Join WhatsApp

Join Now

Join Telegram

Join Now

একাদশ শ্ৰেণী Class 11 Assamese MCQ Question Answer 2027

By Rabbi Masrur

Published On:

একাদশ শ্ৰেণী Class 11 Assamese MCQ Question Answer

একাদশ শ্ৰেণী Class 11 Assamese MCQ Question Answer

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি একাদশ শ্ৰেণী Class 11 Assamese MCQ Question Answer প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত অসমীয়া বিষয়ৰ পাঠভিত্তিক Class 11 Assamese ৰ প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।

Class 11 Assamese MCQ Question Answer

গোট–১: গদ্যাংশ

👇পাঠৰ নাম
ধনৰ ব্যৱহাৰ
অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ
গৌৰৱ
কিতাপৰ কথা
গিবন
কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান
অসমৰ পুৰণি খেল–ধেমালি
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

গোট–২: চুটি গল্প

👇পাঠৰ নাম
বিয়াৰ প্রেজেন্ট

গোট–৩: কবিতাংশ

👇পাঠৰ নাম
ৰাৱণক বিভীষণৰ সজ উপদেশ
বৰগীতঃ জয় জয় যাধৱ
ধনবৰ আৰু ৰতনী
বনকুঁৱৰী
লাচিত ফুকন
ৰাজপথ
এখন চিঠি

গোট–৪: নাটক

👇পাঠৰ নাম
কুশল কোঁৱৰ

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  • প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।
  • দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।
  • তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।
  • চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।
  • পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।
  • সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।
  • অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।
  • নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।
  • দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।
  • দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment