Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Social Science MCQ Chapter 13 মুদ্ৰা আৰু বেংক ব্যৱস্থা

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 13 মুদ্ৰা আৰু বেংক ব্যৱস্থা সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 13 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science MCQ Chapter 13 মুদ্ৰা আৰু বেংক ব্যৱস্থা

Class 10 Social Science MCQ Chapter 13 মুদ্ৰা আৰু বেংক ব্যৱস্থা

তৃতীয় খণ্ডঃ

(খ) অর্থনীতি বিজ্ঞান

প্রথম অধ্যায়

মুদ্ৰা আৰু বেংক ব্যৱস্থা

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ মুদ্ৰাৰ প্ৰধান কাৰ্য্য সংখ্যা কিমান?

(ক) ৩ টা

(খ) ৪ টা

(গ) ২ টা

(ঘ) ৫ টা

উত্তৰ: (খ) ৪ টা

প্রশ্নঃ মুদ্রা কিমান প্ৰকাৰৰ হ’ব পাৰে বিস্তৃত অর্থত?

(ক) ৪ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

(ঘ) ৩ প্ৰকাৰৰ

উত্তৰ: (খ) ২ প্ৰকাৰৰ

প্রশ্নঃ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক প্রতিষ্ঠা কৰা হয় কেতিয়া?

(ক) ১৯৬৬ চনত

(খ) ১৯৬৭ চনত

(গ) ১৯৬৪ চনত

(ঘ) ১৯৬৮ চনত

উত্তৰ: (গ) ১৯৬৪ চনত

প্রশ্নঃ ভাৰতত ১৭৭০ চনত প্রতিষ্ঠিত প্রথম বেংক কোনটো আছিল?

(ক) বেংক অব হিন্দুস্তান

(খ) ভাৰতীয় ৰিজার্ভ বেংক

(গ) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক

(ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক

উত্তৰঃ (ক) বেংক অব হিন্দুস্তান

প্রশ্নঃ পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক কোনটো?

(ক) বেংক অৱ ভেনিচ

(খ) ৰিক্স বেংক অর ছুইডেন

(গ) বেংক অব হিন্দুস্তান

(ঘ) ভাৰতীয় ৰিজার্ভ বেংক

উত্তৰঃ (খ) বিক্স বেংক অৱ ছুইডেন

প্রশ্নঃ বিনিময় পদ্ধতিৰ মুখ্য অসুবিধাটো কি?

(ক) সহযোগিতাৰ অভাৱ

(খ) সহমত অভাৱ

(গ) সংগতিবিহীন অভাব

(ঘ) বুজাবুজিৰ অভাৱ

উত্তৰ: (গ) সংগতিবিহীন অভাৱ

প্রশ্নঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

(ক) ভাৰতীয় কেন্দ্ৰীয় বেংক

(খ) বেংক অব হিন্দুস্থান

(গ) বেংক অব ইণ্ডিয়া

(ঘ) ভাৰতীয় ৰিজার্ভ বেংক

উত্তৰঃ (ঘ) ভাৰতীয় ৰিজার্ভ বেংক

প্রশ্নঃ কোন চনত ভাৰতৰ ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

(ক) ১৯৬৯ চনত

(খ) ১৯৬০ চনত

(গ) ১৯৭৭ চনত

(ঘ) ১৯৬১ চনত

উত্তৰঃ (ক) ১৯৬৯ চনত

প্রশ্নঃ কাগজী মুদ্রা ছপা কৰাৰ একচেটিয়া অধিকাৰ কোন বেংকক দিয়া হৈছে?

(ক) কেন্দ্রীয় বেংক

(খ) বেংক অব ইন্ডিয়া

(গ) বেংক অব নেচনেল

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কেন্দ্ৰীয় বেংক

প্রশ্নঃ বেংক কি?

(ক) এটা বিত্তীয় প্রতিষ্ঠান

(খ) ঋণ লেনদেন কৰা এক বিত্তীয় সংস্থা

(গ) টকা লেনদেনৰ সংগঠন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (খ) ঋণ লেনদেন কৰা এক বিত্তীয় সংস্থা

প্রশ্নঃ ভাৰতবৰ্ষত প্ৰথমটো বেংক প্রতিষ্ঠা কৰা হৈছিল কেতিয়া?

(ক) ১৬৭০ চনত

(খ) ১৭৭০ চনত

(গ) ১৭৭৫ চনত

(ঘ) ১৭৮০ চনত

উত্তৰঃ (খ) ১৭৭০ চনত

প্রশ্নঃ মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি পাঁচটা পর্যায় কোনটো? HSLC ’23

(ক) কাগজী মুদ্রা–ধাতু মুদ্রা-অমুদ্রিত ধাতুমান-জন্তুমান-বিনিময় প্রথা

(খ) বিনিময়

প্রথা–জন্তুমান– অমুদ্রিতধাতুমান-ধাতুমুদ্রা-কাগজী মুদ্রা

(গ) বিনিময় প্রথা-কাগজী মুদ্রা-অমুদ্রিত ধাতুমান-জন্তুমান-ধাতু মুদ্রা

(ঘ) জন্তুমান-অমুদ্রিত ধাতুমান-ধাতুমুদ্রা-বিনিময় প্রথা–কাগজী মুদ্রা

উত্তৰঃ (খ)

প্রশ্নঃ ১৭৭০ চনত ভাৰতত প্রতিষ্ঠিত বেংকটোৰ নাম কি আছিল?

(ক) বেংক অব হিন্দুস্থান

(খ) বেংক অব ইন্ডিয়া

(গ) বেংক অব বৰোদা

(ঘ) বেংক অব ভাৰত

উত্তৰঃ (ক) বেংক অব হিন্দুস্থান

প্রশ্নঃ মুদ্রা সংকোচনৰ আন এটা নাম কি?

(ক) মুদ্রানীতি

(খ) মুদ্রাস্ফীতি

(গ) অৱস্ফীতি

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (গ) অৱস্ফীতি

প্রশ্নঃ পৃথিৱীৰ আটাইতকৈ পুৰণি বেংক কোনটো?

(ক) বেংক অব হিন্দুস্থান

(খ) বেংক অৱ চুইডেন

(গ) ভাৰতীয় ৰিজার্ভ বেংক

(ঘ) বেংক অব ভেনিচ

উত্তৰঃ (খ) বেংক অর চুইডেন

প্রশ্নঃ কাগজী মুদ্রা ছপা কৰাৰ একচেতীয়া অধিকাৰ কোনটো বেংকক দিয়া হৈছে? HSLC ’18

(ক) বেংক অব ইণ্ডিয়া

(খ) নেচনেল বেংক অব ইন্ডিয়া

(গ) কেন্দ্রীয় বেংক

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) কেন্দ্রীয় বেংক

প্রশ্নঃ কেন্দ্রীয় বেংক আৰু বাণিজ্যিক বেংকৰ মাজৰ প্ৰধান পার্থক্য কি? HSLC ’23

(i) কেন্দ্রীয় বেংক নতুন মুদ্রা মুদ্ৰণৰ দায়িত্বত থাকে।

(ii) বাণিজ্যিক বেংকে আমানত সংগ্ৰহ কৰে আৰু ঋণ প্রদান কৰে।

(iii) কেন্দ্রীয় বেংকে বিত্তীয় নীতি নির্ধাৰণ কৰে, কিন্তু বাণিজ্যিক বেংকে সেই নীতি অনুসৰণ কৰে।

(iv) বাণিজ্যিক বেংকে মুদ্রা যোগান নিয়ন্ত্রণ কৰে।

(ক) (i), (ii), (iii)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iii)

প্রশ্নঃ ছুইডেনৰ আটাইতকৈ পুৰণি বেংকটোৰ নাম কি?

(ক) বেংক অব হিন্দুস্থান

(খ) বেংক অব ছুইডেন

(গ) ৰিক্স বেংক

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) বিক্স বেংক

প্রশ্নঃ ভাৰতবৰ্ষত বৰ্তমান চলিত মুদ্ৰাৰ ধৰণ কি?

(ক) সোণৰ মুদ্রা

(খ) প্রতীক মুদ্রা

(গ) ৰূপৰ মুদ্রা

(ঘ) প্রচলিত বিভিন্ন মূল্যৰ কাগজী মুদ্রা

উত্তৰ: (ঘ) প্রচলিত বিভিন্ন মূল্যৰ কাগজী মুদ্রা

প্রশ্নঃ ছিদবিৰ মুখ্য কার্যালয় ক’ত অবস্থিত?

(ক) মুম্বাইত

(গ) লক্ষ্ণৌত

(খ) দিল্লীত

(ঘ) চেন্নাইত

উত্তৰঃ (গ) লক্ষ্ণৌত

প্রশ্নঃ তলৰ কোনটো বাক্য মৌলিক অধিকাৰ আৰু নাগৰিকৰ দায়িত্বৰ সম্পৰ্কত সত্য?

(i) মৌলিক অধিকাৰ হ’ল চৰকাৰে নাগৰিকক প্ৰদান কৰা সুবিধাসমূহ।

(ii) মৌলিক অধিকাৰ সীমাহীন নহয়, ইয়াৰ অপব্যৱহাৰ কৰিলে শাস্তিৰ ব্যৱস্থা আছে।

(iii) দায়িত্বসমূহ পালন নকৰিলেও নাগৰিকে নিজৰ মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে।

(iv) নাগৰিকৰ দায়িত্বসমূহ সমাজ আৰু ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ।

(ক) (i), (ii), (iii)

(খ) (ii), (iii), (iv)

(গ) (i), (iii), (iv)

(ঘ) (ii), (iv)

উত্তৰঃ (ঘ) (ii), (iv)

প্রশ্নঃ তলৰ কোনজন প্রাচীন ভাৰতৰ দার্শনিক?

(ক) কৌটিল্য

(খ) ৰামানুজ

(গ) ব্রহ্মগুপ্ত

(ঘ) বাল্মিকী

উত্তৰ: (খ) ৰামানুজ

প্রশ্নঃ ‘অর্থশাস্ত্র’ গ্রন্থখন কোনে ৰচনা কৰিছিল? HSLC ’23

(ক) কৌটিল্য

(খ) ৰামানুজন

(গ) বৰাহমিহিৰ

(ঘ) ঋষি সুনক

উত্তৰঃ (ক) কৌটিল্য

প্রশ্নঃ তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্রাপ্ত ধ্রুপদী নৃত্যবিধ হ’ল…..। HSLC ’23

(ক) কথাকলি

(খ) কুচিপুড়ী

(গ) কথক

(ঘ) ভাৰতনাট্যম

উত্তৰঃ (ঘ) ভাৰতনাট্যম

প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পাটো বাছি উলিওৱাঃ HSLC ’25

দাবী (A): সিন্ধু উপত্যকাৰ ধৰ্মব্যৱস্থাত উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাস্য দেৱতাৰো বিবিধতা দেখা যায়।

কাৰণ (R): ভাৰত প্ৰাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা, সহবর্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰ নীতি গ্রহণ কৰিছিল।

(ক) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

(খ) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(গ) (A) সত্য (R) অসত্য

(ঘ) (A) অসত্য (R) সত্য

উত্তৰঃ (খ) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

প্রশ্নঃ নাবার্ড প্রতিষ্ঠা কৰা হৈছিল কেতিয়া?

(ক) ১৯৮২ চনত

(খ) ১৯৮৩ চনত

(গ) ১৯৮৪ চনত

(ঘ) ১৯৮৫ চনত

উত্তৰঃ (ক) ১৯৮২ চনত

প্রশ্নঃ মুদ্ৰাৰ মুখ্য বৈশিষ্ট্য কি?

(i) ই এক বৈধ বিনিময় মাধ্যম।

(ii) ই বিনিময় মূল্য নির্ধাৰণত সহায় কৰে।

(iii) মুদ্রাৰ মূল্য সদায় স্থিৰ থাকে।

(iv) ই অর্থনৈতিক বিনিয়োগক সহায় কৰে।

(ক) (i), (ii), (iii)

(খ) (i), (ii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (খ) (i), (ii), (iv)

প্রশ্নঃ বৰ্তমান ভাৰতত কিমানটা আঞ্চলিক বেংক কার্যকৰী হৈ আছে?

(ক) ৫৬ টা

(খ) ৫৭ টা

(গ) ৫৮ টা

(ঘ) ৫৯ টা

উত্তৰ: (খ) ৫৭ টা

প্রশ্নঃ IUCN সম্পর্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছিউলিওৱা

(i) IUCN চনত গঠন কৰা হৈছিল HSLC ’25

(ii) IUCN ৰ সম্পূৰ্ণ ৰূপটো হৈছে-Indian

Union for Conservation of Nature.

(iii) IUCN উদ্যোগত বিশ্ব বন্যপ্রানী পুঁজি

(WWF) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল।

(iv) জর্জ ছিজহ’ম IUCN ৰ প্ৰতিষ্ঠপক সঞ্চালক প্রধান আছিল।

(ক) (i), (ii), (iii)

(খ) (ii), (iii), (iv)

(গ) (ii), (iv)

(ঘ) (i), (iii)

উত্তৰঃ (ঘ) (i), (iii)

প্রশ্ন: নদ-নদীৰ পাৰত অবস্থিত নগৰ অঞ্চলৰ প্রদূষণ সম্পর্কত তলত দিয়া উক্তি (1) আক (ii) বিচাৰ কৰা, আৰু শুদ্ধ উত্তৰটো বাছিউলিওৱা। HSLC ’25

(1) ঔদ্যোগিক আবর্জনা আৰু নগৰৰ পেলীয়া পদার্থই নগৰ অঞ্চলৰ মাজেদি বা কাযেদি প্ৰৱাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।

(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ ৫৫% ৰাসায়নিক সাৰৰ দৰে কৃষিজনিত প্ৰদূষকৰ দ্বাৰা প্ৰদূষিত হৈছে।

(ক) (1) আৰু (ii) দুয়োটাই সত্য

(খ) (i) আৰু (ii) দুয়োটাই অসত্য

(গ) (i) সত্য, (ii) অসত্য

(ঘ) (1) অসত্য, (ii) সত্য

উত্তৰঃ (ক) (1) আৰু (ii) দুয়োটাই সত্য

প্রশ্নঃ তলৰ কোনটো বিত্তীয় প্রতিষ্ঠান ভাৰত বৰ্ষত ক্ষুদ্র উদ্যোগখণ্ডৰ আধুনিকীকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অর্থে ১৯৯০ চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল? HSLC ’23

(ক) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক

(খ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক

(গ) আঞ্চলিক গ্রাম্য বেংক

(ঘ) ভাৰতীয় জীৱন বীমা নিগম

উত্তৰঃ (খ)

প্রশ্নঃ চেক এখন মুদ্ৰাৰ অন্তৰ্ভূক্তনে?

(ক) হয়

(খ) নহয়

(গ) মুদ্ৰাৰ আধাৰ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (খ) নহয়

প্রশ্নঃ তলত দিয়া জনগাষ্ঠেীৰ কোনটো বৌদ্ধধর্মালম্বী? HSLC ’20

(ক) কার্বি

(গ) খাছী

(খ) আদি

(ঘ) খামতি

উত্তৰ: (ঘ) খামতি

প্রশ্নঃ ভাৰতীয় ৰিজার্ভ বেংকৰ মুখ্য দায়িত্বসমূহ কি?

(i) ই দেশৰ কেন্দ্ৰীয় বেংকৰ ৰূপত কাৰ্য কৰে।

(ii) ই দেশৰ সমগ্র বেংক ব্যৱস্থাক পর্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰে।

(iii) ই চৰকাৰৰ হৈ নতুন মুদ্রা প্রচলন কৰে।

(iv) ই দেশৰ ৰাজস্ব নীতি নির্ধাৰণ কৰে।

(ক) (i), (ii), (iii)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iii)

প্রশ্নঃ বাণিজ্যিক বেংকসমূহৰ গুৰুত্বপূৰ্ণ কৰ্তব্য কি?

(i) আমানত গ্রহণ আৰু ঋণ প্রদান কৰা ইহঁতৰ প্রধান দায়িত্ব।

(ii) ই বৈদেশিক মুদ্রা লেনদেন আৰু ব্যৱস্থাপনা কৰে।

(iii) লাভজনক হোৱাটো ইহঁতৰ মূল লক্ষ্য, লগতে গ্রাহকৰ সুবিধা আগবঢ়োৱা।

(iv) ই কেৱল চৰকাৰী সংস্থাসমূহৰ লগত লেনদেন কৰে।

(ক) (i), (ii), (iii)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iii)

প্রশ্নঃ চেক এখন ধনাদেশ বা নিকট মুদ্রা-সঁচানে?

(ক) সঁচা

(খ) মিছা

(গ) আংশিক সঁচা

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (ক) সঁচা

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্নঃ পৃথিৱীৰ আটাইতকৈ পুৰণি বেংক কোনটো?

উত্তৰঃ চুইডেনৰ ৰিক্স বেংক।

প্রশ্নঃ মুদ্রা কি?

উত্তৰঃ সাধাৰণ বিনিময়ৰ মাধ্যম আৰু মূল্যৰ মাপকাঠী হিচাপে ব্যৱহৃত সামগ্রীক মুদ্রা কোৱা হয়।

প্রশ্নঃ মুদ্রাৰ এটা মুখ্য কার্য কি?

উত্তৰঃ মুদ্রাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাম কৰে।

প্রশ্নঃ চলিত আমানত কি? HSLC ’23

উত্তৰ: যি ধৰণৰ আমানতত সঞ্চয় কৰিলে সঞ্চয়কাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে, তেনে আমানতকে ‘চলিত আমানত’ বোলে।

প্রশ্নঃ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ কি?

উত্তৰঃ ধনাদেশ বা চেক।

প্রশ্নঃ প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি?

উত্তৰঃ পূৰ্বতে কাগজী মুদ্রা সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তন কৰিব পৰা হৈছিল, তাক প্রতিনিধিত্বমূলক কাগজী মুদ্রা কোৱা হয়।

প্রশ্নঃ বেংক কি?

উত্তৰঃ বেংক হৈছে এটা বিত্তীয় প্রতিষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে।

প্রশ্নঃ চেক মুদ্রা অবিহিত মুদ্ৰাৰ এটা উদাহৰণ-শুদ্ধনে?

উত্তৰ: শুদ্ধ।

প্রশ্নঃ ভাৰতীয় ৰিজার্ভ বেংক কোন বছৰত স্থাপিত হৈছিল?

উত্তৰ: ১৯৩৫ চনত।

প্রশ্নঃ NABARD ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: National Bank for Agriculture and Rural Development |

প্রশ্নঃ মুদ্ৰাৰ এটা কুফল কি?

উত্তৰ: মুদ্রাৰ বাবে মূল্যৰ উত্থান-পতন হয়।

প্রশ্নঃ ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

উত্তৰঃ ভাৰতীয় ৰিজার্ভ বেংক।

প্রশ্নঃ নাবাৰ্ডৰ মুখ্য কার্যালয় ক’ত আছে?

উত্তৰ: মুম্বাইত।

প্রশ্নঃ বেংক আমানত কাক কোৱা হয়?

উত্তৰ: বাণিজ্যিক বেংকে যেতিয়া নগদ জমা লৈ ঋণ দিয়ে, তাতে সৃষ্টি হোৱা ধনৰ পৰিমাণক বেংক আমানত কোৱা হয়।

প্রশ্নঃ বিনিময় পদ্ধতি কি?

উত্তৰ: এটা সামগ্ৰীৰ বিনিময়ত আন এটা সামগ্রী প্রত্যক্ষভাবে সলনি কৰাৰ পদ্ধতিক বিনিময় প্রথা কোৱা হয়।

প্রশ্নঃ মুদ্ৰাৰ প্ৰথম পর্যায় কোনটো?

উত্তৰঃ বিনিময় প্রথা।

প্রশ্নঃ পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক কোনটো?

উত্তৰ: বেংক অৱ হিন্দুস্থান।

প্রশ্নঃ এখন দেশত কাগজী মুদ্রা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেতীয়া অধিকাৰ। কথাষাৰ শুদ্ধনে?

উত্তৰ: শুদ্ধ

প্রশ্নঃ ১৭৭০ চনত ভাৰতত স্থাপিত প্রথম বেংক কোনটো? HSLC ’23

উত্তৰ: বেংক অৱ হিন্দুস্থান।

প্রশ্নঃ ভাৰতীয় কেন্দ্ৰীয় বেংক কি?

উত্তৰ: ভাৰতীয় ৰিজার্ভ বেংক।

প্রশ্নঃ বেংক বুলিলে কি বুজা? HSLC ’22

উত্তৰ: বেংক হৈছে এক বিত্তীয় প্রতিষ্ঠান যি ঋণৰ ব্যৱসায় কৰে।

প্রশ্নঃ প্রকৃত মুদ্রা কাক কোৱা হয়?

উত্তৰ সাধাৰণ জনতাই ব্যৱহাৰ কৰা আৰু স্বীকৃত ধাতু বা কাগজী মুদ্রাক প্রকৃত মুদ্রা কোৱা হয়।

প্রশ্নঃ ধাতু মুদ্রা কি?

উত্তৰ: ধাতুৰ ওপৰত বিশেষ ছপা দি তৈয়াৰ কৰা মুদ্ৰাক ধাতু মুদ্রা কোৱা হয়।

প্রশ্নঃ প্রতীক মুদ্রা কি?

উত্তৰঃ যি মুদ্ৰাৰ লিখিত মূল্য ইয়াৰ অন্তর্নিহিত মূল্যতকৈ অধিক থাকে তাক প্রতীক মুদ্রা কোৱা হয়।

প্রশ্নঃ ৰাষ্ট্ৰীয় মুদ্রা কাক কোৱা হয়?

উত্তৰ: কোনো দেশৰ চৰকাৰে স্বীকৃতি দিয়া ধাতু বা কাগজী মুদ্ৰাক ৰাষ্ট্ৰীয় মুদ্রা কোৱা হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment