Join WhatsApp

Join Now

Join Telegram

Join Now

পৃথিৱীৰ সাগৰসমূহ The Seas of the World

By Nzmina Begum

Published On:

পৃথিৱীৰ সাগৰসমূহ The Seas of the World

পৃথিৱীৰ সাগৰসমূহ The Seas of the World

👉 Read also:

(পৃথিৱীৰ সাগৰসমূহ The Seas of the World) পৃথিৱীৰ প্ৰায় ৭১% পৃষ্ঠভাগ সাগৰ আৰু মহাসাগৰৰে আৱৰি আছে। ইয়াক নীলা গ্ৰহ (Blue Planet) বুলিও কোৱা হয়। সাগৰসমূহে জলবায়ু নিয়ন্ত্ৰণ, অক্সিজেন উৎপাদন, আৰু জৈৱবৈচিত্ৰ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি আমি এই লিখনিত পৃথিৱীৰ সাগৰসমূহ বিষয় আলোচনা কৰিব প্রাইস কৰিছো।

(তলত কিছুমান পৃথিৱীৰ সাগৰসমূহ উল্লেখ কৰা হল।

# সাগৰৰ নাম
ভূমধ্য সাগৰ
দক্ষিণ চীন সাগৰ
বেৰিং সাগৰ
কেৰিবিয়ান সাগৰ
ওখটস্ক সাগৰ
জাপান সাগৰ
আন্দামান সাগৰ
উত্তৰ সাগৰ
লোহিত সাগৰ
১০ বাল্টিক সাগৰ
১১ কৃষ্ণ সাগৰ

 

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment