Latest Post

Update:
অক্টোবৰ October শৰতৰ মাধুৰ্য আৰু উদযাপনৰ মাহ
জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণতে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দশম মাহ। অক্টোবৰ October শব্দটো লেটিন ‘অক্টোছ’ৰ পৰা আহিছে। ইয়াৰ অৰ্থ অষ্টম। প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই অষ্টম ...
