Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 10 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ

Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ

তৃতীয় খণ্ডঃ

(ক) ৰাজনীতি বিজ্ঞান

প্রথম অধ্যায়

ভাৰতীয় গণতন্ত্র

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্ন: ভাৰতীয় গণতন্ত্রই সংসদীয় পদ্ধতি কেনেদৰে অনুসৰণ কৰে?

(i) ৰাষ্ট্ৰপতি হৈছে চৰকাৰৰ নিৰ্বাহী প্রধান।

(ii) প্রধানমন্ত্রী সংসদৰ প্ৰতি জবাবদিহী হয়।

(iii) আইন প্রণয়নৰ প্ৰধান ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত থাকে।

(iv) ৰাজ্যসভা আৰু লোকসভাই মিলি আইন প্রণয়ন কৰে।

(ক) (1) আৰু (iii)

(খ) (ii) আৰু (iv)

(গ) (i) আৰু (ii)

(ঘ) (iii) আৰু (iv)

উত্তৰঃ (খ) (ii) আৰু (iv)

প্রশ্ন: ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্রস্তাৱনাত সংযোজন কৰা হৈছিল? HSLC ’23

(ক) সার্বভৌম

(খ) গণতান্ত্রিক

(গ) গণৰাজ্য

(ঘ) সমাজবাদী

উত্তৰঃ (ঘ) সমাজবাদী

প্রশ্ন: গণতান্ত্রিক প্রক্ৰিয়াৰ অংশ হিচাপে ভোটাধিকাৰ সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ?

(i) ভাৰতত প্রাপ্তবয়স্ক নাগৰিকে ভোটাধিকাৰ লাভ কৰে।

(ii) ভোটদান বাধ্যতামূলক।

(iii) প্রতিখন ৰাজনৈতিক দলে নির্বাচনত অংশগ্ৰহণ কৰিব পাৰে।

(iv) নাগৰিকে ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ নাই।

(ক) (i), (ii), (iii)

(খ) (i), (iii)

(গ) (ii), (iv)

(ঘ) (iii), (iv)

উত্তৰঃ (খ) (1), (111)

প্রশ্ন: সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল?

(ক) ১৯৪৫ চনৰ ৮ ডিচেম্বৰত

(খ) ১৯৪৬ চনৰ ৮ ডিচেম্বৰত

(গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত

(ঘ) ১৯৪৫ চনৰ ৯ ডিচেম্বৰত

উত্তৰঃ (গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত

প্রশ্ন: ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে কিমানখন বৈঠক বহিছিল?

(ক) ৯ খন

(গ) ১১ খন

(খ) ১০ খন

(ঘ) ১২ খন

উত্তৰঃ (গ) ১১ খন

প্রশ্ন: ভাৰতীয় সংবিধানত গণতন্ত্ৰৰ কোনটো মৌলিক বৈশিষ্ট্য পোৱা যায়?

(ii) সকলো নাগৰিকে সমান অধিকাৰ ভোগ কৰে।

(i) জনগণৰ হাতত শাসনক্ষমতা থাকে।

(iii) ৰাজকীয় পৰম্পৰা অনুসৰি শাসন প্রণালী চলোৱা হয়।

(iv) চৰকাৰৰ নিৰ্দেশনা ধৰ্মশাস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হয়।

(ক) (1) আৰু (ii)

(খ) (ii) আৰু (iii)

(গ) (i) আৰু (iv)

(ঘ) (iii) আৰু (iv)

উত্তৰঃ (ক) (1) আৰু (ii)

প্রশ্ন: ভাৰতীয় গণতন্ত্ৰৰ ভিত্তিসমূহ কোনে নিশ্চিত কৰে?

(i) স্বাধীন বিচাৰ বিভাগ

(ii) শক্তিশালী সংবাদ মাধ্যম

(iii) ৰাষ্ট্ৰপতিৰ একনায়কত্ব

(iv) ভোটাধিকাৰ প্রক্রিয়া

(ক) (i), (ii), (iv)

(খ) (ii), (iii), (iv)

(গ) (i), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iv)

প্রশ্ন: ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল?

(ক) ১৯৪৭ চনৰ ২৬ জানুৱাৰীত

(খ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত

(গ) ১৯৫১ চনৰ ২৬ জানুৱাৰীত

(ঘ) ১৯৫২ চনৰ ২৬ জানুৱাৰীত

উত্তৰঃ (খ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত

প্রশ্ন: ভাৰতবৰ্ষৰ সংসদ মুঠ কিমানখন?

(ক) ১ খন

(গ) ৩ খন

(খ) ২ খন

(ঘ) ৪ খন

উত্তৰঃ (খ) ২ খন

প্রশ্ন: ভাৰতৰ সংবিধান খচৰা সমিতিক প্রস্তুত কৰিবলৈ কিমান বছৰ সময় লাগিছিল?

(ক) ২ বছৰৰ অধিক

(খ) ৩ বছৰ

(গ) ৪ বছৰ

(ঘ) ৫ বছৰ

উত্তৰঃ (গ) ২ বছৰৰ অধিক

প্রশ্নঃ পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰ………..?

(ক) ভাৰত মহাসাগৰ

(খ) উত্তৰ মহাসাগৰ

(গ) দক্ষিণ মহাসাগৰ

(ঘ) আটলান্টিক মহাসাগৰ

উত্তৰঃ (খ)

প্রশ্ন: ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? HSLC ’23

(ক) ড° সচ্চিদানন্দ সিন্‌হা

(খ) এন. গোপালস্বামী

(গ) ড° বি. আৰ. আম্বেদকাৰ

(ঘ) চৈয়দ মহম্মদ চাদুল্লাহ

উত্তৰঃ (ক) ড° সচ্চিদানন্দ সিনহা

প্রশ্ন: সংবিধান সভাৰ খচৰা কমিটিত সভাপতি কোন আছিল?

(ক) জৱাহৰলাল নেহেৰু

(খ) ড° ৰাজেন্দ্ৰ প্রসাদ

(গ) ড° বি. আৰ. আম্বেদকাৰ

(ঘ) চৰ্দাৰ বল্লভভাই পেটেল

উত্তৰঃ (গ) ড° বি. আৰ. আম্বেদকাৰ

প্রশ্ন : ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়?

(ক) বৃটেইনক

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰক

(গ) সমাজবাদী ৰাষ্ট্ৰক

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আমেৰিকা যুক্তৰাষ্ট্ৰক

প্রশ্ন: ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

(ক) আমেৰিকা সংবিধানৰ পৰা

(খ) বৃটিছ সংবিধানৰ পৰা

(গ) গ্রেট ব্রিটেইনৰ সংবিধানৰ পৰা

(ঘ) আফ্রিকাৰ সংবিধানৰ পৰা

উত্তৰঃ (গ) গ্রেট ব্রিটেইনৰ সংবিধানৰ পৰা

প্রশ্ন: দ্বৈত নাগৰিকত্ব থকা দেশখনৰ নাম কি?

(ক) ভাৰত

(গ) আমেৰিকা

(খ) জাপান

(ঘ) চীন

উত্তৰঃ (গ) আমেৰিকা

প্রশ্ন: ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?

(ক) শাসক দল

(খ) শ্রমিক দল

(গ) কেবিনেট মিছন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শ্রমিক দল

প্রশ্ন: ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে তলৰ কোনবোৰ উক্তি শুদ্ধ?

(i) চৰকাৰ জনগণৰ দ্বাৰা নিৰ্বাচিত হয়।

(ii) সংবিধানে মৌলিক অধিকাৰ নিৰ্ধাৰণ কৰে।

(iii) একনায়কত্ব ভিত্তিক শাসন ব্যৱস্থা প্রচলিত আছে।

(iv) বিচাৰ বিভাগ স্বাধীনভাবে কাম কৰে।

(ক) (i), (ii), (iv)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iv)

প্রশ্ন: গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়? HSLC ’25

(1) ইনাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে

(ii) ই অর্থনৈতিক প্রগতি নিশ্চিত কৰে

(iii) ই বাদ-বিবাদ মীমাংসাৰ এটা উপায় প্রদান কৰে।

(ক) (i), (ii)

(খ) (i), (iii)

(গ) (ii), (iii)

(ঘ) (i), (ii), (iii)

উত্তৰঃ (খ) (i) ই নাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে (iii) ই বাদ-বিবাদ মীমাংসাৰ এটা উপায় প্রদান কৰে।

প্রশ্নঃ তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটীৰ সদস্য নাছিল?

(ক) এন. গোপালস্বামী আয়েংগাৰ

(খ) কে. এম. মুন্সি

(গ) জৱাহৰলাল নেহৰু

(ঘ) ডি. পি. খৈটান

উত্তৰঃ (খ) কে. এম. মুন্সি

প্রশ্ন: ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ কেতিয়া পঠাইছিল?

(ক) ১৯৪৫ চনৰ মার্চ মাহত

(খ) ১৯৪৬ চনৰ মার্চ মাহত

(গ) ১৯৪৭ চনৰ মার্চ মাহত

(ঘ) ১৯৪৮ চনৰ মাৰ্চ মাহত

উত্তৰঃ (খ) ১৯৪৬ চনৰ মাৰ্চ মাহত

প্রশ্ন: সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নির্বাচিত কৰা হৈছিল?

(ক) ড° বি. আৰ. আম্বেদকাৰ

(খ) ড° ৰাজেন্দ্ৰ প্রসাদ

(গ) ড° সচ্চিদানন্দ সিন্‌হা

(ঘ) জৱাহৰলাল নেহৰু

উত্তৰঃ (খ) ড° ৰাজেন্দ্ৰ প্রসাদ

প্রশ্নঃ ১৯১১ চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক অসমত বসবাস কৰে? HSLC ’23

(ক) ২.৩৯%

(খ) ২.৭৯%

(গ) ২.৬০%

(ঘ) ৩.৬%

উত্তৰঃ (গ)

প্রশ্ন: ইংৰাজী শব্দ ‘Federation’ কোনটো লেটিন শব্দৰ পৰা আহিছে?

(ক) Foedus ৰ পৰা

(খ) Fedr ৰ পৰা

(গ) Fede ৰ পৰা

(ঘ) Federat ৰ পৰা

উত্তৰঃ (ক) Foedus ৰ পৰা

প্রশ্ন: সার্বভৌম শব্দৰ অৰ্থ কি?

(ক) শক্তিৰ দ্বাৰা পৰিচালিত

(খ) গণতন্ত্ৰৰ ক্ষমতা

(গ) সর্বোচ্চ ক্ষমতা

(ঘ) যুক্তৰাষ্ট্ৰীয় ক্ষমতা

উত্তৰঃ (গ) সর্বোচ্চ ক্ষমতা

প্রশ্ন: ভাৰতীয় সংবিধানখন তলৰ কোনটো ভাগত পৰে?

(ক) জটিল সংবিধান

(খ) শিথিল সংবিধান

(গ) কঠিন আৰু শিথিল সংবিধান

(ঘ) ওপৰৰ কোনোটোরে নহয়

উত্তৰঃ (গ) কঠিন আৰু শিথিল সংবিধান

প্রশ্নঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়ে?

(ক) ৰাজ্যসমূহৰ এজন মুখ্যমন্ত্রীক

(খ) ৰাজ্যসমূহৰ এজন ৰাজ্যপালক

(গ) বাজ্যসমূহৰ এজন বিত্তমন্ত্রীক

(ঘ) ৰাজ্যসমূহৰ এজন মুখ্যসচিবক

উত্তৰঃ (খ) ৰাজ্যসমূহৰ এজন ৰাজ্যপালক

প্রশ্নঃ ভাৰত ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত অর্পণ কৰা হৈছে?

(ক) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ হাতত

(খ) ভাৰতবৰ্ষৰ জনসাধাৰণৰ হাতত

(গ) ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ হাতত

(ঘ) ভাৰতবৰ্ষৰ লোকসভাৰ হাতত

উত্তৰঃ (খ) ভাৰতবৰ্ষৰ জনসাধাৰণৰ হাতত

প্রশ্ন: ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভকৰিছিল?

(ক) ১৯৪৭ চনত

(খ) ১৯৪৫ চনত

(গ) ১৭৫৭ চনত

(ঘ) ১৯৮৬ চনত

উত্তৰঃ (ক) ১৯৪৭ চনত

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্ন: কেবিনেট মিছনৰ মুঠ সদস্য সংখ্যা কিমান আছিল?

উত্তৰ: তিনিজন।

প্রশ্ন: সংবিধান প্রস্তুত কৰাত সংবিধান সভাৰ মুঠ কিমানখন সভা বহিছিল?

উত্তৰ: ১১ খন।

প্রশ্নঃ ‘অর্থশাস্ত্র’ কোনে ৰচনা কৰিছিল?

উত্তৰ: কৌটিল্য।

প্রশ্নঃ ব্ৰিটিছ চৰকাৰে কেবিনেট মিচনক কিমান চনত ভাৰতবৰ্ষলৈ পঠাইছিল? HSLC ’23

উত্তৰ: ১৯৪৬ চনৰ মাৰ্চত।

প্রশ্ন: কিমান চনত চাকাৰিয়া আয়োগ গঠন কৰা হৈছিল?

উত্তৰ: ১৯৮৩ চনত।

প্রশ্ন: সংবিধান সভাৰ খচৰা কমিটি কেতিয়া গঠন কৰা হৈছিল?

উত্তৰ: ১৯৪৭ চনৰ ২৯ আগষ্টত।

প্রশ্ন: ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম

উত্তৰ: ১৮৮৫ চনত।

প্রশ্ন: ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?

উত্তৰ: লেটিন শব্দ Foedus ৰ পৰা আহিছে।

প্রশ্ন: ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়?

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰক।

প্রশ্ন: ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে নে?

উত্তৰ: নাই।

প্রশ্ন: স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্রী কোন?

উত্তৰ: মৌলনা আবুল কালাম আজাদ।

প্রশ্ন: ভাৰত বৰ্ষত সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

উত্তৰ: ইংলণ্ডৰ সংবিধানৰ পৰা।

প্রশ্ন: ১৯৪৫ চনত অনুষ্ঠিত হোৱা নির্বাচনত ইংলণ্ডত কোনটো দল জয়ী হৈছিল?

উত্তৰ: শ্রমিক দল।

প্রশ্ন: ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে সংসদীয় যুক্তৰাষ্ট্ৰ হয়নে?

উত্তৰঃ নহয়।

প্রশ্ন: কোনখন আইনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল? HSLC ’20

উত্তৰ: ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে।

প্রশ্নঃ সংবিধান সভাৰ খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা কিমান আছিল?

উত্তৰঃ ৭ জন।

প্রশ্ন: ‘Foedus’ শব্দৰ অৰ্থ কি?

উত্তৰঃ চুক্তি বা সন্ধি।

প্রশ্ন: সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ সচ্চিদানন্দ সিংহা।

প্রশ্ন: খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?

উত্তৰঃ ড° ভীমৰাও আম্বেদকাৰ।

প্রশ্ন: ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্রস্তাবনাত সন্নিবিষ্ট হৈছিল?

উত্তৰ: ৪২ নং সংশোধনীত।

প্রশ্ন: ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ড” সচ্চিদানন্দ সিনহা।

প্রশ্ন: জৱাহৰলাল নেহৰু ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিনে?

উত্তৰ: নাছিল।

প্রশ্নঃ ‘হস্তীবিদ্যার্ণর’ পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল- কথাষাৰ সঁচানে? HSLC ’23

উত্তৰ: সঁচা নহয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment