Join WhatsApp

Join Now

Join Telegram

Join Now

বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক National Emblems of the Countries

By Nzmina Begum

Published On:

বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক, National Emblems of the Countries

বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক National Emblems of the Countries

বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক National Emblems of the Countries

দেশ ——- প্ৰতীক আইভৰী

ক’ষ্ট ——- হাতী

লেবানন — কেডাৰ গছ

জাপান —- ক্ৰিচেথেমাম

লাক্সেনবাৰ্গ – মুকুটসহ এটি সিংহ

স্পেইন —– ঈগল

ছিৰিয়া —— ঈগল

জাৰ্মানী —– গোমধানৰ ফুল

ভাৰত ——- অশোক স্তম্ভ

অষ্ট্ৰেলিয়া —- কেংগেৰু

আমেৰিকা —- সোণালী দণ্ড

আয়াৰলেণ্ড —- শামৰক পাত

কানাডা ——- ভেঁটফুল

বাংলাদেশ —– ভেঁটফুল

ফ্রান্স ——- ভেঁটফুল

শ্ৰীলংকা —– সিংহ ছিয়েৰা

লিঅ’ন —— সিংহ

নেদাৰলেণ্ড — সিংহ

বেলজিয়াম —- সিংহ

নৰৱে ——- সিংহ

ইৰান ——- গোলাপ

ইংলণ্ড ——- গোলাপ

ইটালী ——- বগা ভেঁটফুল

পাকিস্থান — কাঁচিজোন

তুৰস্ক ——- কাঁচিজোন আৰু তৰা।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment