Join WhatsApp

Join Now

Join Telegram

Join Now

 অসমীয়া খাদ্যাভ্যাস ইয়াত বিশ্বায়নৰ প্ৰভাৱ

By Nzmina Begum

Published On:

 অসমীয়া খাদ্যাভ্যাস ইয়াত বিশ্বায়নৰ প্ৰভাৱ
অসমীয়া খাদ্যাভ্যাস ইয়াত বিশ্বায়নৰ প্ৰভাৱ

কোনো এখন ঠাইৰ খাদ্যাভ্যাস কেনে হ’ব পাৰে, সেই কথা তিনিটা প্ৰধান কাৰণৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰথমটো হ’ল–ভৌগোলিক পৰিৱেশ আৰু জলবায়ু, দ্বিতীয়টো হ’ল– খেতি-বাতি কৰিবৰ বাবে সহজ আৰু সহজতে পোৱা কৃষিজাত দ্ৰব্য আৰু তৃতীয়টো হ’ল– মানুহৰ স্বাস্থ্য আৰু ৰুচি।

ভৌগোলিক পৰিৱেশে জলবায়ুক যেনে ধৰণে গঢ় দিয়ে, তেনে ধৰণৰ খাদ্যৰ প্ৰয়োজন হয়। আনহাতে অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত অঞ্চল। প্ৰতি বছৰে ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেইবাবে ধান অসমৰ এবিধ প্ৰধান আহাৰ।

ধানৰ পৰা কেৱল ভাতেই নহয় আৰু বিবিধ ধৰণৰ খোৱাবস্তু প্ৰস্তুত কৰা হয়। সেয়ে অসমীয়া মানুহৰ প্ৰধান খাদ্য ভাত।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment