Join WhatsApp

Join Now

Join Telegram

Join Now

Automobile and Their Components (Session 14 Electrical and Electronics System)

By Rabbi Masrur

Published On:

Automobile and Their Components (Session 14 Electrical and Electronics System)

Four Wheeler Service Technician

Automobile and Their Components (মটৰগাড়ী আৰু  ইয়াৰ অংশবোৰ)

Session:14 Electrical and Electronics System (বৈদ্যুতিক আৰু বৈদ্যুতিন ব্যৱস্থা)

Textual Question-Answers

Check Your Progress

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

1. List the different components of Electrical system in a vehicle. (গাড়ীৰ ইলেক্ট্রিকেল চিস্টেমৰ বিভিন্ন অংশৰ তালিকা লিখা।)

Ans:

S. No. Components (ক্র. নং অংশবোৰ)

1. Battery (বেটাৰী)

2. Alternator (অল্টাৰনেটৰ)

3. Starter motor (স্টাৰ্টাৰ মটৰ)

4. Ignition system (ইগনাইছন চিস্টেম)

5. Lighting system (লাইটিং চিস্টেম)

2. Draw a photograph of the battery and its components used in a vehicle. (গাড়ীত ব্যৱহৃত বেটাৰী আৰু অংশবোৰৰ ছবি আঁকা।)

Ans:

Draw a photograph of the battery and its components used in a vehicle.

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. The unit of electron flow, or how many electrons are passing along a conductor in a second, is called amperage and is measured in amps (A). (ইলেক্ট্রন প্রবাহৰ একক, অর্থাৎ এটা ছেকেণ্ডত কিমান ইলেক্ট্রন এটা কণ্ডাক্টৰত গৈ আছে, তাক এম্পিয়াৰেজ বোলা হয় আৰু এম্প (A) ত মাপ হয়।)

2. Voltage (Volts or V) measures the electric potential or the force causing electrons to flow through a circuit. (ভল্টেজ (ভল্ট বা V) ইলেক্ট্রিকেল পটেনছিয়েল বা ইলেক্ট্রনিক ছাৰ্কিটৰ মাজেৰে গ’লাবলৈ বাধ্য কৰা শক্তি পৰিমাপ কৰে।)

3. Ohm’s Law states that the flow of current in a circuit is directly proportional to the applied voltage and inversely proportional to the resistance. (ওমৰ নিয়মে কৈছে যে ছাৰ্কিটৰ মাজত প্রবাহিত কাৰেন্ট প্রয়োগ কৰা ভল্টেজৰ সঁজুলি অনুপাতে আৰু ৰেছিষ্টেন্সৰ উলোটা অনুপাতে থাকে।)

4. A lead-acid storage battery consists of seven basic components, including positive plates, negative plates, and separators. (লেড-এচিড ষ্ট’ৰেজ বেটাৰীত পজিটিভ প্লেট, নেগেটিভ প্লেট আৰু ছেপাৰেটৰসহ সাতটা মুখ্য অংশ থাকে।)

Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. What is the unit of measurement for resistance in an electrical circuit? (ইলেক্ট্রিকেল ছার্কিটত ৰেছিষ্টেন্স পৰিমাপৰ একক কি?)

a) Volts (V) (ভল্ট (V)

b) Amps (A) (এম্প (A)

c) Ohms (U) (ওম (৬)

d) Watts (W) (রাট (W)

Ans: (c) Ohms (U) (ওম (ট))

2. Which formula represents Ohm’s Law? (কোনটো সূত্র ওমৰ নিয়মক দেখুৱায়?)

a) E = I x R

b) W = V x I

c) P = V / R

d) V =I / R

Ans: (a) E = I x R

3. What is the primary function of the alternator in a vehicle’s electrical system? (গাড়ীৰ ইলেক্ট্রিকেল চিস্টেমত অল্টাৰনেটৰ মুখ্য কার্য কি?)

a) To store energy for extended periods. (দীঘলীয়া সময়লৈ শক্তি সংৰক্ষণ কৰিবলৈ)

b) To convert alternating current to direct current. (এল্টাৰনেটিং কাৰেন্টক ডাইৰেক্ট কাৰেন্টত ৰূপান্তৰ কৰিবলৈ)

c) To supply power to the starter motor. (ষ্টাৰ্টাৰ মটৰলৈ শক্তি যোগান কৰিবলৈ)

d) To stabilize voltage in the electrical system (ইলেক্ট্রিকেল চিস্টেমত ভল্টেজ স্থিৰ কৰিবলৈ)

Ans: (c) To supply power to the starter motor. (স্টাৰ্টাৰ মটৰলৈ শক্তি যোগান কৰিবলৈ)

4. In a lead-acid battery, what happens during the discharge process? (লেড-এচিড বেটাৰীত ডিজচার্জ প্রক্রিয়াত কি হয়?)

a) The specific gravity of the electrolyte decreases. (ইলেক্ট্রলাইটৰ স্পেছিফিক গ্রেভিটি হ্রাস পায়)

b) The electrolyte gains strength. (ইলেক্ট্রলাইটৰ শক্তি বৃদ্ধি পায়)

c) Lead sulfate is converted to lead peroxide. (লেড ছালফেট লেড পাৰঅক্সাইডত পৰিণত হয়)

d) Water is formed from oxygen and hydrogen ions. (অক্সিজেন আৰু হাইড্ৰ’জেন আয়নৰ পৰা পানী গঠিত হয়)

Ans: (a) The specific gravity of the electrolyte decreases. (ইলেক্ট্রলাইটৰ স্পেছিফিক গ্রেভিটি হ্রাস পায়)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কার্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you’ve met all the requirements for the assessment activity. (মূল্যাংকনৰ কাৰ্যৰ প্রয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)

Part A

Role of electrical and electronic system in a vehicle. (গাড়ীত ইলেক্ট্রিকেল আৰু ইলেক্ট্রিনিক চিস্টেমৰ ভূমিকা।)

Ans: The role of the electrical and electronic system is to provide power for starting, lighting, ignition, and controlling various devices in the vehicle. (ইলেক্ট্রিকেল আৰু ইলেক্ট্রনিক চিস্টেমৰ ভূমিকা হৈছে ষ্টার্টিং, লাইটিং, ইগ্নিছন আৰু গাড়ীৰ বিভিন্ন যন্ত্র নিয়ন্ত্রণ কৰিবলৈ শক্তি প্রদান কৰা।)

Part B

Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

Importance of electrical and electronics system in automobiles. (গাড়ীত ইলেক্ট্রিকেল আৰু ইলেক্ট্রনিক চিস্টেমৰ গুৰুত্ব)

Ans: These systems are important because they control starting, charging, lighting, ignition, and safety features of the vehicle, (এই চিস্টেমবোৰ গুৰুত্বপূৰ্ণ কাৰণ ই গাড়ীৰ স্টার্টিং, চার্জিং, লাইটিং, ইগ্নিছন আৰু সুৰক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে।)

Use of battery in automobiles. (গাড়ীত বেটাৰীৰ ব্যৱহাৰ)

Ans: The battery is used to store electrical energy and supply it for starting the engine, lighting, and other electrical devices. (বেটাৰী ইলেক্ট্রিকেল শক্তি সংৰক্ষণ কৰিবলৈ আৰু ইঞ্জিন স্টার্ট, লাইটিং আৰু অন্য ইলেক্ট্রিকেল যন্ত্রসমূহলৈ যোগান কৰিবলৈ ব্যৱহাৰ হয়।)

Properties of a good battery. (ভাল বেটাৰীৰ বৈশিষ্ট্যসমূহ)

Ans: A good battery should have long life, low maintenance, quick charging capacity, and constant voltage supply. (ভাল বেটাৰীৰ দীঘলীয়া আয়ুষ্কাল, কম মেইনটেনেন্স, তৎক্ষণাৎ চার্জিং ক্ষমতা আৰু স্থিৰ ভল্টেজ যোগান থকা উচিত।)

Care and maintenance of battery. (বেটাৰীৰ যত্ন আৰু মেইনটেনেন্স)

Ans: The battery should be kept clean, terminals should be tight, electrolyte level should be checked, and charging should be proper. (বেটাৰী পৰিষ্কাৰ কৰি ৰাখিব লাগে, টার্মিনেলবোৰ টানকৈ ৰাখিব লাগে, ইলেক্ট্রলাইটৰ স্তৰ পৰীক্ষা কৰিব লাগে আৰু সঠিকভাৱে চার্জ কৰিব লাগে।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment