Join WhatsApp

Join Now

Join Telegram

Join Now

ভাৰতৰ ৰাজ্য ৰাজধানী আৰু মূখ্য ভাষা সমূহৰ তালিকা

By Nzmina Begum

Published On:

ভাৰতৰ ৰাজ্য ৰাজধানী আৰু মূখ্য ভাষা সমূহৰ তালিকা

ভাৰতৰ ৰাজ্য ৰাজধানী আৰু মূখ্য ভাষা সমূহৰ তালিকা

ভাৰতৰ ৰাজ্য ৰাজধানী আৰু মূখ্য ভাষা সমূহৰ তালিকা। ভাৰত হৈছে এখন বিশ্বৰ অন্যতম ডাঙৰ আৰু জনবহুল দেশ। ভাৰতৰ সকলোখন ৰাজ্যৰ নিজ নিজ চৰকাৰ আছে। এই ৰাজ্যসমূহৰ ৰাজধানী হৈছে ৰাজনৈতিক, বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ পৰাই ৰাজ্যসমূহৰ সকলো প্ৰধান কামবোৰ চলোৱা হয়। এই প্ৰবন্ধত আমি ভাৰতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ৰাজধানীৰ নাম সম্বন্ধে জানিম। তলত উলেখ কৰা হল।

ভাৰতৰ ৰাজ্য, ৰাজধানী আৰু মূখ্য ভাষা সমূহৰ তালিকা

ৰাজ্যৰ নাম ৰাজধানীৰ নাম মূখ্য ভাষা
অসম দিছপুৰ অসমীয়া
অৰুণাচল প্ৰদেশ ইটানগৰ ইংৰাজী
অন্ধ্ৰপ্ৰদেশ আমৰাৱতী তেলুগু
বিহাৰ পাটনা হিন্দী
গোৱা পঞ্জিম কংকণী
গুজৰাট গান্ধীনগৰ গুজৰাটী
হাৰিয়ানা চণ্ডীগড় হিন্দী
হিমাচল প্ৰদেশ শিমলা হিন্দী
ঝাৰখণ্ড ৰাঁচি হিন্দী
কৰ্ণাটক বেংগালুৰু কন্নড়
কেৰালা তিৰুঅনন্তপুৰম মালায়ালম
মধ্য প্ৰদেশ ভোপাল হিন্দী
মহাৰাষ্ট্ৰ মুম্বাই মাৰাঠী
মণিপুৰ ইম্ফল মণিপুৰী
মেঘালয় শ্বিলং ইংৰাজী, খাছি, গাৰো
মিজোৰাম আইজল মিজো
নাগালেণ্ড কোহিমা ইংৰাজী
উৰিষা ভুবনেশ্বৰ উৰিয়া
পাঞ্জাব চণ্ডীগড় পাঞ্জাবী
ৰাজস্থান জয়পুৰ হিন্দী
ছত্তীশগড় ৰায়পুৰ হিন্দী
সিক্কিম গেংটক নেপালী
তামিলনাডু চেন্নাই তামিল
ত্ৰিপুৰা আগৰতলা বাংলা
উত্তৰ প্ৰদেশ লক্ষ্ণৌ হিন্দী
উত্তৰাখণ্ড দেহৰাদূন হিন্দী
পশ্চিম বংগ কলকাতা বাংলা
তেলেংগানা হায়দৰাবাদ তেলুগু

কেন্দ্ৰশাসিত অঞ্চল আৰু ৰাজধানী

১. আঁডামান আৰু নিকোবৰ দ্বীপপুঞ্জ – পোৰ্ট ব্‌লেয়াৰ
২. চণ্ডীগড় – চণ্ডীগড়
৩. দাদৰা আৰু নগৰ হাৱেলি আৰু দমন আৰু দিউ – দমন
৪. লক্ষ্যদ্বীপ – কাৱাৰত্তি
৫. দিল্লী – নতুন দিল্লী
৬. পুদুচ্চেৰী – পুদুচ্চেৰী
৭. জম্মু আৰু কাশ্মীৰ – শ্ৰীনগৰ (গ্ৰীষ্মকালীন) আৰু জম্মু (শীতকালীন)
৮. লাডাখ – লে

You May Like:

সামৰণি:

ইয়াত আমি ভাৰতৰ সকলো ৰাজ্য আৰু সেইবোৰ ৰাজধানী সম্বন্ধে আলোচনা কৰিলো। এই তথ্যবোৰ ছাত্র-ছাত্রীৰ বাবে অতি সহায়ক হব। আশা কৰো আপুনি এই পোস্ট টো ভাল পাইছে।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment