Join WhatsApp

Join Now

Join Telegram

Join Now

দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Question Answer 2027

By Rabbi Masrur

Published On:

দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Question Answer

দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Question Answer

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া মাধ্যম বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Question Answer প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত বুৰঞ্জী (ইতিহাস বিষয়ৰ পাঠভিত্তিক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 History MCQ Question Answer

Download Paid Question Answer PDF

Class 12 History PDF Notes Rs. 59/- Buy Now

বুৰঞ্জী (ইতিহাস

ক- অংশ: প্রত্নতত্ত্ব, প্রাচীন ভাৰত বৰ্ষৰ স্থাপত্য, ভাস্কৰ্য আৰু অসম

👇অধ্যায়ৰ নাম
হৰপ্পা সভ্যতা
ৰজা, কৃষক আৰু নগৰসমূহ, প্ৰাৰম্ভিক ৰাজ্য আৰু অর্থব্যৱস্থা খৃঃ পূঃ ৬০০-খৃঃ ৬০০
বন্ধুত্ব, জাতি আৰু শ্ৰেণী, প্ৰাৰম্ভিক সমাজ খৃঃ পূঃ ৬০০- খৃঃ ৬০০
চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ খৃঃ পূঃ ৬০০-খৃঃ ৬০০
অসমৰ সংক্ষিপ্ত ইতিহাস (প্রাগ ঐতিহাসিকৰ পৰা বৰ্তমানলৈ)

খ- অংশ: মধ্যযুগৰ ভাৰত বুৰঞ্জী

👇অধ্যায়ৰ নাম
পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭ শ শতিকালৈ)
ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ (খৃঃ ৮ম শতিকাৰ পৰা ১৮শ শতিকালৈ)
এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয়নগৰ (খৃঃ ১৪শ- ১৬শ শতিকালৈ)
কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰুমোগল সাম্রাজ্যঃ খৃঃ ১৬শ-১৭ শ শতিকালৈ)
সম্রাট আৰু ইতিহাস, মোগল দৰবাৰ (খৃঃ ১৬ শ- ১৭ শ শতিকালৈ)

গ-অংশ: আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

👇অধ্যায়ৰ নাম
উপনিবেশবাদ আৰু গ্রাম্য সমাজ, চৰকাৰী মহাফেজখানা
১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ
উপনিবেশিক কালৰ ভাৰতীয় নগৰ
মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
ভাৰত বিভাজন: মৌখিক সমল
ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  • প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।
  • দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।
  • তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।
  • চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।
  • পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।
  • সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।
  • অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।
  • নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।
  • দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।
  • দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment