আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 14 অৰ্থনৈতিক উন্নয়ন সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 14 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Social Science MCQ Chapter 14 অৰ্থনৈতিক উন্নয়ন
তৃতীয় খণ্ডঃ
(খ) অর্থনীতি বিজ্ঞান
দ্বিতীয় অধ্যায়
অর্থনৈতিক উন্নয়ন
বহু বিকল্পধর্মী প্রশষন-উত্তৰ (MCQ)
প্রশ্নঃ ভাৰতত কোনখন ৰাজ্যত ধানৰ উৎপাদন সর্বাধিক হয়?
(ক) উত্তৰ প্ৰদেশ
(খ) পশ্চিমবঙ্গ
(গ) মহাৰাষ্ট্ৰ
(ঘ) অন্ধ্র প্রদেশ
উত্তৰঃ (খ) পশ্চিমবঙ্গ
প্রশ্ন: ভাৰতত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল… চনত? HSLC ’23
(ক) ১৯৪৮
(খ) ১৯৫০
(গ) ১৯৪৯
(ঘ) ১৯৫১
উত্তৰঃ (ঘ) ১৯৫১
প্রশ্নঃ ভাৰতত সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্যৰ উৎপাদন বৃদ্ধি পাইছিল?
(ক) ধান
(গ) ঘেঁহু
(খ) কুঁহিয়াৰ
(ঘ) মাকৈ
উত্তৰঃ (গ) ঘেঁহু
প্রশ্নঃ তলৰ কোনবোৰ বাণিজ্যিক শস্যৰ অন্তর্গত?
(ক) গম আৰু কুঁহিয়াৰ
(খ) ধান, গম, আৰু কপাহ
(গ) বার্লি আৰু দাইল
(ঘ) ঘেঁহু আৰু সৰিয়হ
উত্তৰঃ (খ) ধান, গম, আৰু কপাহ
প্রশ্নঃ আধুনিক প্রযুক্তিৰ সহায়ত কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিয়ে সেউজ বিপ্লৱৰ জন্ম দিছিল।
(ক) সঁচা
(খ) মিছা
(গ) ক আৰু খ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) সঁচা
প্রশ্ন: তলত দিয়া প্রশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা বিৱৰণ দিয়া হৈছে। বিৱৰণকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। HSLC ’25
দাবী (A): প্রস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যাব।
কাৰণ (R): প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখৰ আদর্শ, দৰ্শন আৰু লক্ষ্য।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
উত্তৰঃ (ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।
প্রশ্ন: NITI আয়োগ কেতিয়া গঠন কৰা হৈছিল? HSLC ’20
(ক) ২০১২ চনত
(খ) ২০১৩ চনত
(গ) ২০১৪ চনত
(ঘ) ২০১৫ চনত
উত্তৰঃ (গ)
প্রশ্নঃ ১৯৯১ চনৰ নতুন উদ্যোগ নীতিত কিমান উদ্যোগ ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত আছিল?
(ক) ৫ টা
(খ) ৬ টা
(গ) ৮ টা
(ঘ) ৯ টা
উত্তৰঃ (ঘ) ৯ টা
প্রশ্ন: তলৰ প্ৰশ্নটোত দাবী (A) হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ (R) হিচাপে এটা উক্তি দিয়া হৈছে। উক্তি দুটা বিচাৰ কৰি তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। HSLC ’25
দাবী (A): মুদ্রাই হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি কাৰণ (R): মুদ্রাক সামগ্রী আৰু সেৱালৈ তৎকালীনভৱে আৰু প্রত্যক্ষভাৱে মুদ্রাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰি।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(গ) (A) অসত্য কিন্তু (R) সত্য
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উত্তৰঃ (খ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
প্রশ্নঃ মানৱ উন্নয়নৰ কেন্দ্ৰবিন্দু কি?
(ক) ৰাজ্যচৰকাৰ
(খ) জনসাধাৰণ
(গ) লোকসভা
(ঘ) ৰাজ্যসভা
উত্তৰঃ (খ) জনসাধাৰণ
প্রশ্নঃ এটা বিত্তীয় বছৰত কোনো দেশত উৎপাদিত সর্বমুঠ সা-সামগ্ৰীৰ মুদ্রাগত মূল্যক কি বোলে?
(ক) জাতীয় আয়
(খ) গড় আয়
(গ) জনমূৰি আয়
(ঘ) ওপৰৰ তিনিওটা
উত্তৰঃ (ক) জাতীয় আয়
প্রশ্নঃ ভাৰতত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল কেতিয়া?
(ক) ১৯৫০ চনৰ মাৰ্চ মাহত
(খ) ১৯৫১ চনৰ মাৰ্চ মাহত
(গ) ১৯৫২ চনৰ মার্চ মাহত
(ঘ) ১৯৫৩ চনৰ মাৰ্চ মাহত
উত্তৰঃ (ক) ১৯৫০ চনৰ মাৰ্চ মাহত
প্রশ্নঃ চৰকাৰী বিনিয়োগ আৰু নিয়ন্ত্ৰণৰ অধীনত থকা উৎপাদনী খণ্ডক কি বোলে?
(ক) ব্যক্তিগত খণ্ড
(খ) ৰাজহুৱা খণ্ড
(গ) চৰকাৰী খণ্ড
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ৰাজহুৱা খণ্ড
প্রশ্নঃ ৰমেনে এলাহাবাদ বেংকত বিছ হাজাৰ (20.000) টকাৰে এটা একাউন্ট খুলিলে। একাউন্ট খোলাৰ তিনি মাহৰ পিছত তেওঁ আকৌ একাউন্টত তিনি হাজাৰ (3,000) টকা জমা কৰিলে। বিত্তীয় বৰ্ষটোৰ শেষত বেংকে তেওঁৰ একাউন্টত পাঁচশ (500) টকাৰ সুত প্ৰদান কৰিলে। HSLC ’25
ওপৰৰ পৰিস্থিতিটো বিচাৰ কৰি ৰমেনৰ বেংকত থকা একাউন্টটোৰ প্ৰকাৰ বাছি উলিওৱা।
(ক) চলিত আমানত একাউন্ট
(খ) স্থিৰ আমানত একাউন্ট
(গ) ৰেকাৰিং আমানত একাউন্ট
(ঘ) সঞ্চয় আমানত একাউন্ট
উত্তৰঃ (ঘ) সঞ্চয় আমানত একাউন্ট
প্রশ্ন: মানৱ উন্নয়নৰ স্তৰ কেইটা?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) পাঁচটা
উত্তৰ: (গ) চাৰিটা
প্রশ্নঃ গণতান্ত্রিক পৰিকল্পনাৰ সফলতাৰ বাবে তলৰ কোনবোৰ কাৰক প্ৰধান?
(i) বিনামূলীয়া আৰু ন্যায়সংগত নির্বাচন
(ii) সংবিধানৰ শাসন
(iii) ৰাজনৈতিক দলসমূহৰ নিৰঙ্কুশ ক্ষমতা
(iv) নাগৰিকসকলৰ মৌলিক অধিকাৰৰ সুৰক্ষা
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ গণতন্ত্ৰৰ মৌলিক বৈশিষ্ট্যসমূহ কি?
(i) শক্তিৰ বিভাজন
(ii) চৰকাৰৰ জবাবদিহিতা
(iii) সংবাদ মাধ্যমৰ নিৰপেক্ষতা
(iv) নাগৰিকসকলৰ ভোটাধিকাৰৰ সীমাবদ্ধতা
(ক) (i), (ii), (iii)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (1), (11), (iii)
প্রশ্ন: চেকমুদ্রা সম্পর্কত তলত দিয়া অশুদ্ধ উক্তিকেইটা চিহ্নিত কৰাঃ HSLC ’25
(i) বিনিময়ৰ মাধ্যম হিচাপে চেক একোখনৰ সাধাৰণ গ্রহণযোগ্যতা আছে।
(ii) চেক মুদ্রা গ্রহণ কৰিবলৈ অমান্তি হোৱাটোৱে আইন ভংগ কৰা বুজায়।
(iii) চেক মুদ্রা অর্থনৈতিক অপৰাধৰ জৰিয়তে সৃষ্টি কৰা হয়।
(iv) চেক হ’ল মুদ্রা পৰিশোধৰ এটা আদেশ আৰু বেংকৰ কাউন্টাৰত নগদীকৰণ কৰি ল’ব পাৰি।
(iv) চেক মুদ্রা কেরল কেন্দ্রীয় বেংকেহে ছপা আৰু বিতৰণ কৰিব পাৰে।
(ক) (1), (ii), (iii), (v)
(খ) (i), (ii), (iv), (v)
(গ) (ii), (iii), (iv), (v)
(ঘ) (i), (iii), (iv), (v)
উত্তৰঃ (গ) (ii), (iii), (iv), (v)
প্রশ্নঃ তলৰ কোনবোৰ অৰ্থনৈতিক উন্নয়নৰ সৈতে গভীৰভাৱে জড়িত?
(i) উৎপাদনক্ষমতা।
(ii) শিক্ষাৰ প্ৰসাৰ।
(iii) বিনিয়োগ হ্রাস।
(iv) জাতীয় আয়।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (1), (11), (iv)
প্রশ্নঃ কোনো দেশৰ অৰ্থনৈতিক বিকাশ পৰিমাপ কৰিবলৈ তলৰ কোনবোৰ সূচক প্ৰধান?
(i) শিক্ষাৰ গুণগত মান
(ii) বেকাৰত্বৰ হাৰ
(iii) জনমূৰি আয়
(iv) সম্পদ বণ্টনৰ অসাম্যতা
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ঘ) (i), (ii), (iii), (iv)
প্রশ্ন: অর্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পর্কে উক্তি (1) আৰু (ii) বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। HSLC ’25
(1) অর্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা, কিন্তু অর্থনৈতিক বিকাশ এটা পৰিমাণ সূচক ধাৰণা।
(ii) অর্থনৈতিক উন্নয়নৰ অৰ্থ সীমিত, কিন্তু অর্থনৈতিক বিকাশৰ অৰ্থ ব্যাপক।
(ক) (1) সত্য (ii) সত্য
(খ) (i) সত্য (ii) অসত্য
(গ) (1) অসত্য (11) অসত্য
(ঘ) (1) অসত্য (11) সত্য
উত্তৰঃ (ক) (i) সত্য (ii) সত্য
প্রশ্নঃ উন্নয়নশীল দেশসমূহৰ সাধাৰণ বৈশিষ্ট্য কি?
(i) অধিক বেকাৰত্ব বিদ্যমান থাকে।
(ii) কৃষিনিৰ্ভৰ অর্থনীতি থাকে।
(iii) বিনিয়োগৰ উচ্চ হাৰ থাকে।
(iv) পৰিৱেশ সংৰক্ষণ নীতি দুর্বল থাকে।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (খ) (i), (iii), (iv)
প্রশ্ন: তলত উল্লেখ কৰা জনগোটসমূহৰ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰৱাহ একাদিক্রমে সজোৱাঃ HSLC ’25
(i) মংগোলীয়
(ii) অস্ট্রিক
(iii) আর্য
(iv) আহোম
(ক) (1) (ii) (iii) → (iv)
(খ) (ii)(iii) (i) → (iv)
(গ) (1) (iv) (iii) → (ii)
(ঘ) (ii) (i) (iii) → (iv)
উত্তৰঃ (ঘ) (ii) (i) → (iii) → (iv)
প্রশ্ন: তলত দিয়া কোনটো দহকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল? HSLC ’25
(ক) 1901-1911
(খ) 1981–1991
(গ) 1991–2001
(ঘ) 1941–1951
উত্তৰঃ (গ) 1991-2001
প্রশ্নঃ চতুর্থক খণ্ড অর্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ? HSLC ’25
(ক) সম্প্রদায় ভিত্তিক পর্যটন
(খ) আধুনিক পৰিৱেশ-অনুকূল প্রযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গবেষণা
(গ) এখন শ্বপিং মলৰ বিক্ৰী কাৰ্যবাহী বিষয়া
(ঘ) ৰাজহুৱা পৰিবহণৰ বাবে সেউজ বাছ সেৱা
উত্তৰঃ (ঘ) ৰাজহুৱা পৰিবহণৰ বাবে সেউজ বাছ সেরা
প্রশ্নঃ তলত দুটি উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি। উক্তিকেইটা পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ HSLC ’25
দাবী (A): সমাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা, আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰতো পৰিৱৰ্তন ঘটে।
কাৰণ (R): মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্রী সম্পদলৈ ৰূপান্তৰিত হৈছে।
(ক) (A) আৰু (R) উভয়ে শুদ্ধ
(খ) (A) শুদ্ধ (R) অশুদ্ধ
(গ) (A) অশুদ্ধ (R) শুদ্ধ
(ঘ) (A) আৰু (R) উভয়ে অশুদ্ধ
উত্তৰঃ (ক) (A) আৰু (R) উভয়ে শুদ্ধ
প্রশ্নঃ ভাৰতৰ শাসন ব্যৱস্থাৰ লগত জড়িত শাখাসমূহ কিমান?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) পাঁচটা
উত্তৰঃ (খ) তিনিটা
প্রশ্নঃ NITI আয়োগৰ প্ৰথম বৈঠক ক’ত অনুষ্ঠিত হৈছিল?
(ক) দিল্লী
(গ) চেন্নাই
(খ) পাটনা
(ঘ) কলকাতা
উত্তৰঃ (ক) দিল্লী
প্রশ্নঃ কোনবোৰ কাৰক অর্থনৈতিক উন্নয়নৰ গতিবেগ বৃদ্ধি কৰিবলৈ সহায়ক?
(i) অধিক বিনিয়োগ
(ii) উৎপাদনক্ষম জনসংখ্যাৰ বৃদ্ধি
(iii) উন্নত প্রযুক্তিৰ ব্যৱহাৰ
(iv) দীর্ঘম্যাদী দৰিদ্ৰতা
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ মানৱ উন্নয়নৰ সূচক কিমান?
(ক) ৩ টা
(খ) ৪ টা
(গ) ৫ টা
(ঘ) ৬ টা
উত্তৰঃ (ক) ৩ টা
প্রশ্ন: ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা HSLC ’25
(i) সচিবালয়
(ii) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ
(iii) সাধাৰ সভা
(iv) আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি
(ক) (iii), (iv)
(খ) (ii), (iv)
(গ) (1), (iv)
(ঘ) (i), (iii)
উত্তৰঃ (ঘ) (i) সচিবালয় (iii) সাধাৰ সভা
প্রশ্নঃ কোনবোৰ কাৰক অৰ্থনৈতিক বৃদ্ধিক বাধা দিয়ে?
(i) বিনিয়োগৰ অভার
(ii) ৰাজনৈতিক স্থিৰতা
(iii) শিক্ষাৰ উচ্চ স্তৰ
(iv) আন্তঃগাঁথনিৰ অভাৱ
(ক) (i), (ii)
(খ) (i), (iii)
(গ) (ii), (iii)
(ঘ) (iii), (iv)
উত্তৰঃ (ক) (1), (11)
প্রশ্নঃ তলৰ কোনটো মানৱ উন্নয়নৰ সূচকৰ অন্তর্ভুক্ত?
(ক) জীৱন যাত্ৰাৰ মান
(খ) জীৱিকাৰ মান
(গ) কাৰ্য্যৰ মান
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) জীৱন যাত্ৰাৰ মান
প্রশ্নঃ ভাৰতত সমবায় আইন কেতিয়া প্রণয়ন হৈছিল?
(ক) ১৯১০ চনত
(খ) ১৯১১ চনত
(গ) ১৯১২ চনত
(ঘ) ১৯১৩ চনত
উত্তৰঃ (গ) ১৯১২ চনত
প্রশ্নঃ মুদ্ৰাৰ কাৰ্যসমূহৰ বিষয়ে তলৰ কোনটা ঠিক?
(i) ই বিনিময় মাধ্যম হিচাপে কাম কৰে।
(ii) মুদ্রা মূল্য সংৰক্ষণৰ এটি উপায়।
(iii) মূলধন বিনিয়োগ মুদ্ৰাৰ সহায়ত সম্ভৱ হয়।
(iv) মুদ্রা কেৱল চৰকাৰী লেনদেনৰ বাবে ব্যৱহৃত হয়।
(ক) (i), (ii), (iii)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iii)
প্রশ্নঃ তলৰ কোনটো মুদ্রাৰ এটা বৈশিষ্ট্য নহয়?
(ক) সাধাৰণ গ্রহণযোগ্যতা
(খ) পূর্ণ সাদৃশ্যতা
(গ) তাৰল্য গুণ
(ঘ) সহজে নষ্ট হ’ব পৰা গুণ
উত্তৰঃ (ঘ)
প্রশ্নঃ তলৰ কোনটো উদ্যোগত সর্বাধিক সংখ্যক কৰ্মচাৰী নিয়োজিত? HSLC ’23
(ক) চেনী
(খ) মৰাপাট
(গ) বস্ত্র
(ঘ) লো-তীখা
উত্তৰঃ (গ) বস্ত্ৰ
প্রশ্নঃ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন?
(ক) প্রধান মন্ত্রী
(খ) ৰাষ্ট্ৰপতি
(গ) উপৰাষ্ট্ৰপতি
(ঘ) বিত্তমন্ত্রী
উত্তৰঃ (ক) প্রধান মন্ত্রী
প্রশ্নঃ চাহ উৎপাদনত ভাৰত বিশ্বৰ ভিতৰত কি স্থানত আছে?
(ক) দ্বিতীয়
(খ) তৃতীয়
(গ) চতুর্থ
(ঘ) প্রথম
উত্তৰঃ (ঘ) প্রথম
প্রশ্নঃ উত্তৰ-পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল?
(ক) ১৯৯৬ চনত
(খ) ১৯৯০ চনত
(গ) ১৯৯৩ চনত
(ঘ) ১৯৯৯ চনত
উত্তৰঃ (ক) ১৯৯৬ চনত
প্রশ্নঃ তলৰ কোনটো ভাৰতৰ বাণিজ্যিক শস্য?
(ক) ধান খেতি আৰু বজৰা
(খ) গোনধান, জোৱাৰ আৰু ধান
(গ) কপাহ আৰু কুঁহিয়াৰ
(ঘ) বজৰা আৰু ধানখেতি
উত্তৰঃ (গ) কপাহ আৰু কুঁহিয়াৰ
প্রশ্ন: ভাৰতবৰ্ষত এটা বিত্তীয় বর্ষই সামৰি লোৱা কালছোৱা হৈছে। HSLC ’23
(ক) ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ
(খ) ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ
(গ) ১ মাৰ্চৰ পৰা ২৮/ ২৯ ফেব্রুৱাৰীলৈ
(ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ
উত্তৰঃ ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ
প্রশ্ন: NITI আয়োগৰ অধ্যক্ষ কোন?
(ক) ৰাষ্ট্ৰপতি
(খ) প্রধানমন্ত্রী
(গ) লোকসভাৰ অধ্যক্ষ
(ঘ) উপ-ৰাষ্ট্ৰপতি
উত্তৰঃ (খ)
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ গোলকীকৰণ বা বিশ্বায়ন কি? HSLC ’23
উত্তৰঃ দেশৰ অর্থনীতি বিশ্বৰ অন্যান্য দেশৰ সৈতে সংযোগ স্থাপন কৰাটোক বিশ্বায়ন বোলে।
প্রশ্নঃ অর্থনৈতিক উন্নয়ন কি?
উত্তৰঃ মৌলিক প্রয়োজন পূৰণ, উদ্যোগ বিকাশ, আৰু মানৱ জীৱনৰ মানোন্নয়নক অর্থনৈতিক উন্নয়ন বোলে।
প্রশ্নঃ ভাৰতৰ GDP ত কোন খণ্ডই আটাইতকৈ বেছি অৰিহণা যোগায়?
উত্তৰঃ সেৱা খণ্ড।
প্রশ্নঃ ভাৰতৰ বৃহত্তম ৰাজহুৱা বেংক কোনটো?
উত্তৰঃ ভাৰতৰ ষ্টেট বেংক (SBI)।
প্রশ্নঃ নিবনুৱা হাৰ কি?
উত্তৰঃ দেশৰ সক্রিয়ভাৱে চাকৰি বিচৰা লোকৰ শতকৰা হাৰক নিবনুৱা হাৰ বোলে।
প্রশ্নঃ ভাৰতৰ কেন্দ্রীয় বেংক কোনটো?
উত্তৰঃ ভাৰতৰ কেন্দ্রীয় বেংক হৈছে ৰিজার্ভ বেংক অফ ইণ্ডিয়া (RBI)।
প্রশ্নঃ NITI আয়োগ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ ২০১৫ চনত।
প্রশ্নঃ ভাৰতৰ মুঠ জনগোষ্ঠীৰ ভিতৰত কৃষিজীৱী লোকৰ শতাংশ কিমান?
উত্তৰঃ প্রায় ৫০% লোক কৃষি খণ্ডত জড়িত।
প্রশ্নঃ অর্থনৈতিক পৰিকল্পনাৰ লক্ষ্য কি?
উত্তৰঃ অর্থনৈতিক বিকাশ, আয়ৰ সমবণ্টন, আৰু দাৰিদ্র্য হ্রাস কৰাটো অর্থনৈতিক পৰিকল্পনাৰ মূল লক্ষ্য।
প্রশ্নঃ ভাৰতত মূল্যবৃদ্ধি কিদৰে গণনা কৰা হয়?
উত্তৰঃ মূল্যবৃদ্ধি সাধাৰণতে ভোক্তা মূল্য সূচক (CPI) আৰু পাইকাৰী মূল্য সূচক (WPI)ৰ জৰিয়তে মাপি লোৱা হয়।
প্রশ্নঃ নিটি আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ২০১৫ চনৰ ১ জানুৱাৰীত নিটি আয়োগ গঠন হৈছিল।
প্রশ্নঃ দেশৰ জাতীয় আয় কিদৰে নিৰ্ধাৰণ হয়?
উত্তৰঃ অর্থনৈতিক বিকাশৰ ওপৰত জাতীয় আয় নিৰ্ভৰ কৰে।
প্রশ্নঃ প্রথম মানব উন্নয়ন প্রতিবেদন কেতিয়া প্রকাশ হৈছিল?
উত্তৰঃ ১৯৯০ চনত।
প্রশ্নঃ NITI আয়োগৰ প্ৰথম বৈঠক ক’ত হৈছিল?
উত্তৰঃ দিল্লীত।
প্রশ্নঃ ভাৰতৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৫১ চনত।
প্রশ্নঃ দাৰিদ্ৰ চক্ৰৰ মুখ্য কাৰণ কি?
উত্তৰঃ মূলধন বিনিয়োগৰ অভাৱ।
প্রশ্নঃ সেউজ বিপ্লব কি?
উত্তৰঃ আধুনিক প্রযুক্তিৰ সহায়ত কৃষি উৎপাদন বৃদ্ধিৰ নামেই হ’ল সেউজ বিপ্লব।
প্রশ্নঃ অর্থনৈতিক পৰিকল্পনা কাক বোলে?
উত্তৰঃ নির্দিষ্ট সময়ৰ ভিতৰত দেশৰ অর্থনীতি নিয়ন্ত্রণ আৰু লক্ষ্য নির্ধাৰণ কৰাক অর্থনৈতিক পৰিকল্পনা বোলে।
প্রশ্নঃ অর্থনৈতিক উদাৰীকৰণ কি?
উত্তৰঃ চৰকাৰৰ নিয়ন্ত্ৰণ কমাই মুক্তবজাৰ ব্যৱস্থা প্রচলন কৰাক অর্থনৈতিক উদাৰীকৰণ বোলে।
প্রশ্নঃ ভাৰতৰ চৰকাৰী ব্যৱস্থাৰ প্ৰধান তিনিটা অংগ কি?
উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আৰু স্থানীয় নিকায়।
প্রশ্নঃ উদাৰীকৰণ কি?
উত্তৰঃ চৰকাৰৰ নিয়ন্ত্রণ কমাই ব্যক্তিগত উদ্যোগলৈ মুকলি কৰি দিয়াক উদাৰীকৰণ বোলে।
প্রশ্নঃ ব্যক্তিগতকৰণ কি?
উত্তৰঃ চৰকাৰী সংস্থাসমূহ ব্যক্তি উদ্যোগলৈ হস্তান্তৰ কৰাক ব্যক্তিগতকৰণ বোলে।
প্রশ্নঃ NITI আয়োগৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ নেচনেল ইনষ্টিটিউচন ফৰ ট্রেন্সফর্মিং ইন্ডিয়া।
প্রশ্নঃ ‘মেক ইন ইন্ডিয়া’ কাৰ্যসূচীৰ মূল উদ্দেশ্য কি?
উত্তৰঃ ভাৰতত উৎপাদন শিল্প উন্নয়ন কৰা।
প্রশ্নঃ ভাৰত চৰকাৰৰ ৰাজহৰ মুখ্য উৎস কি?
উত্তৰঃ কৰ।
প্রশ্নঃ GDP ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ GDP মানে মুঠ ঘৰুৱা উৎপাদন।
প্রশ্নঃ ভাৰতৰ মুদ্রানীতি কোনে নিয়ন্ত্রণ কৰে?
উত্তৰঃ ভাৰতৰ ৰিজার্ভ বেংকে নিয়ন্ত্ৰণ কৰে।
প্রশ্নঃ ভাৰতৰ মুদ্ৰাৰ নাম কি?
উত্তৰঃ ভাৰতীয় টকা।
প্রশ্নঃ ভাৰতত একাধিক পৰোক্ষ কৰৰ ঠাইত কোনটো কৰ লোৱা হৈছে?
উত্তৰঃ সামগ্ৰী আৰু সেৱা কৰ (GST)।
প্রশ্নঃ দৰিদ্ৰ সীমা কি?
উত্তৰঃ মৌলিক প্রয়োজন পূৰণৰ বাবে ন্যূনতম প্রয়োজনীয় আয়ক দৰিদ্ৰ সীমা বোলে।
প্রশ্নঃ গণতান্ত্রিক পৰিকল্পনাৰ এটা মুখ্য লক্ষ্য কি?
উত্তৰঃ দেশৰ আৰ্থিক বিকাশ সাধন।
প্রশ্নঃ ভাৰতৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱা কিমান?
উত্তৰঃ ১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৫৬ চনৰ ৩১ মাৰ্চলৈ।
প্রশ্নঃ জাতীয় আয় কি?
উত্তৰঃ এক অর্থনৈতিক বছৰত দেশত উৎপাদিত মুঠ সামগ্ৰীৰ মূল্যক জাতীয় আয় বোলে।
প্রশ্নঃ কোনটো খণ্ডক ভাৰতৰ ‘গুড ইণ্ডিকেটৰ’ বুলি গণ্য কৰা হয়?
উত্তৰঃ সেৱা খণ্ডক ভাৰতৰ গুড ইণ্ডিকেটৰ বুলি গণ্য কৰা হয়।
প্রশ্নঃ গণতান্ত্রিক পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি?
উত্তৰঃ গণতান্ত্রিক পৰিকল্পনাত সাধাৰণ ৰাইজৰ অংশগ্রহণ থাকে।
প্রশ্নঃ ভাৰতৰ কাৰেন্সী প্রণালী কি ধৰণৰ?
উত্তৰঃ ভাৰতৰ কাৰেন্সী প্রণালী দশমিক (Decimal) প্রণালী।
প্রশ্নঃ ভাৰতৰ বৰ্তমান ৰাজস্ফঘাটিৰ অৰ্থ কি?
উত্তৰঃ ৰাজস্ব ঘাটি হৈছে চৰকাৰৰ মুঠ ৰাজস্ব আয় আৰু মুঠ ৰাজস্ব ব্যয়ৰ পাৰ্থক্য।
প্রশ্নঃ ভাৰতীয় অর্থনীতিৰ প্ৰাথমিক খণ্ড কোনটো?
উত্তৰঃ কৃষি খণ্ড।