Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত আপেক্ষিকতাবাদ Theory of Relativity

By Nzmina Begum

Published On:

অসমীয়াত আপেক্ষিকতাবাদ Theory of Relativity

পদাৰ্থ বিজ্ঞানত ‘আপেক্ষিকতাবাদ’ বিজ্ঞানী আইনষ্টাইনৰ মতবাদ। এই মতবাদ মূলত–দুটা সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথম, কোনো বস্তুৰ গতি অন্য-নিৰপেক্ষ হোৱা সম্ভৱ নহয়; দ্বিতীয়, স্থান আৰু কাল পৰস্পৰ সম্বন্ধযুক্ত, অৰ্থাৎ, আপেক্ষিক। ইয়াৰ এটাক বাদ দি আনটোৰ অস্তিত্ব সম্ভৱ নহয়।

কোনো বস্তুৰ গতি আন কোনো স্থিৰ বস্তুৰ পৰিপ্ৰেক্ষিততেই নিৰ্ধৰিত হ’ব পাৰে। কিন্তু এই বিশ্বত কোনো বস্তুৱে স্থিৰ নহয়, পৃথিৱী, গ্ৰহ-নক্ষত্ৰ আদি সকলোৱেই মহাশূণ্যত গতিশীল।

সেয়ে পদাৰ্থৰ অন্য-নিৰপেক্ষ নিজস্ব গতি নিৰ্ধৰণ কৰা সম্ভৱ নহয়। সকলো ধৰণৰ গতিয়েই আপেক্ষিক। এনেদৰে স্থান আৰু কালো পৰস্পৰ আপেক্ষিক; কাৰণ, মহাশূণ্যত ভ্ৰাম্যমাণ বস্তু মাত্ৰেই অৱস্থান অনুযায়ী সময় আৰু সময় অনুযায়ী অৱস্থান হ’বলৈ বাধ্য। আইনষ্টাইনৰ এই মতবাদৰ বিস্তৃত যুক্তিত জ্যোতিৰ্বিজ্ঞানৰ বিভিন্ন অভিনৱ তথ্য উদঘাটন হৈছে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment