Join WhatsApp

Join Now

Join Telegram

Join Now

পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ Smallest Countries in the World

By Nzmina Begum

Published On:

পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ Smallest Countries in the World

পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ The Ten Smallest Countries in the World

👉 Read also:

আজি আমি এই পোস্টত পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ Smallest Countries in the World কিছুমান দেশৰ নাম লৈ অহিছো, আশা কৰো উপকাৰ হব। যদি এই পোস্ট টো ভাল লাগে তেনেহলে share এটা কৰি দিব।

দেশ মহাদেশীয় অৱস্থান আয়তন (বৰ্গ কি.মি.)
১. ভেটিকান চিটি ইউৰোপ ০.৪৪
২. মোনাকো ইউৰোপ ১.৯৫
৩. নাওৰো দক্ষিণ প্ৰশান্ত মহাসাগৰ ২১.৩০
৪. টুভালু দক্ষিণ প্ৰশান্ত মহাসাগৰ ২৬.০০
৫. চান মেৰিণো ইউৰোপ ৬১.০০
৬. লাইচটেনষ্টাইন ইউৰোপ ১৬০.০০
৭. মাৰ্শ্বেল দ্বীপপুঞ্জ মধ্য প্ৰশান্ত মহাসাগৰ ১৮১.০০
৮. চেন্ট কিট্টছ আৰু নেভিছ পূৱ কেৰিবিয়ান ২৬৯.০০
৯. মালদ্বীপ ভাৰত মহাসাগৰ ২৯৮.০০
১০. মাল্টা ভূমধ্য সাগৰ ৩১৬.৪৪

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment