ভুল।

(ঘ) Assertion ভুল, কিন্তু Reason সঠিক।

উত্তৰঃ (গ) Assertion সঠিক, কিন্তু Reason ভুল।

প্রশ্নঃ অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ? HSLC ’25

(i) লোণ আইনত বিৰোধিতা কৰা হৈছিল।

(ii) ছাত্র-ছাত্রীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল।

(iii) হিন্দু আৰু মুছলামসকলৰ মাজত একতা

(iv) মহিলাসকলে অংশ গ্রহণ কৰা নাছিল।

(ক) (1) আৰু (iv)

(খ) (11) আৰু (111)

(গ) (1) আৰু (ii)

(ঘ) (i), (ii), (iii) আৰু (iv)

উত্তৰঃ (খ) (ii) আৰু (iii)

প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। শুদ্ধ বিকল্পটো বাছি উলিওৱা।

Assertion (A): গান্ধীজীয়ে দক্ষিণ আফ্রিকাত বর্ণবৈষম্যৰ বিৰুদ্ধে আন্দোলন কৰিছিল।

Reason (R): তেওঁ কষ্ণকায় মানুহসকলৰ অধিকাৰৰ বাবে ‘Natal Indian Congress’ স্থাপন কৰিছিল।

(ক) Assertion আৰু Reason দুয়োটাই সঠিক, আৰু Reason টো Assertion ৰ সঠিক ব্যাখ্যা।

(খ) Assertion আৰু Reason দুয়োটাই সঠিক, কিন্তু Reason টো Assertion ৰ সঠিক ব্যাখ্যা নহয়।

(গ) Assertion সঠিক, কিন্তু Reason ভুল।

(ঘ) Assertion ভুল, কিন্তু Reason সঠিক।

উত্তৰঃ (ক) Assertion আৰু Reason দুয়োটাই সঠিক, আৰু Reason টো Assertion ৰ সঠিক ব্যাখ্যা।

প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। শুদ্ধ বিকল্পটো বাছি উলিওৱা।

Assertion (A): গান্ধীজীয়ে ‘হৰিজন’ নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল।

Reason (R): তেওঁ হিন্দু-মুছলমান একতাৰ বিষয়ে সদায় গুৰুত্ব দিছিল।

(ক) Assertion আৰু Reason দুয়োটাই সঠিক, আৰু Reason টো Assertion ৰ সঠিক ব্যাখ্যা।

(খ) Assertion আৰু Reason দুয়োটাই সঠিক, কিন্তু Reason টো Assertion ৰ সঠিক ব্যাখ্যা নহয়।

(গ) Assertion সঠিক, কিন্তু Reason ভুল।

(ঘ) Assertion ভুল, কিন্তু Reason সঠিক।

উত্তৰঃ (খ) Assertion আৰু Reason দুয়োটাই সঠিক, কিন্তু Reason টো Assertion ৰ সঠিক ব্যাখ্যা নহয়।

প্রশ্নঃ বাংলাদেশে কেতিয়া স্বাধীনতা লাভ কৰে?

(ক) ১৯৭০ চনৰ মাৰ্চ মাহত

(খ) ১৯৭১ চনৰ মাৰ্চ মাহত

(গ) ১৯৭৪ চনৰ মার্চ মাহত।

(ঘ) ১৯৭৫ চনৰ মাৰ্চ মাহত।

উত্তৰঃ (খ)

প্রশ্নঃ ব্রিটিছসংসদে কেতিয়া ভাৰত স্বাধীন আইৰ অনুমাদেন জনাইছিল?

(ক) জানুৱাৰী, ১৯৪৭

(খ) জুলাই, ১৯৪৭

(গ) আগষ্ট, ১৯৪৭

(ঘ) মার্চ, ১৯৪৭

উত্তৰঃ (খ)

প্রশ্নঃ লণ্ডনত অনুষ্ঠিত হাৱো দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভারে প্রতিনিধিত্ব কৰিছিল? HSLC ’22

(ক) জৱাহৰলাল নেহেৰুরে

(খ) মহাত্মা গান্ধীয়ে

(গ) গাপোল কৃষ্ণ গাখেলে

(ঘ) খান গফুৰ খানে

উত্তৰঃ (খ)

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্নঃ সীমান্ত গান্ধী নামেৰে কাক জনা যায়?

উত্তৰঃ খান আব্দুল গফুৰ খানক।

প্রশ্নঃ জালিয়ানবালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল?

উত্তৰ: ১৯১৯ চনৰ ১৩ এপ্ৰিলত।

প্রশ্নঃ লণ্ডনত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক প্রতিনিধিত্ব কৰিছিল? HSLC ’22

উত্তৰঃ মহাত্মা গান্ধীয়ে।

প্রশ্নঃ গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান কেতিয়া দিছিল?

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ত।

প্রশ্নঃ ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’- এই বাণী কোন নেতাৰ আছিল?

উত্তৰঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ।

প্রশ্নঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি বুলি কোৱা হয়?

উত্তৰঃ ৰেডক্লিফ ৰেখা।

প্রশ্নঃ পূৰ্ণ স্বৰাজৰ দাবী কংগ্ৰেছৰ কোনখন অধিবেশনত উত্থাপন কৰা হৈছিল?

উত্তৰঃ লাহোৰ অধিৱেশনত।

প্রশ্নঃ জালিয়ানবালাবাগত পুলিচে নির্বিচাৰে গুলী চলোৱাৰ ফলত কিমান লোকৰ মৃত্যু হৈছিল?

উত্তৰঃ ৩৭৯ জন।

প্রশ্নঃ গান্ধীয়ে কেতিয়া লোণ আইন ভংগ কৰিবলৈ দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৩০ চনৰ ১২ মাৰ্চত।

প্রশ্নঃ ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল?

উত্তৰ : ৰামজে মেকডুনাল্ড।

প্রশ্নঃ মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? HSLC ’17

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোবৰত।

প্রশ্নঃ গান্ধীয়ে সত্যাগ্রহৰ কৌশল প্রথমতে ক’ত প্রয়োগ কৰিছিল?

উত্তৰঃ দক্ষিণ আফ্রিকাত।

প্রশ্নঃ বাল গংগাধৰ তিলকৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ১৯২০ চনৰ ১ আগষ্টত।

প্রশ্নঃ কেতিয়া ভাৰতত প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় হৰতাল পালন কৰা হৈছিল?

উত্তৰঃ ১৯১৯ চনৰ ৬ এপ্ৰিলত।

প্রশ্নঃ গান্ধীয়ে কিমানজন অনুগামী লৈ দাণ্ডি যাত্রা কৰিছিল?

উত্তৰঃ ৭৮ জন।

প্রশ্নঃ আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ কেপ্তেইন মোহন সিং।

প্রশ্নঃ কংগ্ৰেছৰ কোনখন অধিৱেশনত পূর্ণ স্বাধীনতাৰ দাবী উত্থাপন কৰা হৈছিল?

উত্তৰঃ লাহোৰ অধিৱেশনত।

প্রশ্নঃ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে দায়ী সামৰিক বিষয়া কোন আছিল?

উত্তৰঃ জেনেৰেল ডায়াৰ।

প্রশ্নঃ গান্ধীয়ে সবৰমতী আশ্রম কেতিয়া প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৯১৫ চনত।

প্রশ্নঃ ম্যানমাৰৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ ব্ৰহ্মদেশ।

প্রশ্নঃ আজাদ হিন্দ ফৌজৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ ভাৰতক বৃটিছ শাসনৰ পৰা মুক্ত কৰা।

প্রশ্নঃ ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?

উত্তৰঃ জালিয়ানবালাবাগ হত্যাকাণ্ডৰ প্রতিবাদত।

প্রশ্নঃ ‘সত্যাগ্রহ’ শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল?

উত্তৰ: মহাত্মা গান্ধীয়ে

প্রশ্নঃ টকিঅ’ত কোনে ‘ইণ্ডিয়ান ইন্ডিপেন্ডেন্স লীগ’ গঠন কৰিছিল? HSLC ’22

উত্তৰঃ ৰাজ বিহাৰী বসুবে।

প্রশ্নঃ ১৯৩১ চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে ভাৰতক প্রতিনিধিত্ব কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে।

প্রশ্নঃ ‘দাণ্ডি যাত্রা’ত গান্ধীজীৰ লগত অসমৰ কোনজন ব্যক্তি আছিল।

উত্তৰ: লীলাধৰ বৰুৱা।

প্রশ্নঃ ভাৰতত খিলাফত আন্দোলন কাৰ নেতৃত্বত আৰম্ভ হৈছিল? HSLC ’22

উত্তৰঃ মহম্মদ চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত।

প্রশ্নঃ চৌৰীচৌৰাৰ ঘটনা কেতিয়া হৈছিল?

উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।

প্রশ্নঃ সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিলৈ কিমান দূৰত্ব?

উত্তৰঃ ৩৮৫ কিলোমিটাৰ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment