Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Social Science MCQ Chapter 12 আমাৰ অধিকাৰ আমাৰ দায়িত্ব

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 12 আমাৰ অধিকাৰ আমাৰ দায়িত্ব সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 12 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science MCQ Chapter 12 আমাৰ অধিকাৰ আমাৰ দায়িত্ব

Class 10 Social Science MCQ Chapter 12 আমাৰ অধিকাৰ আমাৰ দায়িত্ব

তৃতীয় খণ্ডঃ

(ক) ৰাজনীতি বিজ্ঞান

অধ্যায়-৩

আমাৰ অধিকাৰ আমাৰ দায়িত্ব

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্ন: চৰিত্ৰ গঠন কেনেদৰে হয়?

(ক) অভ্যাস বাৰে বাৰে কৰাৰ দ্বাৰা

(খ) আত্মবিশ্বাসৰ দ্বাৰা

(গ) সফলতাৰ দ্বাৰা

(ঘ) পৰিসেৱাৰ দ্বাৰা

উত্তৰ: (ক) অভ্যাস বাৰে বাৰে কৰাৰ দ্বাৰা

প্রশ্ন: ধঁপাত সেৱনৰ ফলত ভাৰতবৰ্ষত প্রতি বছৰ কিমান লোকৰ মৃত্যু হয়?

(ক) ৫ লাখ

(খ) ৬ লাখ

(গ) ৮ ৰ পৰা ৯ লাখ

(ঘ) ১০ লাখ

উত্তৰ: (গ) ৮ ৰ পৰা ৯ লাখ

প্রশ্ন: HIV আক্রান্ত ব্যক্তিৰ কামুৰাত এইচ আই ভি ভাইৰাছ সংক্রমণ হয় নেকি?

(ক) হয়

(খ) নোৱাৰে

(গ) পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে

(ঘ) নিশ্চিত নাথাকে

উত্তৰ: (খ) নোৱাৰে

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো বা কোনকেইটা উক্তি সত্য? HSLC ’25

(i) ইৰাষ্ট্ৰসংঘৰ বৃহত্বম অংগ

(ii) ইয়াৰ দহজন অস্থায়ী আৰু পাঁচজন স্থায়ী সদস্য আছে।

(iii) ইয়াৰ প্ৰধান কাম হৈছে আক্রান্ত সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।

(ক) কেবল

উত্তৰ: (1) সত্য

প্রশ্ন: জীৱনত সফল হোৱাৰ মূল চাবি-কাঠি কি?

(খ) (1) আৰু (ii) সত্য

(গ) (ii) আৰু (iii) সত্য

(ঘ) (1) আৰু (iii) সত্য

উত্তৰঃ (ক) কেৱল (i) সত্য

প্রশ্ন: ধঁপাত কি কি ৰূপত সেৱন কৰা হয়?

(ক) গুটখা, জর্দা, বিড়ি, চিগাৰেট

(খ) কেৱল গুটখা আৰু জর্দা

(গ) কেৱল বিড়ি আৰু চিগাৰেট

(ঘ) কেৱল পাণ-মছলা আৰু খৈণী

উত্তৰ: (ক) গুটখা, জর্দা, বিড়ি, চিগাৰেট

(ক) ধৈর্য আৰু অধ্যৱসায়

(খ) ইচ্ছাশক্তি আৰু আত্মবিশ্বাস

(গ) পৰিশ্ৰম আৰু শিক্ষা

(ঘ) সময় আৰু ধৈর্য

উত্তৰ: (খ) ইচ্ছাশক্তি আৰু আত্মবিশ্বাস

প্রশ্ন: চিগাৰেট বা বিড়িৰ পৰা নিৰ্গত হোৱা ধোঁৱাত কি পদার্থ থাকে?

(ক) অক্সিজেন, হাইড্র’জেন আৰু নিক’টিন

(খ) টাৰ, নিক’টিন আৰু কার্বন মন’স্কাইড

(গ) হিলিয়াম, মিথেন আৰু টাৰ

(ঘ) কেবল নিক’টিন

উত্তৰঃ (খ) টাৰ, নিক ‘টিন আৰু কার্বন মন ‘স্কাইড

প্রশ্ন: AIDS ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) Acquired Immune Deficiency Syndrome

(খ) Active Immune Disease Syndrome

(গ) Acute Immune Deficiency System

(ঘ) Acquired Immune Defense System

উত্তৰঃ (ক) Acquired Immune Deficiency Syndrome

প্রশ্নঃ বিশুদ্ধ বায়ু কাক বোলে?

(ক) কেৱল অক্সিজেন যুক্ত বায়ুক

(খ) কেৱল নাইট্রজেন যুক্ত বায়ুক

(গ) গেছসমূহ সঠিক মাত্রাত থকা বায়ুক

(ঘ) ক্রিয়া ৰহিত বায়ুক

উত্তৰঃ (গ) গেছসমূহ সঠিক মাত্রাত থকা বায়ুক

প্রশ্ন: শিশুৰ সন্মান আৰু প্ৰকাশৰ অধিকাৰক কি বোলে?

(ক) মৌলিক অধিকাৰ

(খ) সামাজিক অধিকাৰ

(গ) শিক্ষাৰ অধিকাৰ

(ঘ) সাংস্কৃতিক অধিকাৰ

উত্তৰঃ (ক) মৌলিক অধিকাৰ

প্রশ্নঃ তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওবাঃ HSLC ’25

(i) গণতান্ত্রিক পৰিকল্পনা

(a) প্রশাসন ব্যৱস্থাৰ একেবাৰে নিম্ন পৰ্যায়ত পৰিকল্পনা যুগুতকৰণত জড়িত হোৱা

(ii) অর্থনৈতিক পৰিকল্পনা

(b) ৰাইজে পৰিকল্পনা যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত অংশগ্ৰহণ কৰে

(iii) তৃণমূল পর্যায়ৰ পৰিকল্পনা

(c) কেতবোৰ সুনির্দিষ্ট উন্নয়নৰ লক্ষ্যত উপনীত হোৱা।

(a) (i)→(a), (ii) → (c), (iii) → (b)

(b) (i)→(c), (ii)→ (a), (iii) → (b)

(c) (i) (c), (ii) (b), (iii)→(a)

(d) (i) (b), (ii)→ (c), (iii) → (a)

উত্তৰঃ (c) (1) (c), (ii) (b). (iii) → (a)

প্রশ্নঃ নীটি আয়োগৰ অধ্যক্ষজন হ’ল HSLC ’25

(ক) ৰাষ্ট্ৰপতি

(খ) বিত্তমন্ত্রী

(গ) প্রধানমন্ত্রী

(ঘ) উপৰাষ্ট্ৰপতি

উত্তৰঃ (গ) প্রধানমন্ত্রী

প্রশ্ন: ব্যক্তি এজন নিচাগ্রস্ত হৈছে নেকি কেনেকৈ বুজিব পাৰি?

(ক) তেওঁ পর্যাপ্ত শাৰীৰিক শক্তি থাকিলে

(খ) কোনো দ্রব্য সেৱন নকৰিলে অস্বস্তি অনুভৱ কৰিলে

(গ) তেওঁ দিনে-ৰাতি অলপ সময়ৰ বাবে শুলে

(ঘ) তেওঁ অধিক খোৱা আৰম্ভ কৰিলে

উত্তৰঃ (খ) কোনো দ্রব্য সেবন নকৰিলে অস্বস্তি অনুভৱ কৰিলে

প্রশ্ন: ড্রাগচ কি?

(ক) শাৰীৰিক প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা দ্রব্য

(খ) কেরল মাদক পদার্থ

(গ) খাদ্যৰ এক প্রকাৰ

(ঘ) কেবল গাঞ্জা

উত্তৰ: (ক) শাৰীৰিক প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা দ্ৰব্য

প্রশ্নঃ ৰাষ্ট্ৰসংঘই কেতিয়া ‘শিশুৰ অধিকাৰ আঁচনি’ গ্রহণ কৰে?

(ক) ১৯৪৮ চনত

(খ) ১৯৫৯ চনত

(গ) ১৯৭৪ চনত

(ঘ) ১৯৮৬ চনত

উত্তৰ: (খ) ১৯৫৯ চনত

প্রশ্নঃ বিদ্যালয়ত ছাত্র-ছাত্ৰীয়ে কি মূল্য আহৰণ কৰিব লাগে?

(ক) কেৱল পাঠ্যপুথিৰ জ্ঞান

(খ) বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু গণতান্ত্রিক চেতনা

(গ) কেৱল পৰিৱেশ চেতনা

(ঘ) কেৱল অন্ধবিশ্বাস দূৰীকৰণ

উত্তৰ: (খ) বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু গণতান্ত্রিক চেতনা

প্রশ্ন: প্রতি বছৰে কোন দিনটোত ‘গণৰাজ্য দিৱস’ পালন কৰা হয়?

(ক) ১৫ আগষ্ট

(খ) ২৬ জানুৱাৰী

(গ) ২ অক্টোবৰ

(ঘ) ১১ নৱেম্বৰ

উত্তৰ: (খ) ২৬ জানুৱাৰী

প্রশ্ন: চৰিত্ৰ কেনেদৰে গঠন হয়?

(ক) অভ্যাসৰ দ্বাৰা

(খ) অধ্যয়নৰ দ্বাৰা

(গ) অভিজ্ঞতাৰ দ্বাৰা

(ঘ) পৰীক্ষাৰ ফলাফলৰ দ্বাৰা

উত্তৰ: (ক) অভ্যাসৰ দ্বাৰা

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পঞ্চমখন স্থায়ী সদস্য ৰাষ্ট্ৰখন হ’ল………।

(ক) ভাৰত

(গ) নেপাল

(খ) পাকিস্থান

(ঘ) ৰাছিয়া

উত্তৰঃ (ঘ) ৰাছিয়া

প্রশ্ন: এইচ আই ভি ভাইৰাছ দেহত প্রবেশ কৰিলে কি হয়? HSLC ’23

(ক) দেহত শক্তি বৃদ্ধি পায়

(খ) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়

(গ) দেহত কোনো পৰিবৰ্তন নহয়

(ঘ) কেৱল মানসিক পৰিবৰ্তন হয়

উত্তৰঃ (খ) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়

প্রশ্ন: ভাৰতবৰ্ষত শিশুৰ অধিকাৰ আইন কেতিয়া প্ৰৱৰ্তন কৰা হয়?

(ক) ১৯৭৫ চনত

(খ) ১৯৮২ চনত

(গ) ১৯৯২ চনত

(ঘ) ২০০০ চনত

উত্তৰ: (গ) ১৯৯২ চনত

প্রশ্নঃ ধঁপাত সেৱনৰ ফলত কি বিপদ হয়?

(ক) কেৱল মানসিক ৰোগ

(খ) কেবল শ্বাসপ্রশ্বাসৰ ৰোগ

(গ) বহুতো শাৰীৰিক ৰোগ

(ঘ) কেৱল অস্থায়ী অসুবিধা

উত্তৰ: (গ) বহুতো শাৰীৰিক ৰোগ

প্রশ্ন: জীৱনত সফল হোৱাৰ বাবে কি গুৰুত্বপূৰ্ণ?

(ক) ধৈর্য আৰু সময়ৰ সদ্ব্যৱহাৰ

(খ) অধ্যয়ন আৰু পৰিশ্ৰম

(গ) ইচ্ছাশক্তি আৰু আত্মবিশ্বাস

(ঘ) একাগ্রতা আৰু সময়

উত্তৰ: (গ) ইচ্ছাশক্তি আৰু আত্মবিশ্বাস

প্রশ্নঃ বিদ্যালয়ত ছাত্র-ছাত্রীয়ে পৰিৱেশ চেতনা কেনেদৰে আহৰণ কৰিব পাৰে?

(ক) পাঠ্যপুথি পঢ়ি

(খ) কার্যকলাপত অংশগ্ৰহণ কৰি

(গ) অন্ধবিশ্বাসৰ পোষকতা কৰি

(ঘ) কেরল বিজ্ঞান পঢ়ি

উত্তৰ: (খ) কার্যকলাপত অংশগ্ৰহণ কৰি

প্রশ্ন: নাগৰিকসকলে কিয় মৌলিক অধিকাৰৰ লগতে মৌলিক দায়িত্বও পালন কৰা উচিত?

(i) মৌলিক দায়িত্ব পালন নকৰিলেও মৌলিক অধিকাৰ উপভোগ কৰিব পাৰি।

(ii) দায়িত্ব পালন কৰিলে সমাজ আৰু ৰাষ্ট্ৰ দুয়োটাই উন্নতিৰ পথত আগবাঢ়িব পাৰে।

(iii) অধিকাৰ থাকিলে সমাজত বিশৃঙ্খলাৰ সৃষ্টি হ’ব পাৰে।

(iv) দায়িত্ব পালন কৰাটোৱেই নাগৰিকতাৰ প্রকৃত পৰিচয়।

(ক) (i), (ii), (iii)

(খ) (ii), (iii), (iv)

(গ) (i), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (খ) (ii), (iii), (iv)

প্রশ্ন: ড্রাগচ সেৱনৰ ফলত কি হয়?

(ক) কেৱল মানসিক সমস্যাৰ সৃষ্টি হয়

(খ) কেৱল দৈহিক ক্ষতি হয়

(গ) দৈহিক আৰু মানসিক দুয়োটা ক্ষতি হয়

(ঘ) কেৱল সময়ৰ অপব্যয় হয়

উত্তৰ: (গ) দৈহিক আৰু মানসিক দুয়োটা ক্ষতি

প্রশ্ন: শিশুৰ সন্মানৰ অধিকাৰে কি সুৰক্ষা দিয়ে?

(ক) দেহৰ সুৰক্ষা

(খ) মানসিক সুৰক্ষা

(গ) সামাজিক সুৰক্ষা

(ঘ) শিক্ষাৰ সুৰক্ষা

উত্তৰঃ (খ) মানসিক সুৰক্ষা

প্রশ্ন: ভাৰতীয় সংবিধানৰ কোনবোৰ অংশ?

(i) মৌলিক অধিকাৰ

(ii) নির্দেশনামূলক নীতি

(iii) ব্যক্তি স্বাধীনতাৰ অধিকাৰ

(iv) মৌলিক দায়িত্ব

(ক) (i), (ii), (iii)

(খ) (ii), (iii), (iv)

(গ) (i), (iii), (iv)

(ঘ) (i), (ii), (iv)

উত্তৰঃ (ঘ) (i), (ii), (iv)

প্রশ্ন: তলৰ কোনবোৰ নাগৰিকৰ মৌলিক দায়িত্ব?

(i) সমূহ জাতি, ধর্ম, ভাষা আৰু সংস্কৃতিক সন্মান জনোরা।

(iii) কেৱল নিজৰ অধিকাৰ বিচাৰি আন্দোলন কৰা।

(ii) পৰিবেশ সংৰক্ষণ কৰা।

(iv) সংবিধান আৰু জাতীয় পতাকাৰ সন্মান ৰক্ষা কৰা।

(ক) (i), (ii), (iv)

(খ) (ii), (iii), (iv)

(গ) (i), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iv)

প্রশ্নঃ মৌলিক অধিকাৰ আৰু মৌলিক দায়িত্বৰ মাজৰ প্ৰধান পার্থক্য কি?

(i) অধিকাৰ নাগৰিকক প্ৰদান কৰা সুবিধা, দায়িত্ব নাগৰিকৰ কর্তব্য।

(ii) অধিকাৰ আইনৰ দ্বাৰা সুৰক্ষিত, দায়িত্ব সজাগতাৰ ওপৰত নিৰ্ভৰশীল।

(iii) অধিকাৰ নাগৰিকৰ ব্যক্তিগত বিষয়, দায়িত্ব সমাজৰ প্ৰতি দায়বদ্ধতা।

(iv) অধিকাৰ নাগৰিকৰ ওপৰত কোনো বাধ্যতামূলক নহয়, কিন্তু দায়িত্ব বাধ্যতামূলক।

(ক) (i), (ii), (iii)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ঘ) (i), (ii), (iii), (iv)

প্রশ্ন: সমুদ্রত প্রতি বছৰ কিমান পৰিমাণৰ প্লাষ্টিক আৱৰ্জনা জমা হয়?

(ক) ৫ নিযুত টন

(খ) ১০ নিযুত টন

(গ) ১৩ নিযুত টন

(ঘ) ২০ নিযুত টন

উত্তৰঃ (গ) ১৩ নিযুত টন

প্রশ্ন: ভাৰতবৰ্ষত কেতিয়া ‘শিশু শ্রমিক নিৰোধক আৰু নিয়ন্ত্রণ আইন’ গ্রহণ কৰা হয়?

(ক) ১৯৭৫ চনত

(খ) ১৯৮৬ চনত

(গ) ১৯৯২ চনত

(ঘ) ২০০০ চনত

উত্তৰ: (খ) ১৯৮৬ চনত

প্রশ্ন: শৰ্মা চাৰে সভাত কি কৈছিল?

(ক) “সময় কাৰো বাবে ৰৈ নাথাকে।”

(খ) “সময়ৰ অপব্যয় নকৰিবা।”

(গ) “সময় খৰচ কৰিবলৈ বেছি চিন্তা নকৰিবা।”

(ঘ) “সময় সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ নহয়।”

উত্তৰঃ (খ) “সময়ৰ অপব্যয় নকৰিবা।”

প্রশ্ন: ভাৰতবৰ্ষত কেতিয়া ‘শিশুৰ ৰাষ্ট্ৰীয় নীতি’ প্ৰৱৰ্তন কৰা হয়?

(ক) ১৯৬৮ চনত

(খ) ১৯৭৪ চনত

(গ) ১৯৮২ চনত

(ঘ) ১৯৯০ চনত

উত্তৰ: (খ) ১৯৭৪ চনত

প্রশ্ন: শিশুৰ প্ৰথম অধিকাৰ কি?

(ক) শিক্ষাৰ অধিকাৰ

(খ) স্বাস্থ্যৰ অধিকাৰ

(গ) সন্মান আৰু প্ৰকাশৰ অধিকাৰ

(ঘ) খাদ্যৰ অধিকাৰ

উত্তৰ: (গ) সন্মান আৰু প্ৰকাশৰ অধিকাৰ

প্রশ্ন: ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হয়?

(ক) ১৯৪৭ চনৰ ১৫ আগষ্ট

(খ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ

(গ) ১৯৫০ চনৰ ২৬ জানুৱাৰী

(ঘ) ১৯৫২ চনৰ ১৫ আগষ্ট

উত্তৰঃ (গ) ১৯৫০ চনৰ ২৬ জানুৱাৰী

প্রশ্নঃ ৰাষ্ট্ৰসংঘই কিমান চনত ‘শিশুৰ অধিকাৰ আঁচনি’ গ্রহণ কৰে?

(ক) ১৯৫৯ চনত

(খ) ১৯৬৫ চনত

(গ) ১৯৭০ চনত

(ঘ) ১৯৭৫ চনত

উত্তৰ: (ক) ১৯৫৯ চনত

অতি চমু প্রশ্ন-উত্তৰ

প্রশ্ন: চিগাৰেট বা বিড়িৰ ধোঁৱাত কি পদার্থ থাকে?

উত্তৰঃ চিগাৰেট বা বিড়িৰ ধোঁৱাত টাৰ, নিক’টিন আৰু কাৰ্বন মন ‘স্কাইড থাকে।

প্রশ্ন: জীৱনত সফল হোৱাৰ মূল চাবি-কাঠি কি?গ্ধগ্ধ

উত্তৰঃ ইচ্ছাশক্তি আৰু আত্মবিশ্বাসেই জীৱনত সফল হোৱাৰ মূল চাবি-কাঠি।

প্রশ্ন: AIDS ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ Acquired Immuno Deficiency Syndrome.

প্রশ্ন: ভাৰতবৰ্ষত কেতিয়া ‘শিশুৰ অধিকাৰ আইন’ প্ৰবৰ্তন কৰা হয়?

উত্তৰঃ ১৯৯২ চনৰ ১১ ডিচেম্বৰত।

প্রশ্ন: সমুদ্ৰত প্ৰতি বছৰ কিমান পৰিমাণৰ প্লাষ্টিক আৱৰ্জনা জমা হয়?

উত্তৰঃ প্রায় ১৩ নিযুত টন।

প্রশ্ন: ভাৰতবৰ্ষত কেতিয়া ‘গণৰাজ্য দিৱস’ পালন কৰা হয়?

উত্তৰঃ প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে।

প্রশ্ন: ভাৰতবৰ্ষত কেতিয়া ‘শিশু শ্রমিক নিৰোধক আৰু নিয়ন্ত্রণ আইন’ গ্রহণ কৰা হয়?

উত্তৰঃ ১৯৮৬ চনত।

প্রশ্নঃ অসমৰ চাৰিটা খনিজ সম্পদৰ নাম লিখা। HSLC ’23

উত্তৰঃ কয়লা, তেল, চুণ শিল আৰু প্রাকৃতিক গেছ।

প্রশ্ন: শৰ্মা চাৰে প্রার্থনা সভাত কি কৈছিল?

উত্তৰঃ শৰ্মা চাৰে কৈছিল, “জীৱনত সফল হ’বলৈ হ’লে সময়ৰ অপব্যয় নকৰিবা। সময়েই জীৱনৰ মূল্য।”

প্রশ্নঃ ভাৰতবৰ্ষত কেতিয়া ‘শিশুৰ ৰাষ্ট্ৰীয় নীতি’ প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ ১৯৭৪ চনত।

প্রশ্ন: ৰাষ্ট্ৰসংঘই কেতিয়া ‘শিশুৰ অধিকাৰ আঁচনি’ গ্ৰহণ কৰে?

উত্তৰঃ ১৯৫৯ চনত।

প্রশ্ন: শিশুৰ প্ৰথম অধিকাৰ কি?

উত্তৰঃ শিশুৰ প্ৰথম অধিকাৰ হৈছে সন্মান আৰু প্ৰকাশৰ অধিকাৰ।

প্রশ্ন: ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হয়?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

প্রশ্ন: HIV আক্রান্ত ব্যক্তি এজনে আন এজন সুস্থ ব্যক্তিক কামুৰিলে এইচ আই ভি সংক্রমণ হ’ব পাৰেনে?

উত্তৰঃ নহয়, হ’ব নোৱাৰে।

প্রশ্ন: চৰিত্ৰ কেনেদৰে গঠন হয়?

উত্তৰঃ আমি যি অভ্যাস বাৰে বাৰে কৰো, সেয়া স্বভাৱত পৰিণত হয় আৰু শেষত ই চৰিত্ৰ হৈ পৰে।

প্রশ্ন: ধঁপাত সেৱনৰ ফলত ভাৰতবৰ্ষত প্রতি বছৰ কিমান মানুহৰ মৃত্যু হয়?

উত্তৰঃ প্ৰতি বছৰে ৮ ৰ পৰা ৯ লাখ মানুহৰ মৃত্যু হয়।

প্রশ্ন: ধঁপাত কি কি ৰূপত খোৱা বা সেৱন কৰা হয়?

উত্তৰঃ ধঁপাত গুটখা, জর্দা, পাণ-মছলা, বিড়ি, চিগাৰেট, খৈণী আদি ৰূপত খোৱা হয়।

প্রশ্ন: ড্রাগচ কি?

উত্তৰঃ ড্রাগচ হৈছে আমাৰ শৰীৰৰ প্ৰক্ৰিয়াত পৰিৱৰ্তন আনিব পৰা এক ধৰণৰ ৰাসায়নিক দ্রব‍্য।

প্রশ্ন: স্বাধীন ভাৰতৰ প্ৰথম আৰু শেষ ভাৰতীয় গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি?

উত্তৰঃ চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment